Daily Time Axom

আধাৰ, ৮ কোটি ১০ লাখতকৈ অধিক ভাৰতীয়ৰ পাছপ’ৰ্টৰ তথ্য বিক্ৰী!

৮০ কোটিৰো অধিক ভাৰতীয় নাগৰিকৰ ব্যক্তিগত, আধাৰ তথ্য ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে উপলব্ধ। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ এটা চাইবাৰ ছিকিউৰিটি এজেন্সীৰ প্ৰতিবেদনত। আধাৰ আৰু পাছপ’ৰ্টৰ তথ্য, নাম, ফোন নম্বৰ, ঠিকনা আৰু অন্যান্য ব্যক্তিগত…

শ্বাহৰুখে ইতিহাস ৰচনা কৰিলে! প্ৰথম ভাৰতীয় ছবি হিচাপে বিশ্বৰ কিমান নম্বৰ ‘জোৱান’?

শ্বাহৰুখ খানৰ ৫৮ সংখ্যক জন্মদিন সঁচাকৈ মনত ৰাখিব সকলোৱে। ২ নৱেম্বৰত কিং খানৰ জন্মদিন। তাৰ আগতেই তেওঁ ইতিহাস ৰচনা কৰিছে। তেওঁৰ ‘জোৱান’ ছবিখনে বিশ্বজুৰি ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী মূলৰ ছবি হিচাপে পৰিগণিত হয়। এই তালিকাত ‘বাহুবলী ২’,…

হামাছৰ আন এজন কমাণ্ডাৰ নিহত, যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ১০ হাজাৰলৈ বৃদ্ধি

ইজৰাইলে হামাছৰ আন এজন কমাণ্ডাৰক হত্যা কৰা বুলি দাবী কৰিছে। ইজৰাইলী বাহিনীৰ বিমান আক্ৰমণত নিহত হ’ল নাছিম আবু আজিনা নামৰ হামাছৰ আন এজন কমাণ্ডাৰ। জানিব পৰা মতে, ৭ অক্টোবৰৰ পুৱাৰ ভাগত এই হামাছৰ সেনাপতিৰ নেতৃত্বত ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত…

ইজৰাইলৰ টেংকৰ গাজাৰ ৰাজপথত টহল

ছালা-আল-দিন ৰোড। এই পথটোৱে উত্তৰ আৰু দক্ষিণ গাজাক সংযোগ কৰে। চহৰখনৰ মাজমজিয়াত থকা এই পথটোৰে ইজৰাইলৰ টেংকবোৰ পাৰ হৈ যায়। এখন গাড়ী টেংকৰ পৰা এটা গোলা নিক্ষেপ কৰাত নিমিষতে যাত্ৰী আৰু গাড়ীখন জুইত জাহ যায়। ইজৰাইল-হামাছ যুদ্ধৰ এই ভিডিঅ’টো…

ড° হীৰেন গোহাঁই-এ উন্মোচন কৰিলে জুৰী বৰা বৰগোহাঞিৰ “কেম’ফ্লেজ্”

অসম তথা উত্তৰ-পূৱৰ যি সন্ত্ৰাস-জৰ্জৰিত পৰিবেশ-পৰিস্থিতি, সি সামগ্ৰিক ভাৱে মানুহৰ জীৱনত কিমান প্ৰ্ৰভাৱ পেলাইছে তাৰ লেখ নাই। ইয়াৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হৈছে প্ৰান্তীয় অঞ্চলৰ মানুহবোৰ। বিচিত্ৰ অভিজ্ঞতা, যাতনা, শোষণ নিপীড়নৰ কাহিনী প্ৰান্তে…

বৃহৎ নদীবান্ধৰ ভয়াবহতাক লৈ সৰ্বতে আতংক, সচেতন মহলৰ প্ৰতিক্ৰিয়া ; পুঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰি…

ৰাজ্যৰ সচেতন নাগৰিক, সন্থা, সংগঠন, বিশেষজ্ঞ সমিতিয়ে আশংকা কৰাৰ দৰেই নদী বান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া ৰাজ্যবাসীয়ে পতক্ষ কৰিলে । যাৰ ফলশ্ৰুতিত নদীপৰীয়া সাধাৰণ জনতা , লখিমপুৰ ,ধেমাজি , দেৰগাঁৱ, মাজুলীবাসী ৰাইজ এতিয়া গভীৰ আতংক আৰু শংকাৰ মাজত ।…

গেৰুকামুখ প্ৰকল্পত প্ৰতিবাদ, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী এন. এইচ পি, চিৰ পুত্তলিকা দাহ

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেতিয়াও কোনোদিনে নোহোৱা নোপজা অঘটন সংঘটিত হোৱাৰ সময়তে এতিয়া সোৱণশিৰিপৰীয়া ৰাইজক জলবোমাৰ আতংক আৰু দুস্বপ্নই খেদিছে৷ গেৰুকামুখৰ ঠুনুকা পাহাৰ খহি প্ৰকল্পৰ একমাত্ৰ সক্ৰিয় টানেলটো বন্ধ হৈ পৰাৰ ফলত…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে বতৰ বিজ্ঞানীয়ে দিলে এক বিশেষ আগজাননী । আগন্তুক ৫ দিনলৈৈ ৰাজ্যৰ বতৰক লৈ এক আগজাননী দিছে বতৰ বিজ্ঞানীয়ে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মহা নৱমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ…

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোকবিদ ড০ বীৰেন্দ্ৰনাথ দত্তৰ দেহাৱসানত ডঃ দিব্যজ্যোতি শইকীয়াৰ…

আজি পুৱা চিকিৎসাধীন অৱস্থাত ৰাজ্যখনৰ এজন বিশিষ্ট নাগৰিক ডঃ বিৰেন্দ্ৰ নাথ দত্তই ইহলীলা সম্বৰণ কৰে। প্ৰায় নব্বৈ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ড০ বীৰেন্দ্ৰনাথ দত্ত অসমৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ, লোক কলাৰ গৱেষক তথা লেখক আছিল ৷ তেওঁ সংগীত…

যোৰহাটত পুতলা পিষ্টলৰ বিক্ৰী নিষিদ্ধ!

এইবাৰ দুৰ্গা পূজাত যোৰহাটত আৰক্ষীয়ে পুতলা পিষ্টলৰ বিক্ৰী বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে।এই খবৰৰ পাছতে ব্যৱসায়ীমহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু এই সন্দৰ্ভত চলা ভুৱা প্ৰচাৰৰ বিপৰীতে যোৰহাট আৰক্ষীয়ে সমগ্ৰ বিষয়টো স্পষ্ট কৰি…