মাহিলী আঠ লাখ টকা উপাৰ্জনৰ কথা শুনি আচৰিত ৰাহুল
ৱাশ্বিংটন ডি চিৰ পৰা নিউয়ৰ্কলৈ। ১৯০ কিলোমিটাৰ পথ। ৰাহুল গান্ধীয়ে ট্ৰাক চালকৰ কাষত বহি এই পথটো অতিক্ৰম কৰিছিল। ট্ৰাকৰ মালিক তথা চালক তলজিন্দৰ সিঙৰ সৈতে ৰাহুলৰ বাৰ্তালাপত ৰাজনীতি আৰু খাদ্যৰ চাহিদাৰ কথাও আছিল।
ৰাহুল গান্ধীয়ে!-->!-->!-->!-->!-->…
নিজকে নিৰ্দোষী বুলি দাবী, ট্ৰাম্পে দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰিলে বাইডেনক
আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কথা কৈ বিস্ফোৰণ ঘটালে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
আমেৰিকা চৰকাৰৰ গোপন নথি-পত্ৰ ফাদিল হোৱাৰ গোচৰত মঙলবাৰে মিয়ামিৰ ফেডাৰেল আদালতত হাজিৰ হয় প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প। কিন্তু ড’নাল্ড!-->!-->!-->!-->!-->…
ফ্ৰীজত শুকাই যোৱা লিচু, সতেজ কৰি ৰখাৰ উপায়
গ্ৰীষ্ম মানে আম, লিচি, জাম - বিভিন্ন ফল-মূল উপভোগ কৰাৰ দিন।
শৰীৰক পানীহীন কৰি ৰাখিবলৈ লিচুৰ বহু গুণ আছে। ইয়াৰ উপৰিও লিচু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, ছালৰ সমস্যা, আনকি পাচনতন্ত্ৰৰ সমস্যাৰ চিকিৎসাৰ বাবেও উপযোগী। কিন্তু সমস্যাটো হ’ল!-->!-->!-->!-->!-->…
৩ বছৰ হ’ল…সুশান্তৰ মৃত্যু আত্মহত্যা নে হত্যা ? কাৰণ এতিয়াও জানিব পৰা নাই !
আজি ১৪ জুন।
সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী। তিনিবছৰ পূৰ্বে আজিৰ দিনটোতে অভিনেতাগৰাকীক নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।
যোৱা তিনি বছৰত আৰব সাগৰৰ মাজেৰে বহু পানী উৰি গৈছে। ‘কাই পো চে’ৰ এই নায়কৰ নাম বাৰে বাৰে!-->!-->!-->!-->!-->!-->!-->…
৫গৰাকী ৰেচন ব্যৱসায়ীক সাময়িকভাৱে নিলম্বন
কাছাৰৰ লক্ষ্মীপুৰৰ বিধায়ক কৌশিক ৰায়ৰ নিৰ্দেশত দিলখোছ জিপিৰ ৫ গৰাকী ৰেচন ব্যৱসায়ীক সাময়িকভাৱে নিলম্বন কৰাৰ লগতে লক্ষ্মীপুৰৰ খাদ্য আৰু অসামৰিক বিভাগৰ বিষয়া জমিনিকান্ত দালাইক অন্য স্থানলৈ বদলি কৰা হৈছে। নিলম্বিত ৫ জন ডিলাৰৰ ভিতৰত মমন!-->!-->!-->…
৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰত ভূমিস্খলন
নিউজ ডেস্ক, ১৪ জুনঃ সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষই এক্সেভেটৰেৰে বাট মুকলি কৰাৰ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত মুকলি হোৱা নাই পথ। পাহাৰৰ পৰা!-->…
নাইজেৰিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা, দুৰ্ঘটনাত ১০৩গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু
নিউজ ডেস্ক, ১৪ জুনঃ নাইজেৰিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত ১০৩গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় ৩০০ গৰাকী যাত্ৰী। উদ্ধাৰ কৰা হৈছে ১০০ জন যাত্ৰী। বাকীসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান। উত্তৰ-মধ্য!-->…
পুনৰ ৰক্তাক্ত মণিপুৰ, গুলীচালনাত নিহত ৯জনকৈ লোক
নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত মণিপুৰ। পূব ইম্ফলৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাত মহিলাসহ ৯ জনকৈ লোকৰ মৃত্যু আৰু ১১ জনকৈ লোক আহত হয়।পূৱ ইম্ফলৰ সীমান্ত অঞ্চল কাংপকপিৰ এগিজাং গাঁৱত মঙ্গলবাৰে নিশা এই ঘটনা সংঘটিত হয়। আহতসকলক!-->…
তামিলনাডুৰ শক্তিমন্ত্ৰী ভি ছেন্থিল বালাজীক গ্ৰেপ্তাৰ EDৰ
নিউজ ডেস্ক, ১৪ জুনঃ তামিলনাডুৰ শক্তিমন্ত্ৰী ভি ছেন্থিল বালাজীক গ্ৰেপ্তাৰ৷ ‘কেচ ফৰ জব’ কেলেংকাৰীৰ গোচৰত ED-এ গ্ৰেপ্তাৰ কৰে মন্ত্ৰীগৰাকীক৷ বালাজীৰ বিভিন্ন স্থানত EDৰ তালাচীৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় ৷ ২০১৪ৰ ‘কেচ ফৰ জব’ আৰু ধন আত্মসাতৰ অভিযোগত!-->…
বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি
নিউজ ডেস্ক, ১৪ জুনঃ বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন, কনিষ্টবল, হোমগাৰ্ডসহ অৰ্ধশতাধিক আৰক্ষীক বদলিৰ নিৰ্দেশনা৷ বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে৷!-->…