Daily Time Axom

কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ১৮ মে'- কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা। মিঠাতেলৰ সলনি ফেনাইলেৰে খাদ্য ৰান্ধিলে ৰান্ধনিয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ। বুধবাৰে কচুৱাৰ ৰজাগাঁৱৰ দক্ষিণ জ্বৰবাগান প্ৰাথমিক

এতিয়াৰে পৰা জিলা উপায়ুক্তৰ পৰিৱৰ্তে হ’ব জিলা আয়ুক্ত- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ১৮ মে'- এতিয়াৰে পৰা উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ মাজত হ’ব পোনপটীয়া যোগাযোগ। জিলা উপায়ুক্তৰ পৰিৱৰ্তে হ’ব জিলা আয়ুক্ত। প্ৰতিটো সমষ্টিতে এখন উপ-জিলা গঠনৰ সিদ্ধান্ত লোৱা হৈছে। উপ-জিলাৰ মুৰব্বী হ’ব উপ-আয়ুক্ত। বৰ্তমানৰ অতিৰিক্ত

দেশৰ নতুন কেন্দ্রীয় আইন মন্ত্রী অৰ্জুন ৰাম মেঘৱাল, কিৰেন ৰিজিজুক ভূ-বিজ্ঞান বিভাগৰ দায়িত্ব

নিউজ ডেস্ক, ১৮ মে'- দেশৰ নতুন কেন্দ্ৰীয় আইনমন্ত্ৰী হিচাপে অৰ্জুন ৰাম মেঘৱালক নিযুক্তি প্ৰদান কৰা হৈছে। আনহাতে কিৰেণ ৰিজিজুক দিয়া হৈছে ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দায়িত্বত আছিল অৰ্জুন ৰাম মেঘৱাল। ইয়াৰ পূৰ্বে

পুনৰ টীয়কত অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত পথে প্ৰাণ ল’লে এজন যুৱকৰ

নিউজ ডেস্ক, ১৮ মে'-টীয়কৰ জগদুৱাৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙত গাড়ীসহ সোমাই এজন নিহত হয়। দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম ভাস্কৰ বৰ্মন। নিহত যুৱকজনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদামত বুলি জানিব

জুনমনি ৰাভাৰ মৃত্যুঃ কলিয়াবৰৰ ঘটনাস্থলীত উপস্থিত ৩ চি আই ডিৰ সদস্য

ৰহস্যজনক পৰিস্থিতিত পথ দুৰ্ঘটনাত উপ-পৰিদৰ্শক জুনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে কলিয়াবৰত উপস্থিত হৈছে অপৰাধ অনুসন্ধান বিভাগৰ তিনিজনীয়া এটা দল। সূত্ৰ অনুসৰি বুধবাৰে পুৱা পথ দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে চি আই ডিৰ দলটোৱে।

চিকিৎসালয়ৰ পৰা নিদিলে এম্বুলেঞ্চ, বাইকত কন্যাৰ মৃতদেহ লৈ ঘৰলৈ যাত্ৰা পিতৃৰ

চিকিৎসালয়ত নাছিল এখনো এম্বুলেন্স। নাবালিকা কন্যাৰ মৃতদেহ লৈ পিতৃয়ে বাইকেৰে ঘৰলৈ ৰাওনা হয় তেওঁ। মধ্যপ্ৰদেশৰ শ্বাহদলত সংঘটিত হৈছে এই ঘটনা।জানিব পৰা মতে লক্ষ্মণ সিঙৰ ঘৰ কোটা গাঁৱত। শ্বাহদলৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত। সোমবাৰে নিশা

নগাঁও এছ পিৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ জুনমনি ৰাভাৰ মাতৃৰ

সোমবাৰে নিশা এক মাৰাত্মক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) জুনমনি ৰাভাৰ মৃত্যুৰ গোচৰত কেইবাটাও নাটকীয় টুইষ্ট এণ্ড টাৰ্ণৰ সৃষ্টি হৈছে। জুনমনিৰ মাতৃয়ে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াক তেওঁৰ কন্যাক “হত্যা” কৰাৰ অভিযোগ

তাপসী পান্নু ক’ত আছে…

তাপসী পান্নুৱে ইনষ্টাগ্ৰামত বিয়পাই দিলে শৈশৱৰ মুষ্টিমেয় ফটো ! অভিনেত্ৰীগৰাকীয়ে নিজৰ দৈনন্দিন পৰিঘটনাসমূহ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি ভাল পায়। তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰে। গজৱ ওলাইছে যে অভিনেত্ৰীগৰাকীয়ে

পিতৃ-মাতৃৰ কাজিয়াই কণমানি মনটোত কিমান প্ৰভাৱিত কৰে

সকলোৱে এখন সুখী সংসাৰৰ সপোন দেখে। ভাল চাকৰি, এৰেঞ্জড পৰিয়াল, ল’ৰা-ছোৱালী – নিঃসন্দেহে ‘হেপি ফ্ৰেম’। তথাপিও কেতিয়াবা অভিভাৱকৰ এখন বেয়া ছবি মাজে মাজে ওলাই আহে। কাৰণ হ'ল পিতৃ-মাতৃৰ কাজিয়া, তেওঁলোকৰ কাজিয়াই সন্তানক কিমান প্ৰভাৱিত কৰে?

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আসনত সিদ্দাৰমাইয়া উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰৰ ! জল্পনা-কল্পনা তুংগত

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ গৈ আছে সিদ্দাৰমাইয়া! বুধবাৰেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলগীয়া ডি কে শিৱকুমাৰ বা সিদ্ধাৰমাইয়াই যোৱা কেইদিনমানৰ পৰা