Daily Time Axom

কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা কামৰূপ মহানগৰৰ জিলা দণ্ডাধীশৰ

নিউজ ডেস্ক, ২৪ মে'-কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা। আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন থাকিব। এই দুটা দিনত গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমনৰ

তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এগৰাকী ছাত্ৰী

নিউজ ডেস্ক, ২৪ মে'- তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। টিউচনলৈ যোৱাৰ পথতে বাছে মহটিয়াই নিয়ে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত হিমানী দাস নামৰ কিশোৰীগৰাকীৰ থিতাতে মৃত্যু হয় । গোপালপুৰ আদৰ্শ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল হিমানী।

বিজনী ভাঙনামাৰীত SSB ৰ অভিযানত চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ

চিৰাঙৰ বিজনীৰ ভাংনামাৰীত শনিবাৰে SSB ৰ অভিযানত চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰা হয় । জব্দকৃত ডাম্পাৰ খনৰ নম্বৰ AS-15AC- 3402 । SSB য়ে ডাম্পাৰ খনৰ চালক আলিমুদ্দিন(৩৬) আৰু হেণ্ডিমেন মমিনুল ইছলামক(১৫) আটক কৰে । ইয়াৰে

ধিঙত এ আই ইউ ডি এফৰ অৱস্থান ধৰ্মঘট

মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ । নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আজি এ আই ইউ ডি এফয়ে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীপালন কৰে। জানিব পৰা মতে,চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা লোক সকলক বিজেপি চৰকাৰে খেদি পঠিয়াই

এটা পথক লৈ বিপাঙত পৰিছে এটি দুৰ্ভগীয়া পৰিয়াল

অকল এজনৰ পাট্টা মাটিয়েদি গাঁৱলীয়া পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।কাষতে থকা আন এজনৰ মাটিয়েদি পথ নিৰ্মাণ নকৰাকৈ এজনৰ মাটিয়েদি পথ নিৰ্মাণক লৈ ক্ষোভিত হৈছে পৰিয়ালটো।উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত বহলপুৰ মিস্ত্ৰী পাৰা গাঁৱত

পাহাৰৰ ৰঙামাটিয়ে জীয়াতু ভুগাইছে ৰাইজক

উত্তৰ গুৱাহাটী - বেজেৰা অভিমুখী পথচোৱা হৈ পৰিছে বোকাময় । মান্দাকাটা বেটালিয়ন শিবিৰৰ সমীপৰ পথটো বছৰ বছৰ ধৰি বোকাময় হৈয়ে আহিছে । পথত জমা হোৱা ৰঙামাটিৰ বোকাই পথাছাৰীক জীয়াতু ভোগাই আহিছে এই অঞ্চলত । দৈনিক সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা ।

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে আজি তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তান্তীয়েঅসম চৰকাৰৰ কেবিনেটে শেহেতীয়াকৈ চান্তালী ভাষাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা

পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা

নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰামৰ উদ্যোগত আৰু সাপ্তাহিক কাকত গণমাৰ্গৰ সহযোগত আজি পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্ম জয়ন্তীৰ লগতসংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়ত আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিত‍াৰ অনুষ্ঠিত

আৰ টি আই প্ৰতিবেদনত বাৰেবিংকৰা উত্তৰঃ ব্যয়ৰ হিচাপ নাই বিভাগৰ হাতত

ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত ৮ কোটি টকাৰ কেলেংকাৰী!তথ্য ৰাজহুৱা কৰি তদন্তৰ দাবী সাংবাদিক হেমন্ত শৰ্মা আৰু অনুপম হাজৰিকাৰ বিগত কেবাবছৰে বন্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত প্ৰায় ৮ কোটি টকাৰ

বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ তীব্ৰ বিৰোধিতাঃঅসমীয়া যুৱ মঞ্চ

সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰেঃ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অসম নিবনুৱা সমস্যা দিনকে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও দুৰ্নীতি আৰু অনিয়ম সংঘটিত বিভিন্ন ঘটনা