Daily Time Axom

‘অন্ধ আৰু বোধিৰ’, মণিপুৰত মোডীৰ পোষ্টাৰ

মণিপুৰত ডেৰ মাহ ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতো নৰেন্দ্ৰ মোডীৰ মৌনতাক লৈ ছ’চিয়েল মিডিয়াত এনেধৰণৰ ‘সন্ধন ​​চৈ’ৰ পোষ্টাৰ বিয়পি পৰিছে। বৃহস্পতিবাৰে নিশা পুনৰ হাজাৰ হাজাৰ লোকে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী তথা মণিপুৰ

জাপানত সলনি হ’ল ধৰ্ষণৰ সংজ্ঞা

জাপানে ধৰ্ষণৰ সংজ্ঞা সলনি কৰি আৰু যৌন সম্পৰ্কৰ বাবে নূন্যতম বয়স বৃদ্ধি কৰি যৌন অপৰাধ আইনত ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। শুকুৰবাৰে জাপানৰ সংসদৰ উচ্চ সদনে এই নতুন আইনখন গৃহীত কৰে। পূৰ্বে জাপানত কেৱল ‘বলপূৰ্বক যৌন সম্পৰ্ক’ক ধৰ্ষণ বুলি

হাৰ্নিয়াৰ অপাৰেচনৰ পিছত চিকিৎসালয় এৰি ভেটিকানলৈ উভতিল পোপ ফ্ৰান্সিছ

হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ ৯ দিনৰ পাছত শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ওলাই আহি ভেটিকানলৈ উভতিল পোপ ফ্ৰান্সিছ। গ্ৰীষ্মৰ সময়চোৱাত তেওঁৰ স্বাস্থ্যৰ ওপৰত নিয়মীয়াকৈ নিৰীক্ষণ কৰা হ’ব। ২০১৩ চনত পোপ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ৮৬ বছৰীয়া পোপ

টোপনিত নিৰ্গমন বা স্বপ্নদোষ কোনো দোষৰ কাৰণ নহয়

যৌন জীৱনৰ প্ৰতি কেৱল মানুহৰ কৌতুহল থাকে। বহুতে এই বিষয়ে মুকলিকৈ ক’বলৈ লাজ কৰে বা দ্বিধাবোধ কৰে। এজন সুস্থ স্বাভাৱিক কন্যা শিশুৱে ৮ৰ পৰা ১২ বা ১৩ বছৰ বয়সৰ ভিতৰত বা ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ সময়ত শাৰীৰিক পৰিৱৰ্তন অনুভৱ কৰে আৰু সুস্থ

সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ ছবি নিষিদ্ধ কৰাৰ দাবী

আজি মুক্তি পাব প্ৰভাস, কৃতি শ্বেননে অভিনীত ছবি ‘আদিপুৰুষ’। ছবিখনৰ প্ৰথম ট্ৰেইলাৰ মুক্তি পোৱাৰে পৰাই ছবিখন বিতৰ্কৰ বিষয় হৈ পৰিছে। বহুতে এই ছবিখনে ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দোহাই দি বিৰোধিতা কৰিছিল। কিন্তু সেই সকলোবোৰ বিতৰ্ক ছবিখন

গ্ৰীচত নাও ডুবি ৫০০ৰো অধিক লোকৰ মৃত্যু

যোৱা বুধবাৰে লিবিয়াৰ পৰা ইটালীলৈ শৰণাৰ্থী কঢ়িয়াই অনা এখন নাও যান্ত্ৰিক সমস্যাৰ বাবে গ্ৰীচৰ উপকূলত ডুব যায়। পাছত ক্ষিপ্ৰতাৰে আৰম্ভ হয় উদ্ধাৰৰ কাৰ্য। গ্ৰীক ক’ষ্ট গাৰ্ডে জনোৱা মতে, এই পৰ্যন্ত ১০৪ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হৈছে ৭৯টা

ভিছাৰ কথাকলৈ মোডী আৰু বাইডেনৰ আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক আমেৰিকা ভ্ৰমণত হাই-টেক আৰু প্ৰতিৰক্ষা খণ্ডক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব। ইয়াৰ উপৰিও ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলে আমেৰিকা ভ্ৰমণৰ বাবে ভিছাৰ বাবে দীৰ্ঘদিনীয়া অপেক্ষা হ্ৰাস কৰাটোও

পৰীক্ষাগাৰত নিৰ্মাণ হ’ব কৃত্ৰিম মানৱ ভ্ৰূণ

কোনো শুক্ৰাণু বা কণীৰ প্ৰয়োজন নাই। কোষবিহীন ভ্ৰুণৰ জন্ম হ'ব ! কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু কেলটেকৰ বিজ্ঞানীসকলে ষ্টেম চেলৰ সহায়ত কৃত্ৰিম মানৱ ভ্ৰূণ সৃষ্টি কৰিছে। কিন্তু লেবত নিৰ্মিত এই ভ্ৰূণ আধুনিক ভ্ৰূণৰ দৰে উন্নত নহয়। বৰঞ্চ ই মানুহৰ

এছ আই জুনমনি ৰাভাৰ মৃত্যুৰ তদন্ত কৰি থকা চি বি আই বিষয়া লাভলী কাটিয়াৰ কোন

অসম আৰক্ষী বিষয়া জুনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে। ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত নতুন দিল্লীৰ এটা চি বি আইৰ দল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ অসম আৰক্ষীৰ এছ আই

৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল-শিক্ষামন্ত্ৰী

নিউজ ডেস্ক, ১৬ জুনঃ ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিলে এই সিদ্ধান্ত। সেই মহাবিদ্যালয় কেইখন আছিল ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ