Daily Time Axom

সৌৰভ গাংগুলীলৈ Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ

নিউজ ডেস্ক, ১৭ মে'- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ। ইতিমধ্যে তেওঁ Y শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত আছিল। Y শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থাৰ সম্প্ৰসাৰণেৰে

ৰাজ্য কঁপাই যোৱা AMCHৰ চিকিৎসক ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্য কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা আদালতৰ। কাইলৈ ঘোষণা কৰা হ'ব শাস্তিৰ ম্যাদ। ২০১৪ৰ ৮ মে'ত AMCHত

আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ

নিউজ ডেস্ক, ১৭ মে'- আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ। শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত।আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত আজি হাজিৰ কৰোৱা হ’ব আদালতত। উল্লেখযোগ্য যে, সোমবাৰে

ধেমাজিৰ বঙালমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ বঙালমাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত কেশৱ নাথ নামৰ ডকাইতটো। আক্ৰমণ কৰি পলাবলৈ লওঁতেই ডকাইতটোক গুলীয়ালে আৰক্ষীয়ে। উল্লেখ্য যে, ৪ মে’ত চুকাফা নগৰত

কিয়েভৰ আক্ৰমণত ৪ খন ৰাছিয়াৰ হেলিকপ্টাৰ ধ্বংস

কিছুদিন পূৰ্বে ইউক্ৰেইনে আমেৰিকাই প্ৰদান কৰা পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত ৰাছিয়াৰ অন্যতম শক্তিশালী কামিকাজে মিছাইল । এইবাৰ ইউক্ৰেইনৰ বাহিনীয়ে দুখন ৰাছিয়াৰ যুদ্ধ বিমান আৰু দুখন সেনা হেলিকপ্টাৰ ধ্বংস কৰে। ইয়াৰ বাহিৰেও

ঠাণ্ডা পানী হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক নেকি

অতি গৰমত বহুতে পোনে পোনে ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খায়। ফ্ৰীজৰ পৰা পোনপটীয়াকৈ ঠাণ্ডা পানী খালে কেইবাটাও সমস্যাৰ সৃষ্টি হয়। কিন্তু কেইবাটাও সূত্ৰই কয় যে ই আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। হঠাৎ প্ৰচুৰ পৰিমাণে ঠাণ্ডা পানী খালে

২০২২ চনতে পাঁচ বছৰৰ ভিতৰত সৰ্বোচ্চ মৃত্যুদণ্ড দিয়া হয়

২০২২ চনত বিশ্বত কমেও ৮৮৩ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। যিটো যোৱা পাঁচ বছৰৰ ভিতৰত সৰ্বাধিক এই তথ্য আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদনত দিয়া হৈছে। ইৰাণ আৰু চৌদি আৰৱত ৰাজনৈতিক বন্দীকে ধৰি বহুক

বিয়াৰ আগতে নেহা ধুপীয়া গৰ্ভৱতী আছিল

বিয়াৰ আগতে নেহা ধুপীয়া গৰ্ভৱতী আছিল বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াই গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰিছে। আৰু এই কাৰণেই তেওঁৰ নামৰ লগত ‘চেক্স চিম্বল’ উপাধিটো জড়িত হৈ পৰিছে। ব্যক্তিগত জীৱনত অভিনেতা অংগদ বেদীৰ সৈতে বিবাহপাশত আবদ্ধ হ’লেও

ইমৰাণ খানক গ্ৰেপ্তাৰ নকৰাৰ আবেদনৰ ৰায় স্থগিত ৰখা হৈছে

পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক যোৱা ৯ মে’ত ইছলামবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা আল-কাদিৰ ট্ৰাষ্টৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত ২ সপ্তাহৰ জামিন লাভ কৰে। ইয়াৰ পিছতে তেওঁৰ অধিবক্তাই উচ্চ

মোডীৰ পূৰ্বে আমেৰিকা ভ্ৰমণলৈ ৰাহুল গান্ধী, ৫ হাজাৰ ভাৰতীয়ৰ সৈতে সাক্ষাৎ কৰাৰ পৰিকল্পনা

নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে আমেৰিকালৈ যাব ৰাহুল গান্ধী। জনা গৈছে যে ৩১ মে’ত তেওঁ আমেৰিকাত উপস্থিত হ’ব। মুঠ ১০ দিনৰ বাবে তালৈ যাব। কংগ্ৰেছ নেতাগৰাকীয়ে নিউয়ৰ্কত পাঁচ হাজাৰ ভাৰতীয়ৰ সৈতে এক সমদল উলিয়াব বুলিও জনা যায়।