মই মৃত্যুৰ ভাবুকিৰ কথা নাভাবো, মই এদিন মৰিমঃৰাহুল
যোৱা বছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। সেই প্ৰেক্ষাপটত আমেৰিকাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিলে যে তেওঁ এনে ভাবুকিৰ বাবে চিন্তিত নকৰে । আইতাক আৰু দেউতাকৰ পৰা শিকিছে যে সকলোৱে এদিন মৰিবই লাগিব।!-->!-->!-->…
ড৹ কল্যাণ কলিতাক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি
নিউজ ডেস্ক, ২ জুনঃ ড৹ কল্যাণ কলিতাক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি।বৰ্তমান মহাবিদ্যালয়খনৰে অধ্যাপক ড৹ কল্যাণ কলিতাক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা এক নিৰ্দেশনাযোগে এই কথা!-->…
কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এটি ৮ বছৰীয়া শিশু
নিউজ ডেস্ক, ২ জুনঃ কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মছজিদলৈ গৈ থাকোঁতেই পুৱাই দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল ৮ বছৰীয়া মুৰাদ উদ্দিন নামৰ শিশুটিৰ। আনহাতে দুৰ্ঘটনাত শিশুটিৰ দুই!-->…
জনতাৰ মূৰত আন এক ৰামটাঙোন, পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল
নিউজ ডেস্ক, ২ জুনঃ জনতাৰ মূৰত আন এক ৰামটাঙোন। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। ইন্ধন, শক্তি ক্ৰয়ৰ নামত মাচুল বৃদ্ধি কৰিলে APDCL-এ।
এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ!-->!-->!-->…
আপোনজনক হেৰুৱাই এতিয়া বিচলিত হৈছে আলিয়া ভাট
আলিয়া ভাটৰ ককাক নৰেন্দ্ৰ ৰাজদান আৰু নাই।
তেওঁৰ বয়স আছিল ৯৩ বছৰ। যথেষ্ট দিন ধৰি তেওঁ চেনিলিটিত ভুগি আছিল। যোৱা সপ্তাহত তেওঁৰ কন্যা ছোনী ৰাজদানে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু বৃহস্পতিবাৰে ককাকক হেৰুৱাই মৰ্মাহত আলিয়া। ছ’চিয়েল!-->!-->!-->!-->!-->…
বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা
নিউজ ডেস্ক, ১ জুনঃ বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা। ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত দুৰ্বৃত্তৰ গুলীচালনা। ধন দাবী কৰি দুই জাঁইকৈ গুলীচালনা কৰে দুৰ্বৃত্তই।
৩ লাখ টকা লুটৰ অপচেষ্টাৰে গুলীবৰ্ষণ দুৰ্বৃত্তৰ।স্বত্বাধিকাৰী শ্বাহ আলমে CSP বন্ধ!-->!-->!-->…
স্বীকৃতি হেৰুৱাব দেশৰ ৪০খন চিকিৎসা মহাবিদ্যালয়ে, তালিকাত আছে অসমৰ ৩ খন চিকিৎসা মহাবিদ্যালয়
নিউজ ডেস্ক, ১ জুনঃ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। আনহাতে স্বীকৃতি বাতিলৰ পথত দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। তালিকাত অন্তৰ্ভুক্ত হৈছে অসম, গুজৰাট,!-->…
ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত
নিউজ ডেস্ক, ১ জুনঃ ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। SERS পাব্লিক স্কুলৰ বাছৰ সৈতে সংঘৰ্ষ এখন যাত্ৰীবাহী বাছৰ।দুৰ্ঘটনাত কথামপি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
বৰপেটা অভিমুখী আছিল!-->!-->!-->…
জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী
নিউজ ডেস্ক, ৩১ মে'- জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী। পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণৰেখাত আটক সন্ত্ৰাসবাদীকেইটাক। ভাৰতীয় সেনাই আটক কৰে সন্ত্ৰাসবাদীকেইটাক। প্ৰথমে দুয়ো পক্ষৰ মাজত হয় গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ গুলীত আহত এজন ভাৰতীয় সেনা।
!-->!-->!-->…
বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত পুনৰ ৪জনক কৰায়ত্ত আৰক্ষীৰ
নিউজ ডেস্ক, ৩১ মে'- বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত আৰু ৪জনক কৰায়ত্ত আৰক্ষীৰ। আনন্দ ৰাভা, প্ৰফুল্ল ৰাভা, প্ৰহ্লাদ ৰাভা আৰু ৰজনী ৰাভা নামৰ অভিযুক্তকেইজনক আটক কৰি আৰক্ষীৰ জেৰা অব্যাহত। শীঘ্ৰেই এইকেইজনক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।!-->…