গোলাঘাটৰ উৰিয়ামঘাট সীমান্তত শোকাৱহ ঘটনা, কুঁৱাত পৰি মৃত্যু পিতা-পুত্ৰৰ
নিউজ ডেস্ক, ১৩ জুনঃ গোলাঘাটৰ উৰিয়ামঘাট সীমান্তৰ ২নং আজাৰগুৰীত এক শোকাৱহ ঘটনা। কুঁৱাত পৰি একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। মটৰৰ ভাল্ভ মেৰামতিৰ বাবে কুঁৱাৰ ভিতৰত সোমাইছিল পিতৃয়ে। প্ৰথমে উশাহ বন্ধ হৈ অচেতন হৈ পিছলি পৰে পিতৃ নিৰঞ্জন ব্ৰহ্ম।!-->…
মহানগৰীত বন্ধ হ’ল ১০৯খনকৈ চিটিবাছ
নিউজ ডেস্ক, ১৩ জুনঃ মহানগৰীত বন্ধ হ'ল ১০৯ খন কৈ চিটি বাছ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গুৱাহাটী পৰিবহণ বিভাগৰ। এক জাননী যোগে এই কথা সদৰি কৰে মহানগৰীৰ পৰিবহণ বিভাগে।
মহানগৰীত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ বাবে এই সিদ্ধান্ত পৰিবহণ বিভাগৰ।!-->!-->!-->…
আজিৰে পৰা অনাগত ৫ দিনলৈ ভূমিস্খলন প্ৰৱণ এলেকাত বন্ধ থাকিব বিদ্যালয়
নিউজ ডেস্ক, ১৩ জুনঃ আজিৰে পৰা অনাগত ৫ দিনলৈ ডিমা হাছাওৰ ভূমিস্খলন প্ৰৱণ এলেকাত বন্ধ থাকিব বিদ্যালয়। হাফলং, হাৰাংগাজাও, মাহুৰ আৰু অন্যান্য ভূমিস্খলন প্ৰৱণ অঞ্চলসমূলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। বৰষুণৰ ফলত বান, ভূমিস্খলনৰ আশংকাত এই সিদ্ধান্ত!-->…
মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি
নিউজ ডেস্ক, ১২ জুনঃ মহানগৰীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছে অঞ্চলটো। পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী। তীব্ৰবেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমীপৰ!-->…
নৃশংস হত্যাকাণ্ড! ভতিজাকে শিৰচ্ছেদ কৰিলে পিতা–পুত্ৰৰ
নিউজ ডেস্ক, ১২ জুনঃ ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল পিতা-পুত্ৰৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালৰ ১২নং আঠাই বস্তিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিজ বাসগৃহৰ ভিতৰতে দাৰে ঘপিয়াই শিৰচ্ছেদ!-->…
নয়ডাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ’ত অঘটন, ফেশ্বন শ্ব’ৰ মাজতে লোৰ খুটা পৰি মৃত্যু মডেলৰ
নিউজ ডেস্ক, ১২ জুনঃ নয়ডাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ'ত অঘটন। ফেশ্বন শ্ব'ৰ মাজতে লোৰ খুটা পৰি মৃত্যু এগৰাকী ২৪ বছৰীয়া মডেল।
মৃত্যু হোৱা মডেলগৰাকী বনশিখা ছোপ্ৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, লাইটৰ বাবে ব্যৱহাৰ কৰা এটা খুটা হঠাতে!-->!-->!-->…
চাঞ্চল্য! গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ গ’ল মৃতদেহ
নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংস হত্যা। কৃষ্ণাই চলপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ জোনালী নাথৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ দায়িত্বত!-->!-->!-->…
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰিত অবিজ্ঞানসন্মত ডিভাইডাৰৰ কৱলত তিনি যুৱক
জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত হোৱা কিছুমান অবিজ্ঞানসন্মত কামৰ বাবে এতিয়া বৃহত্তৰ চাংসাৰিৰ লগতে ইয়াৰ ওচৰে পাজৰে থকা বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত পথটোক কেন্দ্ৰ কৰি ত্ৰাসৰ সৄষ্টি হৈছে। বিশেষকৈ চাংসাৰি!-->!-->!-->!-->!-->…
আদিপুৰুষৰ আগতীয়া বুকিঙে চাঞ্চল্যৰ সৃষ্টি কৰিছে,প্ৰথম দিনাই হাজাৰ হাজাৰ টিকট বিক্ৰী
আদিপুৰুষৰ হিন্দী সংস্কৰণৰ এডভান্স বুকিং আৰম্ভ হৈছে।
১০ জুন অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হৈছিল টিকট বুকিং আৰু ইমানেই প্ৰচণ্ড সঁহাৰি দেখা গৈছিল যে ছবি নিৰ্মাতাসকলেও বিশ্বাস কৰিব পৰা নাই।
শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ১০ হাজাৰ টিকট!-->!-->!-->!-->!-->!-->!-->!-->!-->…
বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুথ কমিটীৰ সভা সম্পণ্ণ
আজি কান্ধবাৰী-দাগাপাৰা,ঘোগা,আৰু লোহাৰকাঠা-আদাবাৰী মণ্ডল কংগ্ৰেছ কমিটীয়ে কংগ্ৰেছ দলৰ বুথ কমিটি গঠন কৰাৰ উদ্দেশ্যৰে এখনি সভা অনুষ্ঠিত কৰা হয়।বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ সভাপতিত্ব অনুষ্ঠিত কৰা উক্ত সভা খনত মুখ্য অতিথি!-->…