Daily Time Axom

ISRO–এ সফলভাৱে উৎক্ষেপণ কৰিলে গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট

কাৰিকৰী বিজুতিৰ পিছত সফলভাৱে উৎক্ষেপণ হ’ল গগনযান। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হ’ল গগনযানৰ টেষ্ট ফ্লাইট। ১০ বজাৰ লগে লগে ISRO–এ সফল উৎক্ষেপণ কৰিলে পৰীক্ষামূলক গগনযানৰ। কাৰিকৰী বিজুতি সংশোধন কৰি ISRO-এ…

আজি মহাষষ্ঠী, দেৱী বন্দনাৰে মুখৰিত ৰাজ্য

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি মহাষষ্ঠী। বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা। বেলবৰণেৰে সন্ধিয়া আদৰিব মহিষমৰ্দিনী দেৱী দুৰ্গাক।দেৱীৰ বন্দনাৰে মুখৰিত হৈছে চৌদিশ। ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে মা দুৰ্গাক আৰাধনা কৰিবলৈ। পুৱা ৮ বাজি ১৭…

আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব পবিতৰা অভয়াৰণ্য

নিউজ ডেস্ক, ২০ অক্টোবৰঃ শুকুৰবাৰে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অভয়াৰণ্যখন। দিনৰ ১১ বজাত পবিতৰাৰ দ্বাৰ মুকলি কৰিব বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুকলিৰ পূৰ্বেই সজাই…

আজি মা দুৰ্গাৰ পঞ্চম অৱতাৰ অৰ্থাৎ ‘স্কন্দমাতা’ৰ পূজা

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ স্কন্দমাতা হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো ‘স্কন্দ’ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান…

আজি বিশ্বকাপত ভাৰত-বাংলাদেশৰ যুঁজ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ICC এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন। মেচখন অনুষ্ঠিত হ'ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত। উল্লেখ্য যে, এদিনীয়া বিশ্বকাপত…

আজি মুকলি হ’ব জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ আজি মুকলি হ’ব নৱনিৰ্মিত জু-ৰোডৰ উৰণসেতু। বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব সেতুখন। বিয়লি ৫.৩০ বজাত মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।২.৩ কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৩১৮ কোটি টকা।…

ভৰলুত উদ্ধাৰ হ’ল গীতাশ্ৰীৰ ম’বাইল ফোন

গুৱাহাটীৰ অঞ্জন নাথ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল উদ্ধাৰৰ পিছত আজি উদ্ধাৰ হয় গীতাশ্ৰীৰ ম’বাইল ফোন। এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ হয় গীতাশ্ৰীৰ ম’বাইল ফোনটো। হত্যাকাণ্ডৰ পিছতে জু–ৰোডৰ মাণিক নগৰত ভৰলু নৈত দলিয়াই পেলাইছিল গীতাশ্ৰীৰ ম’বাইলটো। মঙলবাৰে…

হামাছৰ এখন হাস্পতালত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ অব্যাহত আছে ইজৰাইল আৰু হামাছৰ যুদ্ধ। মঙলবাৰে নিশা গাজা ষ্ট্ৰীপৰ হাস্পতালত ভয়ংকৰ আক্ৰমণ ইজৰাইল। শিশু মহিলাসহ প্ৰায় ৫০০ লোকৰ মৃত্যু এই আক্ৰমণত। এই ঘটনাৰ বাবে হামাছে ইজৰালক দোষাৰূপ কৰে যদিও এই আক্ৰমণৰ ঘটনাক অস্বীকাৰ কৰে…

আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু। তুলসী তলৰ চাকিগছি, আকাশ বন্তিৰ পোহৰে উজলাব চৌদিশ।ৰাজ্যজুৰি লখিমীক আদৰাৰ ব্যাপক প্ৰস্তুতি।কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। আজি তুলসী গছৰ তলত চাকিগচি জ্বলাই পৰিয়ালৰ লগতে…

নলবাৰীৰ আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডত এজনৰ মৃত্যু

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ নলবাৰীৰ নিজ পকোৱাত অঘটন। এটা ফটকা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ফেক্টৰীটোত হোৱা অগ্নিকাণ্ডত এগৰাকী কৰ্মচাৰীৰ মৃত্যু। ফটকা প্ৰস্তুতৰ সময়তে…