Daily Time Axom

২০ মিনিটত ৫ হাজাৰ ৰকেট আক্ৰমণ, হামাছৰ আক্ৰমণত ২২ জন ইজৰাইলী নিহত

ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ মাজতে পুনৰ এক বৃহৎ যুদ্ধৰ আশংকা। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘাত দীৰ্ঘদিনীয়া। যাৰ আশে-পাশে আকৌ আৰম্ভ হ’ল যুদ্ধ। পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে শনিবাৰে পুৱা মাত্ৰ ২০ মিনিটৰ ভিতৰতে গাজাৰ পৰা ইজৰাইললৈ ৫ হাজাৰ…

পুনৰ ক’ৰোনাৰ নতুন জোৱাৰৰ কবলত ছিংগাপুৰ

আকৌ এবাৰ ছিংগাপুৰত ক’ৰোনাৰ নতুন জোৱাৰ। শুকুৰবাৰে এক সাক্ষাৎকাৰত দেশৰ স্বাস্থ্যমন্ত্ৰী আং য়ে কুঙে দেশবাসীক Covid পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলিবলৈ সকীয়াই দিয়ে। ছিংগাপুৰৰ টেলিভিছন চেনেল নিউজ এছিয়াক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে…

অনুশাসন সফল জীৱনৰ চাবিকাঠি!

সফল হ’বলৈ নিগনিৰ দৌৰ চলি আছে। এটা ভুল মানেই পিছ পৰি যোৱা। সেই ক্ষেত্ৰত অনুশাসন অতি গুৰুত্বপূৰ্ণ। কেনেকৈ ৰোপণ কৰিব? থেৰাপিষ্টসকলৰ মতে প্ৰথম পদক্ষেপ হ’ল লক্ষ্য নিৰ্ধাৰণ কৰা। এই ক্ষেত্ৰত পছন্দৰ বিষয় বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। লক্ষ্যবোৰো…

ষ্ট্ৰেপলেছ ড্ৰেছ পিন্ধি নেটপাৰাৰ উষ্ণতা বৃদ্ধি কৰিলে জাহ্নৱীয়ে!

বলীউডৰ ডিভা জাহ্নৱী কাপুৰে সাহসী সাজ-পোছাক পৰিধান কৰি ইনষ্টাগ্ৰামত দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ এটা ফটো শ্বুটত তেওঁ আবদ্ধ হৈ পৰিছিল সম্পূৰ্ণ বেলেগ মুডত। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছবিখন। শ্ৰীদেৱীৰ কন্যা সঁচাকৈয়ে অনন্য। এখন ছবি পোষ্ট…

দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হৈ কাম কৰি যাব দিছপুৰ প্ৰেছ ক্লাবে

সাংবাদিকতা বৃত্তিক পেশা -নিচা হিচাপে গ্ৰহণ কৰি দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰি যোৱা কোনো সাংবাদিকৰ কোনো কামকে সমৰ্থন নকৰে দিছপুৰ প্ৰেছ ক্লাবে । এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে…

অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সুৰক্ষা আৰু উদ্ধাৰৰ মকড্ৰিল সম্পন্ন

সুৰক্ষিত জলপৰিবহনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ আজি গুৱাহাটীৰ লাচিত ঘাটত অসমৰ জলপথত যাত্ৰা কৰা যাত্ৰী আৰু জাহাজ-নাও কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্যেশ্যেৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত সুৰক্ষা আৰু উদ্ধাৰ সংক্ৰান্তীয় মকড্ৰিল অনুষ্ঠান…

আফগানিস্তানত বিশাল ভূমিকম্পত ১৫ জন লোকৰ মৃত্যু, কমেও ৭৮ জন আহত

ভয়ংকৰ ভূমিকম্পৰ ফলত আফগানিস্তান জোকাৰি গ’ল। কেইবা মিনিটৰ ব্যৱধানত ধাৰাবাহিকভাৱে আফটাৰশ্বক অনুভৱ কৰা হৈছিল। শনিবাৰে হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত ধ্বংসাৱশেষত ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কমেও ৭৮জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব…

বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম

নিউজ ডেস্ক, ৭ অক্টোবৰঃ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ দিশে চৰাইদেউ মৈদাম৷ আজি চৰাইদেউলৈ আহিব UNESCOৰ বিশেষজ্ঞ প্ৰতিনিধি৷ বিয়লি প্ৰায় ৩.৩০ বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব দলটো।যাৰ বাবে সজাই-পৰাই তোলা হৈছে চৰাইদেউ…

এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতে, এই পৰ্যন্ত ১০০টা পদক লাভ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ এছিয়ান গেমছত ভাৰতৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন। বৰ্তমানলৈকে ১০০ টা পদক লাভ ভাৰতৰ।পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত ইতিহাস ৰচিলে ভাৰতে।আজি তিনিটা সোণ, এটা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে।২৫ টা স্বৰ্ণ, ৩৫টা ৰূপ, ৪০টা…

লখিমপুৰৰ ছাত্ৰৰ মৃত্যুত ড্ৰাগছ ব্যৱসায়ী,হত্যাকাৰীৰ বিৰুদ্ধে ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ড্ৰাগছ,মদ আদিৰ ঘাটিত পৰিণত লাক্ষীমপুৰৰ চাপৰি গাঁও আৰক্ষীৰ নাকৰ তলতে ৰমৰমীয়া ব্যৱসায় লখিমপুৰ, ৬ অক্টোবৰ ; লখিমপুৰৰ চাপৰি গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীয়ে এজন ছাত্ৰক দলবদ্ধ ভাবে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি আজি চাপৰি গাৱত তীব্ৰ