Daily Time Axom

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

নিউজ ডেস্ক, ১০ জুনঃ শক্তিপীঠ মা কামাখ্যাত ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ'ব ২৬ জুনত। এইবাৰ অম্বুবাচীক লৈ নীলাচল পাহাৰত চলিছে ব্যাপক প্ৰস্তুতি। ভক্তৰ সুবিধা হোৱাকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন

গণেশগুৰিৰ ঘটনা সন্দৰ্ভত এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক আটক

নিউজ ডেস্ক,১০ জুনঃ গণেশগুৰিৰ দুৰ্ঘটনাৰ সন্দৰ্ভত এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক আটক। চতিয়াৰ পৰা আটক কৰা হৈছে ঠিকাদাৰ পাৰিজাতক। দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ঠিকাদাৰজনক। ইয়াৰ পূৰ্বে শুকুৰবাৰে এই একেটা

দুদিনৰ বাবে গুৱাহাটীৰ ১৬টা স্থানত বন্ধ থাকিব পানীযোগান

নিউজ ডেস্ক, ১০ জুনঃ দুদিনৰ বাবে গুৱাহাটীৰ ১৬টা স্থানত বন্ধ থাকিব পানীযোগান৷ ১২-১৩ জুনত বন্ধ থাকিব GMCৰ পানীযোগান৷ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই জনাই এই কথা। পাণবজাৰ ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ পানী যোগান

কৰমণ্ডল এক্সপ্ৰেছৰ পাছত আন এক অঘটন! এইবাৰ দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই

নিউজ ডেস্ক, ৯ জুনঃ বৃহস্পতিবাৰে নিশা উৰিষ্যাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছত অগ্নিকাণ্ড। ৰে'লখনৰ বি-৩ এচি ডবাৰ ব্ৰেক পেডৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ড। স্থানীয় লোকে প্ৰথমে এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত ডবাটোৰ

বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস !

নিউজ ডেস্ক, ৯ জুনঃ বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস !গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে ৩ বছৰ পুৰণি নিষেধজ্ঞা। এতিয়াৰে পৰা ৰাজ্যত বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস। তিনি বছৰ পূৰ্বে নাগালেণ্ড চৰকাৰে ৰাজ্যখনত কুকুৰৰ মাংস বিক্ৰী নিষিদ্ধ কৰিছিল

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

নিউজ ডেস্ক, ৯ জুনঃ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীসহ কেইবাখনো জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৭। ১০বাজি ৬ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা।

গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ

নিউজ ডেস্ক, ৯ জুনঃ গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ।নিৰ্জন ঠাইত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গুলীবিদ্ধ যুৱকজন। ৰাহুল কুমাৰ নামৰ যুৱকজনৰ মূৰত দেখা গৈছে আঘাতৰ চিন। যুৱকজনৰ কাষতে উদ্ধাৰ এটা 9mm পিষ্টল আৰু এখন স্কুটী।স্কুটীখনৰ নং-

ভয়ংকৰ বনজুইৰ কবলত কানাডা, বনজুইত ছাৰখাৰ হ’ল দেশখনৰ ৩.৩ মিলিয়ন হেক্টৰ বনভূমি

নিউজ ডেস্ক, ৯ জুনঃ ভয়ংকৰ বনজুইৰ কবলত কানাডা। বনজুইৰ কবলত সম্পূৰ্ণৰূপে ছাৰখাৰ হৈছে দেশখনৰ ৩.৩ মিলিয়ন হেক্টৰ বনভূমি। জুইৰ শিখাই অৰণ্যবোৰক ছানি ধৰাৰ সমান্তৰালভাবে কাষৰীয়া বহু অঞ্চল ক্ষতিসাধন কৰিছে।কানাডাৰ বনজুইৰ পৰা ওলোৱা ছাই মিহলি কলা

লিডুৰ কয়লাখনিত পুনৰ ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ৮ জুনঃ লিডুৰ কয়লাখনিত পুনৰ ভয়ংকৰ ঘটনা। অবৈধভাৱে কয়লা খনন চলাওঁতে দুজন যুৱকৰ মৃত্যু। ধনৰ প্ৰলোভন দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কয়লা মাফিয়াৰ। বুধবাৰে খনন চলাই থকাৰ সময়ত দুজনকৈ শ্ৰমিকৰ মৃত্যু ঘটে। নিহত হোৱা শ্ৰমিক দুজনৰ এজন

শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত নিহত এজন বাইক আৰোহী

নিউজ ডেস্ক, ৮ জুনঃ শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা। দলঙৰ আমিনগাঁও দিশত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। বাইক আৰোহীজন ছিপাঝাৰ খাণ্ডাজান গাঁৱৰ মিৰেল জমিৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে গুৱাহাটীলৈ