গৃহবন্দী কৰা হ’ব নেকি ইমৰাণ খানক
ইমৰাণ খানৰ জামান খান পাৰ্ক বাসগৃহক উপ-কাৰাগাৰ ঘোষণা কৰাৰ লগতে তেওঁক গৃহবন্দী কৰি ৰখা হ’ব পাৰে।
চৰকাৰে চিন্তা কৰি আছে। অৱশ্যে পঞ্জাৱৰ কেয়াৰটেকাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে ইমৰাণ খানক এতিয়ালৈকে গৃহবন্দী কৰাৰ কোনো!-->!-->!-->!-->!-->…
‘বদমাছ’ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী মৌনি ৰয়
সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈকে দুয়োৰে তেওঁ নায়িকা। এতিয়া 'ডান্স বাংলা ডান্স'ৰ বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । ইফালে মৌনি ৰয়ে আন এটা কামো কৰিছে। মুম্বাইৰ দৰে ব্যস্ত চহৰত নিজাকৈ ৰেষ্টুৰেণ্ট খোলিছে।
ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত তাৰকাৰ!-->!-->!-->!-->!-->…
বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু গৃহৰক্ষী জোৱান
নিউজ ডেস্ক, ২৯ মে'- বিলাসীপাৰাত উৎকোচ লৈ হাত দাঙিলে আৰক্ষীৰ উপ-পৰিদৰ্শকে। বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক ৰহিজুদ্দিন আহমেদৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন গৃহৰক্ষী সোণাৰুদ্দিন শ্বেইখ। আদালতলৈ কেছ ডায়েৰী প্ৰেৰণৰ নামত!-->…
খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত, জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি
নিউজ ডেস্ক, ২৯ মে'- খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত। নিমিষতেই জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি। জালুকবাৰীৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত এই ঘটনা সংঘটিত হয়। ফলত বহু সময় ধৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ।
উল্লেখ্য যে, ২৫ মে'ত!-->!-->!-->…
আজি শুভাৰম্ভ হ’ব ‘বন্দে ভাৰত এক্সপ্ৰেছ’
নিউজ ডেস্ক, ২৯ মে'- আজি শুভাৰম্ভ হ'ব 'বন্দে ভাৰত এক্সপ্ৰেছ'। ১২ বজাত ভিডিঅ' কনফাৰেন্সিংযোগে শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। মুকলি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।!-->…
ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি
নিউজ ডেস্ক, ২৯ মে'- ৰাজ্যত অনুভূত ভূমিকম্প। মহানগৰী আৰু উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি। ৮ বাজি ৪ মিনিটত অনুভূত হয় তীব্র জোকাৰণি।
একেলগে দুটাকৈ জোকাৰণি অনুভূত হয়। প্ৰায় ৩০ ছেকেণ্ডৰ ব্যৱধানত অনুভূত হয় দুটাকৈ জোকাৰণি। ৰিখটাৰ স্কেলত!-->!-->!-->…
নিশা জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা,দুৰ্ঘটনাত নিহত ৭জনকৈ যুৱক
নিউজ ডেস্ক, ২৯ মে'- নিশা মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ ছাত্ৰ। ছাত্ৰকেইজনৰ স্কৰপিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ' পিকআপ ভানত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত!-->…
৪৭ বছৰ বয়সতো হাইস্কুল শিক্ষান্ত পৰীক্ষা দি দ্বিতীয় বিভাগত উৰ্ত্তীণ হ’ল এগৰাকী তিনি সন্তানৰ…
সুদীৰ্ঘ ৩০ বছৰৰ অন্তত মৰিগাঁও জিলাৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰী ৪৭ বছৰীয়া মহিলাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হবলৈ সক্ষম হৈছে ৷ তেখেত বৰ্তমান তিনি সন্তানৰ মাতৃ ডাঙৰ ছোৱালী বি. এ 3rd Semester ৰ ছাত্ৰী ৷ মহিলা!-->…
বিশ্বৰ ৮৩ কোটিলোকে ভোকত শুৱে ৰাতি
আজি ২৮ মে’ বিশ্ব ক্ষুধা দিৱস।
প্ৰতি নিশা বিশ্বৰ ৮২ কোটি ৮০ লাখ লোক ভোকত শুৱে । এয়া বিশ্বৰ দহ শতাংশ জনসংখ্যাৰ তথ্য। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) প্ৰদান কৰা তথ্যত এই কথা উল্লেখ কৰা হৈছে। লগতে কয় যে এবছৰৰ পূৰ্বতকৈ এতিয়া!-->!-->!-->!-->!-->…
ভাৰতৰ নতুন সংসদ ভৱনৰ আকৃতিক কফিনৰ লগত তুলনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত নতুন সংসদ ভৱন উদ্বোধন কৰে। ইয়াৰ মাজতে লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি (নেচনেল পিপলছ পাৰ্টি)য়ে সোঁফালে নতুন সংসদ ভৱনৰ ফটো আৰু বাওঁফালে কফিন পোষ্ট কৰি বিতৰ্কৰ সৃষ্টি কৰিছে।
ভাৰতৰ নতুন সংসদ ভৱন!-->!-->!-->!-->!-->…