জি-৭ মঞ্চত গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন, ইউক্ৰেইনৰ যুদ্ধৰ মাজত শান্তিৰ বাৰ্তা মোডীৰ
১৯ মে’ৰ পৰা জাপানত আৰম্ভ হ’ব জি-৭ গ্ৰুপ মিটিং। আৰু সেই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিব। আন্তঃৰাষ্ট্ৰীয় মঞ্চত শান্তিৰ বাৰ্তা প্ৰদানৰ এই পৰিকল্পনা।
আগন্তুক সপ্তাহত মোডীৰ কূটনৈতিক!-->!-->!-->!-->!-->…
লণ্ডনত অনুষ্ঠিত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত’ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল…
নিউজ ডেস্ক, ১৬ মে'- আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা।লণ্ডনত অনুষ্ঠিত ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত এই সন্মান আগবঢ়োৱা হৈছে অভিনেতাগৰাকীক । "ফুটপ্রিণ্টছ অন ৱাটাৰ" নামৰ চলচ্চিত্রখনৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা।
উল্লেখ্য যে, ১৩ মে'ত!-->!-->!-->…
আজি দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন
নিউজ ডেস্ক, ১৬ মে'- আজি অনুষ্ঠিত হৈছে প্রধানমন্ত্রী ৰোজগাৰ মেলা। দেশৰ ৭১ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰা হ’ব। দিনৰ ১০.৩০ বজাৰ পৰা দেশৰ ৪৫টা কেন্দ্রত আয়োজন এই কাৰ্যসূচীৰ।ভিডিঅ' কনফাৰেন্সিংযোগে অনুষ্ঠানত অংশ ল'ব!-->…
WhatsApp সেৱাত নতুন সংযোজন মেটাৰ, এতিয়াৰে পৰা ব্যক্তিগত কথোপকথনৰ বাবে থাকিব WhatsApp Chat Lockৰ…
নিউজ ডেস্ক, ১৬ মে'- WhatsApp সেৱাত নতুন সংযোজন কৰিলে মেটাই। এতিয়াৰে পৰা ব্যক্তিগত কথোপকথনৰ বাবে থাকিব WhatsApp Chat Lockৰ সুবিধা। লক কৰি থ'ব পাৰিব নিৰ্দিষ্ট কথোপকথন। ব্যৱহাৰকাৰীৰ কথোপকথনৰ গোপনীয়তা দক্ষ কৰাৰে উদ্দেশ্যে এই নতুন সংযোজন ঘটাইছে!-->…
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত SI জোনমণি ৰাভা
নিউজ ডেস্ক, ১৬ মে'-ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভা। জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ। জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা।!-->…
কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পঞ্জাবৰ চাংৰুৰ আদালতৰ চমন
নিউজ ডেস্ক, ১৫ মে'- কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আদালতৰ চমন৷ পঞ্জাবৰ চাংৰুৰ আদালতে দিছে এই চমন৷১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে 'বজৰং দল হিন্দ'ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে।
১০ জুলাইত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ!-->!-->!-->…
ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰ-বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত মহিলাসহ দুজন
নিউজ ডেস্ক, ১৫ মে'-শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰ-বলেৰ’ পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলাসহ দুজন লোক৷ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ সমীপত এই ঘটনা সংঘটিত হয়৷ সংকটজনক অৱস্থাত আহতসকলক!-->…
আজিৰে পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত হ’ব উপায়ুক্তসকলৰ বৈঠক
নিউজ ডেস্ক, ১৫ মে'- আজিৰে পৰা তিনিচুকীয়াত উপায়ুক্ত সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাত নতুনত্বৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পঞ্চমখন সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ ৰূপৰেখা অংকন কৰা হ'ব এই!-->…
তামিলনাডুৰ উত্তৰ অঞ্চলত ভয়ংকৰ ঘটনা, বিষাক্ত সুৰা সেৱন কৰি ১১জন লোকৰ মৃত্যু
নিউজ ডেস্ক, ১৫ মে'- তামিলনাডুৰ দুটা পৃথক স্থানত বিষাক্ত সুৰা সেৱন কৰি ১১জন লোকৰ মৃত্যু ।ভিল্লুপুৰম জিলাত সাতজন আৰু চেঙ্গালপট্টু জিলাত চাৰিজনৰ মৃত্যু হয়।
আনহাতে ৩০ জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বিষাক্ত সুৰা যোগান ধৰাৰ!-->!-->!-->…
কৰ্ণাটকৰ ডিজিপি প্ৰবীণ সুদক CBIৰ সঞ্চালকৰূপে নিযুক্তি
নিউজ ডেস্ক, ১৫ মে'- কৰ্ণাটকৰ DGP প্ৰবীণ সুদক CBIৰ সঞ্চালক পদত নিযুক্তি৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে এই সিদ্ধান্ত ঘোষণা কৰা হয়৷ ২৫ মে'ত অৱসৰ ল'ব বৰ্তমানৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে৷
উল্লেখ্য যে, ১৯৮৬ বৰ্ষৰ IPS বিষয়া প্ৰবীণ সুদক দিয়া!-->!-->!-->…