ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আটক শিখা শৰ্মা
নিউজ ডেস্ক, ১৬ জুনঃ বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক। নিশা দিছপুৰ আৰক্ষীয়ে বাসগৃহৰ পৰা আটক কৰে শিখা শৰ্মাক। উল্লেখ্য যে, নিহত গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট। এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগে আৰক্ষী!-->…
কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ট্ৰাকচালক
নিউজ ডেস্ক, ১৬ জুনঃ কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাকচালকজন, গুৰুতৰভাৱে আহত নৈশ বাছখনত থকা প্ৰায় ১৯ জনকৈ যাত্ৰী।
কলিয়াবৰ আৰক্ষী!-->!-->!-->…
বিনামূলীয়া আধাৰ কাৰ্ডৰ সংশোধনৰ সময়সীমা বৃদ্ধি
বিনামূলীয়া আধাৰ তথ্য বিনিময় আৰু তিনি মাহৰ বাবে বৃদ্ধি কৰা হৈছে।
১৪ ছেপ্টেম্বৰলৈকে এই সুযোগ উপলব্ধ হ’ব বুলি কৰ্তৃপক্ষই জনাইছে। পৰিচয় আৰু ঠিকনা প্ৰমাণৰ নথি-পত্ৰ ‘মোৰ আধাৰ পৰ্টেল’ৰ জৰিয়তে সংশোধন আৰু সংযোজন কৰিব পাৰিব। সাধাৰণতে!-->!-->!-->!-->!-->…
ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিলে অভিযোগনামা
দিল্লী আৰক্ষীয়ে ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে৷
অভিযুক্ত বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে মহিলা নিৰ্যাতন, যৌন নিৰ্যাতনকে ধৰি কেইবাটাও ধাৰা উল্লেখ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে POCSOৰ!-->!-->!-->!-->!-->…
দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড
দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড।
একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে ৰছীৰে নামিবলৈ চেষ্টা কৰিছিল। নামি অহা সময়ত আহত হয় কেইবাজনো। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত দিল্লীৰ মুখাৰ্জী!-->!-->!-->!-->!-->…
শিল্পা শ্বেট্টীৰ বাংলোত ডকাইতি! গ্ৰেপ্তাৰ ২
বলিউডত চোৰ-ডকাইতৰ সংখ্যা বাঢ়িছে! ইটোৰ পিছত সিটোকৈ তাৰকাৰ ঘৰত চুৰি আৰু ডকাইতিৰ ঘটনা সংঘটিত হৈছে। লাখ লাখ টকা কাৰোবাৰ লকাৰৰ পৰা নোহোৱা হৈছে। আকৌ কাৰোবাৰ ঘৰৰ পৰা মূল্যবান হীৰা গহনা চুৰি হৈছে। এইবাৰ শিল্পা শ্বেট্টীৰ বাংলোতো সংঘটিত হয়!-->!-->!-->…
নাও দুৰ্ঘটনাত ১০৩ জন লোকৰ মৃত্যু
বিয়া খাই উভতি অহাৰ পথত নাওখন ডুবি ১০৩জন যাত্ৰীৰ মৃত্যু । নাইজেৰিয়াৰ কোৱাৰা ৰাজ্যত মঙলবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এতিয়ালৈকে নাইজাৰ নদীৰ পৰা ১০০ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও অনুসন্ধান অব্যাহত আছে, গতিকে!-->!-->!-->…
খালিস্তানী নেতা অমৃতপালৰ ঘনিষ্ঠ অৱতাৰ সিঙৰ লণ্ডনত মৃত্যু
লণ্ডনত থকা খালিস্তান লিবাৰেচন ফৰ্চৰ মুৰব্বী আৰু খালিস্তানী নেতা অমৃতপল সিঙৰ ঘনিষ্ঠ অৱতাৰ সিঙৰ লণ্ডনত মৃত্যু হয়। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়।
অৱতাৰ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল।
এতিয়া তেওঁৰ!-->!-->!-->!-->!-->!-->!-->…
গুৱাহাটীৰ জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
নিউজ ডেস্ক, ১৫ জুনঃ গুৱাহাটীৰ জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক। ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।
উল্লেখ্য যে,!-->!-->!-->…
SI জোনমণি ৰাভাৰ তদন্তৰ দায়িত্ব লৈয়েই গুৱাহাটীত CBIৰ দল
নিউজ ডেস্ক, ১৫ জুনঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হয় CBIৰ দল। আই পি এছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে নিশা গুৱাহাটী চিবিআই কাৰ্যালয়ত বাহৰ পাতে।CIDৰ সৈতে আলোচনাত মিলিত হৈ!-->…