Daily Time Axom

নেপোটিজম শব্দটো অৰ্থহীনঃ ছানী দেওল

এটা সাক্ষাৎকাৰত ছানীয়ে কয় যে তেওঁ কেতিয়াবা নেপোটিজমৰ অৰ্থ বুজি পোৱা নাই। মানুহে নেপোটিজমৰ কথা বহুত কয়। কিন্তু তেওঁ ইয়াৰ অৰ্থ বুজি নাপায়। কাৰণ বলীউডেই হওক বা আন যিকোনো ক্ষেত্ৰই হওক, প্ৰতিজন পিতৃয়ে নিজৰ সন্তানৰ জীৱনটো কেনেকৈ আৰামদায়ক…

দ্বিতীয় সন্তানৰ পৰিকল্পনা কৰিছেনে ? এই ৪ টা কথা মনত ৰাখিব

বহুতে প্ৰথম সন্তানৰ পিছত দ্বিতীয় সন্তানৰ বাবে অলপ বেছি সময় লয়। কিন্তু সেই সিদ্ধান্ত সদায় শুদ্ধ ? নে এবছৰ বা দুবছৰৰ ভিতৰত দ্বিতীয় সন্তানৰ বাবে সাজু হ’ব লাগে। চিকিৎসকে কয়, এই বিষয়টো বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দ্বিতীয় সিদ্ধান্ত…

ছিকিমৰ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৭০লৈ বৃদ্ধি, পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা সেনাৰ

ভয়ানক পৰিস্থিতি। বৰষুণ, বিলৰ ফাট, হৰপা বানত লণ্ডভণ্ড ছিকিম। দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ছিকিমৰ হৰপা বানত ৯ জন জোৱানসহ ৭০ জনৰো অধিক লোকৰ মৃত্যুৰ সংখ্যা। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এছ এছ ডি এম এৰ তথ্য অনুসৰি…

ফ্ৰীজৰ কম্প্ৰেছাৰ বিস্ফোৰণত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু

ফ্ৰীজৰ কম্প্ৰেছাৰ ফাটি যোৱাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা। এই বিস্ফোৰণত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দেওবাৰে নিশা এক প্ৰচণ্ড শব্দ শুনি বাসিন্দাসকলে অৱতাৰ নগৰ অঞ্চললৈ ততাতৈয়াকৈ আহে। জনা…

১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা,পৰীক্ষাৰ সময়সূচী প্ৰকাশ ছেবাৰ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ সোমবাৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ৪ মাৰ্চত। নতুন শিক্ষানীতিৰ আধাৰত…

ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশুসহ কেইবাজনো লোকৰ

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ কালাধুংগী অঞ্চলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা এখন পৰ্যটক কঢ়িওৱা বাছ এটা দ খাৱৈত বাগৰি পৰাত পাঁচগৰাকী মহিলা, এটি শিশুসহ নিহত হয় কমেও ৭ গৰাকী যাত্ৰী। আনহাতে দুৰ্ঘটনাত আহত হয় ১৮ গৰাকী যাত্ৰী। প্ৰাথমিক…

ভাৰতীয় নিৰ্বাচনী আয়োগৰ সংবাদমেলত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত।ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত…

কিং খানলৈ আহিছে হত্যাৰ ভাবুকি

বলীউডৰ অভিনেতা শ্বাহৰুখ খানক Y+ নিৰাপত্তা দিয়া হৈছে।শ্বাহৰুখ খানলৈ প্ৰাণনাশৰ ভাবুকিৰ পাছতেই Y+ শ্ৰেণীৰ নিৰাপত্তা দিয়া হ’ল বলীউড বাদশ্বাহ খ্যাত অভিনেতা শ্বাহৰুখ খানক। ‘পাঠান’, ‘জৱান’ৰ সফলতাৰ পিছত ফোনযোগে ভাবুকি আহিছিল…

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪জন ছাত্ৰ-ছাত্ৰীক

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত অনা হৈছে ছিকিমত অধ্যয়নৰত ১২৪ জন শিক্ষাৰ্থীক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত…

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। ঘোষণা কৰা হ’ব মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিন। দিনৰ ১২ বজাত ঘোষণা কৰিব নিৰ্বাচন আয়োগে। দুপৰীয়া নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল।…