Daily Time Axom

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়াত শিশু সমিতি, অসমৰ বাৰ্ষিক সাধাৰণ সভা দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন

বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন কালি ২৭ মে' শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত আৰম্ভ হৈছিল । প্ৰথম দিনা বন্তি

যুৱকৰ পেটৰ পৰা ১৫টা কলম উলিয়ালে চিকিৎসকে

বাংলাদেশৰ শ্বাহজাদপুৰ উপাজিলাৰ ছিৰাজগঞ্জৰ শ্বাহজাদপুৰ উপজিলাৰ আতৰদাগ গাঁৱৰ এজন যুৱকৰ পেটৰ পৰা ১৫টা কলম উলিয়াই চিকিৎসকে। অৱশ্যে চিকিৎসকে কয় যে তেওঁৰ পেটত এতিয়াও চাৰি-পাঁচটা কলম বাকী আছে। যুৱকজনৰ নাম মোটালেব হোছেইন। শ্বাহজাদপুৰ

পাকিস্তানত হিমস্খলন! তুষাৰপাতৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হয়, বহু লোক আহত

পাকিস্তানত ভয়ংকৰ হিমস্খলন। জানিব পৰা মতে, বৰফত পোট গৈ কমেও ১০ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা। সেই স্থানৰ পৰা আৰু কমেও ২৫ জন লোকক উদ্ধাৰ কৰা হয়। বহুকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।পাকিস্তানৰ

মৰিগাঁও জিলাতো আজিৰে পৰা অনুষ্ঠিত হৈছে পালচ্ পলিঅ’ অভিযান

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো ২৮ মে'ৰ পৰা অনুষ্ঠিত হৈছে পালচ্ পলিঅ' অভিযান। ৫ বছৰ বয়সৰ তলৰ প্ৰতিটো শিশুক পলিঅ' ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে পলিঅ' ৰ দুটোপাল প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্যেৰে আৰম্ভ হৈছে এই অভিযান। মৰিগাঁও জিলাৰ

অসমৰ জীয়ৰী ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী

নিউজ ডেস্ক, ২৫ মে'- অসমৰ জোঁৱাই হ'ল বলিউড অভিনেতা আশিস বিদ্যাৰ্থী। বৃহস্পতিবাৰে বিয়াৰ সাজত দেখা গ'ল বিশিষ্ট অভিনেতাগৰাকীক। অসমৰ জীয়ৰী ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে কলকাতা ক্লাৱত বিবাহপাশত আবদ্ধ হয় বলীউডৰ প্ৰখ্যাত অভিনেতাজন। পৰিয়াল

বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰত আৰোহণ অসমৰ দুই পৰ্বতাৰোহীৰ

নিউজ ডেস্ক, ২৫ মে'- বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰত আৰোহণ অসমৰ দুই পৰ্বতাৰোহীৰ। ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত দুই অসম সন্তান পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ। শিখৰত আৰোহণ কৰি উৰুৱালে অসমীয়াৰ গামোচা আৰু ত্ৰিৰংগা।

বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, শূন্য দূৰত্বৰ পৰা শোৱাপাটীতে গুলীয়াই হত্যা…

নিউজ ডেস্ক, ২৫ মে'- বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। শোৱাপাটীতে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিশা প্ৰায় ২ বজাত অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক হত্যা কৰে দুৰ্বৃত্তই। ঘটনাস্থলীত

আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান

নিউজ ডেস্ক, ২৫ মে'- আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান।বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব এই অনুষ্ঠান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। স্বাস্থ্য, শিক্ষা, কৃষি, ক্ৰীড়া

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা, দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ মে'- জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু। শ্ৰমিক কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। আনহাতে আহত হৈছে কেইবাগৰাকীও শ্ৰমিক। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে

নাজিৰাৰ বিহুবৰত জঘন্য ঘটনা, গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা এজন লোকৰ

নিউজ ডেস্ক, ২৪ মে'- নাজিৰাৰ বিহুবৰত জঘন্য ঘটনা। গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা এজন লোকৰ। মোচোৱা মুণ্ডা নামৰ লোকজনৰ এই কু-কৰ্ম। শিৱসাগৰ জিলাৰ বিহুবৰত নৰবলিৰ চেষ্টা এগৰাকী ২৭ বছৰীয়া যুৱতীক। মোচোৱা মুণ্ডা নামৰ লোকজনে