দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী
নিউজ ডেস্ক, ১৬ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা আগৰতলাত উপস্থিত হয়।ইয়াৰ পিছতেই আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজলত উপস্থিত ৰাহুল গান্ধী।
আজি মিজোৰামৰ কংগ্ৰেছৰ…
আজি মহালয়া,ধৰালৈ আগমন দেৱী দুৰ্গাৰ
নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি মহালয়া। জনবিশ্বাস অনুসৰি, মহালয়াৰ দিনা পুৱা ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দুৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই পুৱাতে উঠি…
আজি বিশ্বকাপ ক্ৰিকেটত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত
নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি এদিনীয়া বিশ্ব কাপত পাকিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ১৪ নং মেচত সমুখসমৰত দুই চিৰ প্রতিদ্বন্দ্বী। বিয়লি ২ বজাৰ পৰা বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখন…
মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড,বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক
নিউজ ডেস্ক, ১৩ অক্টোবৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক। নিশা ডিঙি চেপি হত্যা কৰে স্বামী জেল হকে। নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম।
জানিব পৰা মতে, স্বামীয়ে ডিঙি চেপি হত্যা কৰে…
কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড,পত্নীৰ প্রহাৰত মৃত্যু এজন SSB জোৱানৰ
নিউজ ডেস্ক, ১৩ অক্টোবৰঃ কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।পত্নীৰ প্ৰহাৰত অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত SSB জোৱানৰ মৃত্যু।অভিযোগ অনুসৰি পত্নীয়ে শিলেৰে মৰিয়াই হত্যা কৰে স্বামীক।
বৃহস্পতিবাৰে নিশাই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয়…
ইজৰাইলৰ পৰা দিল্লী বিমান বন্দৰত সুকলমে উপস্থিত ২১২ গৰাকী ভাৰতীয় নাগৰিক
নিউজ ডেস্ক, ১৩ অক্টোবৰঃ যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা উভতিল ২১২গৰাকী ভাৰতীয় নাগৰিক৷ অপাৰেশ্যন অজয়ৰ যোগেদি ঘূৰাই অনা হ'ল ভাৰতীয় নাগৰিকসকলক৷ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰৰ পৰা বিশেষ বিমানখনেৰে ইজৰাইলত…
ছলমান ৰুশদীয়ে কি লিখিছে নতুনকৈ
যোৱা বছৰৰ আগষ্ট মাহত তেওঁৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ দেখি সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। ভাৰতীয় মূলৰ প্ৰবীণ সাহিত্যিক ছলমান ৰুছদিৰ ওপৰত আক্ৰমণ চলায় আক্ৰমণকাৰীয়ে। বিশ্ববিখ্যাত সাহিত্যিকগৰাকীক ছুৰীৰে আঘাত কৰা হৈছিল।তেওঁ ভেন্টিলেচনত আছিল।…
আগৰতলাৰ পৰা পোনে পোনে মুম্বাইলৈ ৰে’ল সেৱা আৰম্ভ
অহা ১৫ অক্টোবৰৰ পৰা আগৰতলাৰ পৰা মুম্বাইলৈ লোকমান্য তিলক-কামাখ্যা এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ হ’ব।
আগৰতলাৰ পৰা মুম্বাইলৈ যোৱা এই ৰে’লখন আগৰতলা ৰে’ল ষ্টেচনত উদ্বোধন কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী…
আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ আৰক্ষী বিষয়া উপস্থিত জনতা ভৱনত
নিউজ ডেস্ক, ১২ অক্টোবৰঃ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত লীনা দলে। আন কেইবাগৰাকী আৰক্ষীও উপস্থিত তদন্ত সমিতিৰ ওচৰত। আজি জনতা ভৱনত হাজিৰ লীনা দলেসহ ১৭জন আৰক্ষী বিষয়া। বটদ্ৰৱা থানা কাণ্ডক লৈ জেৰাৰ সন্মুখীন হৈছে লীনা দলে।
উল্লেখ্য যে,…
বিহাৰৰ ৰঘুনাথপুৰত ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ নৰ্থ-ইষ্ট এক্সপ্ৰেছ
নিউজ ডেস্ক, ১২ অক্টোবৰঃ বিহাৰৰ ৰঘুনাথপুৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। লাইনচ্যুত হৈ দিল্লী-কামাখ্যা অভিমুখী ৰে'লখনৰ ২১টাকৈ দবা।ৰে'লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী।
ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ এইমুহূৰ্তলৈ ৪ জনৰ মৃত্যু হৈছে…