Daily Time Axom

ক’ভিড চাফাই কৰ্মী প্ৰতিনিধিৰ ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাৎ

সমগ্ৰ পৃথিৱীজুৰী ক'ভিড কালৰ বিভীষিকাময় পৰিস্থিতিৰ কথা পৃথিৱীৰ প্ৰায় অধিক সংখ্যক লোকে বৰ্তমানো পাহৰিব পৰা নাই। এনে এক জটিল পৰিস্থিতিৰ সময়তে দেশৰ লগতে অসমৰ একাংশ লোকে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় চিকিৎসালয় সমূত চাফাই কৰ্মী হিচাপে…

মহানগৰীত এটা FICN প্রিণ্টিং মেচিন,জাল নোটসহ এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১১ অক্টোবৰঃ মহানগৰীত জাল নোটসহ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ এজনক।আটকাধীন লোকজন লখিমপুৰৰ মফিদুল ইছলাম । মফিদুলৰ পৰা নগদ ২,১৬,৫০০ টকাসহ এটা FICN প্রিণ্টিং মেচিন জব্দ কৰে…

মহানগৰীত পুনৰ জব্দ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক, ১১ অক্টোবৰঃ গুৱাহাটীত কেইবা কোটি টকাৰ গাঞ্জা জব্দ। বশিষ্ঠ আৰু পল্টনবজাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ প্ৰায় ১০০ কেজি গাঞ্জা।গাঞ্জাখিনিৰ মূল্য কোটি টকাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ভাৰত পেট্ৰোলিয়ামৰ ইন্ধন কঢ়িওৱা তেলৰ টেংকাৰৰ গোপন…

পুনৰ ভয়ংকৰ ভূঁইকঁপ, পুৱাই আফগানিস্তানত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প

নিউজ ডেস্ক, ১১ অক্টোবৰঃ আফগানিস্তানত পুনৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩। এই ভূমিকম্প আফগানিস্তানৰ উত্তৰ-পশ্চিম অংশত অনুভৱ কৰা হৈছে।ইয়াৰ কেন্দ্ৰ মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পত বিস্তৰ ক্ষয়ক্ষতিৰ…

হামাছৰ আক্ৰমণৰ বাবে দায়ী ইজৰাইল: ইৰাণৰ শীৰ্ষ নেতা

শনিবাৰৰ আক্ৰমণৰ পিছত টেলিভিছনযোগে দিয়া ভাষণত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আল-খামেনীয়ে কয় যে ইজৰাইলৰ এই বিধ্বংসী আক্ৰমণত বহু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস হৈছে যিবোৰ সহজে মেৰামতি কৰিব নোৱাৰি। তেওঁ লগতে কয় যে এই দুৰ্যোগৰ বাবে…

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস! দৰ্শকক লৈ বলীউডে কি কি চিনেমা বনাইছিল

মানসিক স্বাস্থ্য আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ। যিয়ে মানসিক আৰু সামাজিক স্থিতিশীলতাক সামৰি লয়। যিটো শাৰীৰিক স্বাস্থ্য আৰু উন্নত জীৱনৰ মানদণ্ডৰ সৈতেও জড়িত। ১০ অক্টোবৰ, বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে স্বীকৃতি দিয়া হৈছে। বিশ্ব মানসিক…

দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। শেষৰটো উপলব্ধ তথ্য অনুসৰি ইজৰাইলত মৃতকৰ সংখ্যা ৯০০, গাজাত ৬৯০ জনলৈ বৃদ্ধি পাইছে। আনহাতে ইজৰাইলে জনাইছে যে ১৫০০ হামাছ উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুয়োখন দেশে প্ৰতিশোধৰ নতুন বাৰ্তা দিছে। ইজৰাইলে…

পুৰীৰ জগন্নাথ মন্দিৰত এতিয়াৰে পৰা স্কাৰ্ট, ফটা জিন্স পিন্ধি প্ৰৱেশ নিষেধ

পুৰীৰ জগন্নাথ মন্দিৰত নতুন নিয়ম। এতিয়া অনুৰাগীৰ বাবে ড্ৰেছ কোড প্ৰৱৰ্তন কৰা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰত এতিয়া স্লীভলেছ টপ, ড্ৰেছ, স্কাৰ্ট, ৰিপড জিন্সৰ দৰে সাজ-পোছাক পৰিধান কৰা নিষেধ। 'অবিনয়ী' কাপোৰ পিন্ধিলে আৰু মন্দিৰ চৌহদত ভৰি…

ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি,লুটি নিলে লক্ষাধিক টকা

নিউজ ডেস্ক, ১০ অক্টোবৰঃ এইবাৰ ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি। বিলাসীপাৰাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। নিশা ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে নাঁৱত সংঘটিত কৰে ভয়ংকৰ ডকাইতি কাণ্ড। দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে লুটি নিলে…

হামাছ আৰু ইজৰাইল বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত

সোমবাৰেও তৃতীয় দিনাৰ বাবে পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইল বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। ইজৰাইলৰ সশস্ত্ৰ বাহিনীয়ে ঘোষণা কৰে যে তেওঁলোকে গাজা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ আশে-পাশে থকা সকলো অঞ্চল নিয়ন্ত্ৰণ কৰি দেশখনত…