অম্বুবাচী মেলাৰ সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা
নিউজ ডেস্ক, ৭ জুনঃ ২১ জুনৰ পৰা ২৭ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। এই সময়ছোৱাত কামৰূপ মহানগৰত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা। অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ। গুৱাহাটী মহানগৰীৰ!-->…
মাধৱপুৰ সমবায় সমিতি দক্ষিণ জৰবাগানৰ এজেন্টৰ সপক্ষে থিয় দিলে বহু মহিলা গ্ৰাহক
মাধৱপুৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত দক্ষিণ জৰবাগানৰ সুলভ মূল্যৰ এজেন্ট মিন্টু চৰকাৰৰ সপক্ষে বহু মহিলা গ্ৰাহক একত্ৰিত হৈ এজেন্টজনে কোনো দুৰ্নীতি কৰা নাই আৰু তেওঁলোকে নিয়মীয়াভাবে চাউল পাই আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷!-->!-->!-->…
ফেশ্বন জগতত সুখ্যাতি অৰ্জন কৰিছে অসমৰ শিল্পীয়ে
অসমীয়াগিৰী। সঁচা অৰ্থত আকৌ এবাৰ অসমীয়া যুৱক যুৱতীয়ে মুম্বাইত দেখুৱাবলৈ সক্ষম হৈছে অসমীয়াগিৰী। নিজৰ প্ৰতিভাৰে মায়ানগৰী মুম্বাইত অসমীয়াগিৰী দেখুৱাবলৈ সক্ষম হোৱা এইসকল প্ৰতিভাধাৰীৰ সফলতাই ৰাজ্যলৈ বোৱাই আনিছে আনন্দৰ বন্যা। দুই!-->!-->!-->…
ইউক্ৰেইনত ৰাছিয়াই উৰুৱাই দিলে এটা বৃহৎ বান্ধ
মঙলবাৰে ৰাছিয়াই দক্ষিণ ইউক্ৰেইনত ছোভিয়েটে এটা মথাউৰিত বিস্ফোৰণ কৰে। এই অভিযোগ ইউক্ৰেইনৰ। ৰাছিয়াৰ নিয়ন্ত্ৰিত ভূখণ্ডত অৱস্থিত এই বান্ধটো বাবেই যুদ্ধবিধ্বস্ত অঞ্চলটোত পানী বিয়পি পৰিছে।
অৱশ্যে মথাউৰিটো ধ্বংস কৰাৰ বাবে দুয়োপক্ষই!-->!-->!-->!-->!-->…
উৰ্বশী আহি আছে পাৰবীন ববী হিচাপে
কান চলচ্চিত্ৰ মহোৎসৱ আৰু আই আই এফ এ এৱাৰ্ডত চকু কপালত তুলিছিল বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাই। এই সৌন্দৰ্য্যই দিছে নতুন খবৰ। বলীউডৰ প্ৰয়াত জনপ্ৰিয় অভিনেত্ৰী পাৰবীন ববিৰ বায়’পিকত দেখা যাব তেওঁক। এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী পাৰবীন ববী।!-->!-->!-->…
৫ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ খাদ্য
ছমাহ বয়সৰ পিছত শিশুটিয়ে মাতৃৰ মাতৃদুগ্ধৰ লগতে অন্যান্য খাদ্য খাবলৈ আৰম্ভ কৰে। কিন্তু কি বয়সত আৰু কিমান খাদ্য শিশুটিক দিব লাগে, বহুতৰে স্পষ্ট ধাৰণা নাই। বেছিভাগ মাতৃয়ে ভাবে যে শিশুটিক অধিক খাদ্য খুৱাই দিলে তেওঁলোকৰ বৃদ্ধি আৰু বিকাশ!-->!-->!-->…
লিণ্ডা ইয়াকাৰিনোক টুইটাৰৰ নতুন চিইঅ’ হিচাপে নিযুক্তি
মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰৰ নতুন চিইঅ’ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে লিণ্ডা ইয়াকাৰিনোৱে। তাৰ আগতে তেওঁ ‘নেশ্যনেল ব্ৰডকাষ্টিং কোম্পানী ইউনিভাৰ্চেল’ৰ অধ্যক্ষ আছিলএলেন মাস্কে ১২ মে’ত লিণ্ডাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে!-->!-->!-->…
নোৰা ফাতেহী হ’ব নেকি পৰৱৰ্তী কেটৰিনা কাইফ
নোৰা ফাতেহীয়ে নিজৰ মনোমোহা নৃত্যৰ খোজেৰে ভাৰতীয় আৰু উপমহাদেশীয় দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছে। এইগৰাকী নৃত্যশিল্পীয়ে ছ’চিয়েল মিডিয়াৰ ছবি আৰু নৃত্যৰ জৰিয়তে বহু স্বীকৃতি লাভ কৰিছে।
তাৰ বাবেই বহুতে নোৰা ফাতেহীক বলীউডৰ অভিনেত্ৰী!-->!-->!-->!-->!-->…
মণিপুৰৰ ছেৰৌত দুৰ্বৃত্তৰ গুলীত নিহত BSF জোৱান, আহত আছাম ৰাইফলছৰ ২জনকৈ জোৱান
নিউজ ডেস্ক, ৬ জুনঃ মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। মঙলবাৰে পুৱা কাকচিঙত সংঘটিত প্ৰচণ্ড গুলীচালনাত নিহত হয় এজন BSF জোৱান। নিহত জোৱানজন ৰঞ্জিত যাদৱ বুলি জানিব পৰা গৈছে।
BSFৰ মুখপাত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা কুকি দুষ্কৃতিকাৰীৰ!-->!-->!-->…
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
নিউজ ডেস্ক, ৬ জুনঃ ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত!-->…