বিশ্বকাপৰ প্ৰথমখন খেলত ৰুটৰ এককভাৱে ৮৬টা বলত ৭৭ ৰান
নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত ৰুটে এককভাৱে ৮৬টা বলত ৭৭ ৰান কৰে। এই ইনিংছত আছে ৪টা চাৰি আৰু ১টা ছয়।টছত জয়লাভ কৰি নিউজিলেণ্ডে দিনটোৰ আৰম্ভণিতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কিউইৰ প্ৰথম একাদশত নাছিল কেন উইলিয়ামছন। আকৌ, যোৱা!-->!-->!-->…
হিজাব নিপিন্ধা বাবে স্কুলীয়া ছাত্ৰীক নিৰ্যাতন,চিকিৎসাধীন হৈ ক’মাত আছে এতিয়া ছাত্ৰীগৰাকী
ইৰাণত হিজাব পৰিধান নকৰাৰ বাবে এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।
কুৰ্দি ভিত্তিক মানৱ অধিকাৰ সংস্থা হেংগাও অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছে প্ৰকাশ কৰা অনুসৰি তেহৰাণৰ মেট্ৰ’ ষ্টেচনত আৰ্মিতা গাৰাভাণ্ডক!-->!-->!-->!-->!-->…
পুনৰ অশান্তি বিয়পিছে মণিপুৰত, ২টাকৈ ঘৰত অগ্নিসংযোগ
মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে।
মণিপুৰৰ ইম্ফল পশ্চিম জিলাত বিয়পি পৰিছে নতুন হিংসা।
বুধবাৰে নিশা গৰম হৈ পৰে পাটছ’ই অঞ্চলৰ পৰিবেশ। হঠাৎ কেইবা ৰাউণ্ড গুলীৰ শব্দ শুনা গ'ল অঞ্চলটোত। দুটা ঘৰত অগ্নিসংযোগ কৰা বুলি জানিব!-->!-->!-->!-->!-->!-->!-->…
হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি
হৃদৰোগে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীত প্ৰভাৱ পেলায়।
জীৱনশৈলীৰ বেয়া অভ্যাস চিনাক্ত কৰাটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
হাৰ্ট এটেকৰ বিপদজনক কাৰকসমূহ হ’ল ধূমপান, উচ্চ ৰক্তচাপ, উচ্চ!-->!-->!-->!-->!-->!-->!-->…
নলবাৰীৰ তন্ত্ৰ শংকৰাত সৰ্পদংশনত মৃত্যু হোৱা শিশুক উটুৱাই দিয়া হ’ল নদীত
নলবাৰীৰ তন্ত্ৰ শংকৰাত কৰুণ ঘটনা। সৰ্পদংশনত মৃত্যু হোৱা শিশুক উটুৱাই দিয়া হ'ল নদীত। GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল ঈশানী কাশ্যপৰ। ৰাজু ডেকা, চিমি ডেকাৰ কন্যা ঈশানী কাশ্যপ।মঙলবাৰে নিশা সাপে খুঁটিছিল ঈশানীক। লগে লগে ভৰ্তি কৰোৱা হৈছিল!-->…
গণেশগুৰিত পূৰ্ণ গতিত চলিছে হনুমান মন্দিৰৰ নিৰ্মাণ কাৰ্য্য, ২৮ নবেম্বৰত উদ্ধোধন , দান – বৰঙণিৰ…
গুৱাহাটী ৫ অক্টোবৰ: গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো তিনি দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ'ব। অহা ২৩ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ চলিব লগা!-->!-->!-->…
ৰাষ্ট্ৰীয় স্বীকৃতি প্রাপ্ত সত্ৰীয়া নৃত্যক উপেক্ষা চৰকাৰৰ
অসম চৰকাৰৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে এক জাননীয়োগে ২০ ২৩-২০২৪ বৰ্ষৰ বাবে অসম সাংস্কৃতিক মহাসংগ্ৰাম নামেৰে এলানি প্রতিযোগিতা অনুষ্ঠিত কৰাৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰতিযোগিতাসমূহৰ ভিতৰত জ্যোতি সংগীত,!-->!-->!-->…
ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত ছিকিমত এই পৰ্যন্ত মৃত্যু ১৪জন লোকৰ
নিউজ ডেস্ক, ৫ অক্টোবৰঃ ছিকিমৰ লাছেন উপত্যকাত জলপ্ৰলয়। হোৰাহোৰে বাঢ়িছে তিস্তা নদীৰ জলপৃষ্ঠ।লোনাক হ্ৰদৰ তিস্তা নদীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত এই পৰ্যন্ত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হৈছে।লগতে সন্ধানহীন হৈ আছে ১২০জনৰো অধিক!-->…
স্বামীয়ে টনা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু, পত্নীক হত্যা কৰি স্বামীৰ স্বীকাৰোক্তি
নিউজ ডেস্ক, ৫ অক্টোবৰঃ বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু।স্বামী বাবুল নাহকে পত্নী বিনীতা তাঁতীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰে। পত্নীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ!-->…
এছিয়ান গেমছৰ ফাইনেলত লাভলীনাৰ ৰূপৰ পদক লাভ
নিউজ ডেস্ক, ৪ অক্টোবৰঃ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভলীনা বৰগোঁহাইৰ। চীনৰ লি কিউয়ানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়াৰ স্বত্ত্বেও ফাইনেলত থমকিল লাভলীনা।মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিঙৰ ফাইনেলত পৰাস্ত লাভলীনা।
এই সফলতা অৰ্জন কৰাৰ লগে!-->!-->!-->…