নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু প্ৰধানমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকি
বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হয় বিশ্বকাপৰ প্ৰথমখন খেল। খেলখন সুকলমে চলিল। বিশ্বকাপৰ ফাইনেলকে ধৰি এতিয়াও ৩খন খেল বাকী আছে। স্বাভাৱিকতে এন আই এলৈ অহা ভাবুকিপূৰ্ণ ই-মেইলৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়!-->!-->!-->…
পুৰুষে প্ৰায়ে কিছুমান সমস্যাত ভোগে…জানেনে কি সমস্যা
অফিচ বা কৰ্মক্ষেত্ৰত কাম কৰি থাকোঁতে আপোনাৰ উশাহ বন্ধ হৈ যায় নেকি?
হতাশাৰ অনুভৱ আহেনে? তেনেকুৱা হ’বও পাৰে। কিয়নো মানুহ যন্ত্ৰ নহয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ভাব কিয় আহে ?
বহু লোকে এই হতাশাৰ আঁৰত বৰ্তমানৰ!-->!-->!-->!-->!-->!-->!-->…
বেয়া প্ৰস্তাৱৰ পৰা অভিনেত্ৰী এছা গুপ্তাই কেনেকৈ নিজকে ৰক্ষা কৰিছিল
দহ বছৰ পূৰ্বে অভিনেত্ৰী হিচাপে বলীউডত প্ৰৱেশ কৰিছিল এছা গুপ্তাই। ২০১২ চনত ‘জন্নত ২’ চিনেমাৰ জৰিয়তে নায়িকা হিচাপে অভিষেক ঘটায়। কুনাল দেশমুখৰ পৰিচালনাত নিৰ্মিত ছবিখনত এছাই বলীউডৰ অভিনেতা ইমৰাণ হাছমীৰ সৈতে যোৰ কৰিছিল। প্ৰথমখন চিনেমাত!-->!-->!-->…
মেক্সিকান সীমান্তত দেৱাল নিৰ্মাণৰ ঘোষণা, “মুক্ত মনোভাৱৰ” বাইডেনে খোজ কাঢ়িলে ট্ৰাম্পৰ পথত
বহু লোকে আশ্ৰয় বিচাৰি মেক্সিকান সীমান্ত পাৰ হৈ আমেৰিকাত প্ৰৱেশ কৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষমতালৈ অহাৰ পিছত আমেৰিকাত শৰণাৰ্থীৰ প্ৰৱেশ ৰোধ কৰিবলৈ এই সীমান্তত এখন দেৱাল নিৰ্মাণৰ সিদ্ধান্ত লয়। এইবাৰ ৰাষ্ট্ৰপতি!-->!-->!-->…
অনুৰাগীৰ কথাত অক্ষয়ৰ চকুত চকুপানী
বলীউডৰ ‘খিলাড়ী কুমাৰ’ অভিনয়ৰ লগতে আকৰ্ষণীয় কথাৰ বাবেও জনপ্ৰিয়।
তেওঁৰ জীৱনশৈলী বহুতৰে বাবে প্ৰেৰণা। প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ জীৱনৰ স্নেপশ্বট শ্বেয়াৰ কৰে।
অক্ষয় কুমাৰ অভিনীত 'মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ' আজি!-->!-->!-->!-->!-->!-->!-->…
ৰাহুলৰ ‘ৰা’+ শচীনৰ ‘চীন’= ৰাচিন
ৰাহুলৰ 'ৰা', শচীনৰ 'চীন'।
নিউজিলেণ্ডৰ ভাৰতীয় মূলৰ ক্ৰিকেটাৰগৰাকীয়ে বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰে। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ পিতৃয়ে কেইবাবছৰ পূৰ্বে কামৰ বাবে বাংগালুৰু এৰি নিউজিলেণ্ডলৈ গৈছিল। তাতেই ৰাচিন ডাঙৰ হৈ!-->!-->!-->!-->!-->…
ছিকিমৰ ল’নাক হ্ৰদলৈ আহিব দুৰ্যোগ ! হ’ব পাৰে আজিৰ দশা বুলি ইছৰ’ই সকীয়াই দিছিল বহু পূৰ্বে
ছিকিমৰ এই দুৰ্যোগত এতিয়ালৈকে ১৪ জন লোকৰ প্ৰাণহানি হৈছে। কমেও ১০৩জন লোক সন্ধানহীন হৈ আছে। বহু জোৱানো সন্ধানহীন। মঙলবাৰে ল’নাক হ্ৰদ ফাটি ছিকিমৰ ভয়াৱহ পৰিস্থিতিৰ আঁৰত ‘গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড’ (GLOF) বুলি অনুমান কৰা হৈছে।
!-->!-->!-->!-->!-->!-->!-->…
মহানগৰীত কৃত্ৰিম বানৰ বাবে বাতিল কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা, বন্ধ কেইবাখনো শিক্ষানুষ্ঠান
নিউজ ডেস্ক, ৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান। নেৰা-নেপেৰা বৰষুণৰ ফলত যোৱা দুদিন ধৰি জলবন্দী হৈ পৰিছে মহানগৰবাসী। মহানগৰীত ভয়ানক কৃত্ৰিম বানৰ কবলত বহু শিক্ষানুষ্ঠান। কৃত্ৰিম বানৰ বাবেই বাতিল কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা।
!-->!-->!-->…
এইবাৰ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ
নিউজ ডেস্ক, ৬ অক্টোবৰঃ এইবাৰ বিজেপিয়ে ৰাহুল গান্ধীক লৈ তৈয়াৰ কৰিছে এখন পোষ্টাৰ। ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে বিজেপিয়ে। ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই পোছাক। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ!-->…
এ বি এমছুত ভাঙন ধৰিছে নেকি
এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলামে UPPL দলত যোগদান কৰাৰ পিছতেই পৰ্বতঝোৰা জিলা এবিএমছুৰ ছয় জনকৈ নেতাৰ BPF দলত যোগদান।
আজি পৰ্বতঝোৰাৰ সুপাৰীঘাটত বিপিএফ দলৰ এখন কৰ্মী সভাত এবিএমছুৰ ছয়গৰাকী নেতাই আনুষ্ঠানিক বাবে!-->!-->!-->…