মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ বাহনৰ খুন্দাত নিহত সপ্তম শ্ৰেনীৰ ছাত্ৰ
নিউজ ডেস্ক, ১৯ মে'-মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ অতিৰিক্ত উপায়ুক্তৰ বাহনে মহটিয়ালে দুজনকৈ ছাত্ৰক৷ দুৰ্ঘটনাত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু৷ মলয় নাথ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনো গুৰুতৰভাৱে আহত হয়৷!-->…
পশ্চিমবংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ
নিউজ ডেস্ক, ১৯ মে'- বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে। এতিয়াৰে পৰা এই ছবিখন পশ্চিম বংগত মুক্তি পাব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ নিষেধাজ্ঞাৰ শুনানি গ্ৰহণ!-->…
জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক, ১৯ মে'- SI জোনমণি ৰাভাৰ মৃত্যুৰ চাঞ্চল্যই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নিতৌ ন ন তথ্য ওলাই পৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰকাশ পাইছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য।
এই প্ৰতিবেদনত দেহৰ ভিন্ন স্থানত আঘাত!-->!-->!-->!-->!-->…
সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহৰ পৰা জব্দ ৬৫,৩৭,৫০০টকা
নিউজ ডেস্ক, ১৯ মে'- বৃহস্পতিবাৰে উৎকোচৰ ধন লৈ থকা অৱস্থাতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আয়কৰ বিভাগৰ সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা। তদন্তত তেওঁৰ গুৱাহাটীৰ ৰূপনগৰস্থিত বাসভৱনত অভিযান চলাই অনুজ্ঞাপত্ৰ নথকা পিষ্টলৰ লগতে!-->…
অসম এভাৰেষ্ট দিৱস, ২০২৩
১৮ মে' ২০১৩ চনত পোন প্ৰথমবাৰ এজন অসমীয়া যুৱকে পৃথিৱীৰ উচ্চতম শিখৰ এভাৰেষ্টত পদাৰ্পন কৰিবলৈ সক্ষম হৈছিল । এই ঐতিহাসিক সাফল্য সজীৱ কৰি ৰাখিবলৈ অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এচোচিয়েচনে প্ৰতি বছৰে উক্ত দিনটো "অসম!-->…
নলবাৰীত তিনি শতাধিক ঢুলীয়া-বিহুৱতীক সম্বৰ্ধনা জ্ঞাপন
অসমৰ বিহুৱে ইতিমধ্যে গ্ৰীনিজ বুক ওফ ৱাৰ্ল্ডত নাম অন্তৰ্ভুক্ত কৰিলে। ৰাজ্য চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ১১,৩০৪ গৰাকী সমূহীয়াকৈ বিহু নৃত্য প্ৰদৰ্শনৰে বিশ্বৰ ইতিহাসত নাম অন্তৰ্ভুক্ত কৰিলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ!-->…
প্ৰবঞ্চকৰ মুখত মুখ্যমন্ত্ৰীৰ নাম,১০০০/২০০০ কৈ ধন লোৱাৰ অভিযোগ ভূক্তভোগীৰ
প্ৰবঞ্চকৰ মুখত মুখ্যমন্ত্ৰীৰ নাম।
মুখ্যমন্ত্ৰী গৰাকীৰ OSD ৰ নাম নোলোৱাকৈ থকা নাই প্ৰবঞ্চক লক্ষ্মী কিশোৰ চৌধুৰীয়ে।প্ৰবঞ্চক লক্ষ্মী কিশোৰে দাবী কৰা মতে মুখ্যমন্ত্ৰীৰ জ্ঞাতে OSD ৰ অনুমতি সাপেক্ষে এই নিযুক্তিৰ পদক্ষেপ লোৱা হৈছে।
সৰ্ব!-->!-->!-->!-->!-->…
প্ৰথমবাৰৰ বাবে চীনে আয়োজন কৰিছে মধ্য এছিয়া শীৰ্ষ সন্মিলন
বেইজিঙে ৰাছিয়াৰ হৃদভূমি হিচাপে পৰিচিত পাঁচখন দেশত নিজৰ প্ৰভাৱ বৃদ্ধিৰ বাবে মধ্য এছিয়া সন্মিলনৰ আয়োজন কৰিবলৈ ওলাইছে। দুদিনীয়া এই সন্মিলনখন চীনৰ মধ্য চীনৰ ছিয়ান চহৰত অনুষ্ঠিত হোৱাৰ কথা। তাত কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান,!-->…
পাকিস্তানৰ পৰিস্থিতি পূব পাকিস্তানৰ দৰেই হ’ব পাৰেঃ ইমৰাণ খান
পাকিস্তানে দুৰ্যোগৰ দিশে আগবাঢ়িছে আৰু হয়তো বিচ্ছিন্নতাৰ সন্মুখীন হ’ব পাৰে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানে সকীয়াই দিছে। লগতে শাসকীয় মিত্ৰজোঁটে সেনাক তেওঁৰ দলৰ বিৰুদ্ধে থিয় কৰাই দিয়াৰ!-->!-->!-->…
আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে সৰিতা তছনিৱাল হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচক
নিউজ ডেস্ক, ১৮ মে'- ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডত অভিযুক্ত কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড।১৫২ পৃষ্ঠাৰ ৰায়দানত আছে ৬১জন ব্যক্তিৰ সাক্ষ্য। ৰায়দানত আদালতে কিৰো মেচক দোষী সাব্যস্ত কৰিছিল। সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত!-->…