Daily Time Axom

খালৰ পানী হঠাৎ সেউজীয়া! ভেনিচত আচৰিত ঘটনা

ইটালীৰ ভেনিচ চহৰক সপোনৰ চহৰ বুলি কোৱা হয়। চহৰখনৰ মাজেৰে বৈ যোৱা বহুতো খালৰ বাবে ভেনিচ বিশ্ববিখ্যাত। শেহতীয়াকৈ এই খালবোৰৰ পানী যথেষ্ট হ্ৰাস পাইছিল। এতিয়া দেখা গ’ল যে ভেনিচৰ গ্ৰেণ্ড কেনেলৰ পানী হঠাতে সেউজীয়া হৈ পৰিছে। কিয় এনে হ’ল

৭খন দুৰ্ঘটনা প্ৰৱণ জিলালৈ DGPৰ কঠোৰ নিৰ্দেশনা

নিউজ ডেস্ক, ৩০ মে'- ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনা৷ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ বিশেষ একছন প্লেন প্ৰস্তুত DGPৰ৷ নগাঁও, কামৰূপ (মেট্ৰ’), বৰপেটা, কামৰূপ, শোণিতপুৰ, ধেমাজি, নলবাৰীক লৈ একছন প্লেন৷ ইতিমধ্যে সংগ্ৰহ

শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভস্মীভূত প্ৰায় ৪ কোটি টকাৰ সা–সামগ্ৰী

নিউজ ডেস্ক, ৩০ মে'- শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অৰুণচ নামৰ কাপোৰৰ বিপনীখনত সংঘটিত হয় এই অগ্নিকাণ্ড। ২০খন বাহনে জুই নিৰ্বাপণ কৰা হয় যদিও অগ্নিকাণ্ডস্থলীত পুনৰ সংঘটিত হয় অঘটন। কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া নিশ্চিতকৈ জানিব পৰা

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ পৰা খাৱৈত পৰিল যাত্ৰীভৰ্তি বাছ

নিউজ ডেস্ক, ৩০ মে'- জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। গভীৰ খাদত পৰি ১০ জন লোকৰ কৰুণ মৃত্যু। অমৃতসৰৰ পৰা কাটৰা অভিমুখী আছিল বাছখন। দুৰ্ঘটনাত ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান

গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি, বন মাফিয়াৰ আক্রমণত নিহত বন বিভাগৰ এজন…

নিউজ ডেস্ক, ৩০ মে'- গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ লোকক আক্রমণ চোৰাং কাঠ মাফিয়া আৰু একাংশ স্থানীয়ৰ। আক্রমণত নিহত বন বিভাগৰ এজন লোক। গুৰুতৰভাৱে আহত আন তিনিজন। চোৰাং কাঠ মাফিয়াৰ আক্ৰমণত নিহত বনকৰ্মী

ধেমাজিৰ চিলাপথাৰত ডাইনীৰ নামত নিৰ্যাতন, সাত জনক গ্ৰেপ্তাৰ, ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী ডঃ…

ধেমাজি, ২৯মেঃ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ বৰলুং পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত যোৱা ১৭ মে'ত মানৱ সভ্যতাক লজ্জানত কৰা ডাইনী কাণ্ডৰ ঘটনা সংঘটিত হৈ যায়।মাটিবাৰী তথা সম্পত্তি সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি মিচং উপাধিৰ এগৰাকী মহিলাক

দিল্লীৰ ৰাজপথত প্ৰেমিকাক ২০ বাৰতকৈও অধিক ছুৰীৰে আঘাত,৬ বাৰ ডাঙৰ শিলেৰে মূৰত মাৰি হত্যা

দিল্লীত এগৰাকী কিশোৰীক ছুৰীৰে আঘাত কৰি হত্যা কৰে অভিযুক্ত সাহিলে (২০)। সোমবাৰে বিয়লি ৩ বজাত বুলন্দশ্বহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক। সাহিলৰ ঘৰৰ মালিকে কয় যে তেওঁৰ পিতৃৰ নাম সৰফৰাজ আৰু তেওঁ ২ বছৰ ধৰি বৰৱালাৰ জৈন কলনীত

মধ্যপ্ৰদেশৰ নিৰ্বাচনত কংগ্ৰেছে ১৫০খন আসন লাভ কৰিব, আশাবাদী ৰাহুল

কৰ্ণাটকত জয়ৰ পিছত আত্মবিশ্বাসী কংগ্ৰেছ। এইবাৰ মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন। তাতো জয়ী হ’ব বুলি আত্মবিশ্বাসী কংগ্ৰেছ। মধ্যপ্ৰদেশৰ নিৰ্বাচনত দলটোৱে ১৫০খন আসন লাভ কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। সাংবাদিকৰ সন্মুখত ৰাহুলে কয়,

আজিৰে পৰা অসমত চলিব বন্দে ভাৰত এক্সপ্ৰেছ, তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ৰাইজৰ বহু আকাংক্ষিত আতক ধুনীয়া, হাইস্পীড ট্ৰেইনখনক আদৰিবলৈ সাজু কৰি তোলা হৈছে বিজনীৰ ৰে'ল ষ্টেচন।বহু চৰ্চিত ৰেলগাড়ীখন বিজনী ষ্টেচনতো দুই মিনিট সময় ৰখায়।ৰাজধানী এক্সপ্ৰেছতকৈও দ্ৰুত এই বন্দে ভাৰত এক্সপ্ৰেছ খন এবাৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ

সাক্ষাৎকাৰ দিছে, এতিয়া কি কৰিব? চাকৰি পাবলৈ ৫ টা সহজ টিপছ আগবঢ়োৱা হ’ল

সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা। মনটোৱে কয়, নতুন অফিচৰ আপাৰ হাউচ আপোনাৰ কথা-বতৰাত সন্তুষ্ট। কিন্তু ৰাতিপুৱা সাক্ষাৎকাৰ লৈ দুপৰীয়া কিমানজনৰ ফোন আহে? ফলত মনে মনে অপেক্ষা কৰক আৰু চিন্তা কৰক। সেই হাৰত নিগনি দৌৰ, কাম হ’ব? সাক্ষাৎকাৰৰ পিছত