উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা, দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ
নিউজ ডেস্ক, ৩১ মে'- উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৪১ জন যাত্ৰী কঢ়িয়াই অনা এখন বাছ ২০ মিটাৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুসহ দুজন লোকে।
হৰিদ্বাৰৰ চণ্ডী চ’কৰ পৰা প্ৰায় ২০০ মিটাৰ আগুৱাই নাজিবাবাদ অভিমুখে!-->!-->!-->…
আগন্তুক কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড তাপ, এই আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
নিউজ ডেস্ক, ৩১ মে'- উৎকট গৰমে দহিছে ৰাজ্য। আগন্তুক কেইবাদিন ধৰি অব্যাহত থাকিব প্ৰচণ্ড তাপ। অৱশ্যে আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণৰো সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী।
গুৱাহাটী মহানগৰত!-->!-->!-->…
নগাঁও আৰক্ষীত পুনৰ ৰদবদল, ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল
নিউজ ডেস্ক, ৩১ মে'- নগাঁও আৰক্ষীত পুনৰ ৰদবদল। ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল।
জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰ আৰক্ষী থানালৈ বদলি কৰা হৈছে। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহা আৰক্ষী থানালৈ!-->!-->!-->…
অশান্ত মণিপুৰত অমিত শ্বাহ খোজ
কটকটীয়া নিৰাপত্তাৰ মাজতে সোমবাৰে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অশান্ত মণিপুৰলৈ তিনিদিনীয়া ভ্ৰমণত নামি পৰে। সোমবাৰে নিশাও মণিপুৰৰ কেইবাখনো জিলাত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী মণিপুৰত!-->!-->!-->…
উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পৰা অভ্যাস…
উচ্চ ৰক্তচাপ এটা ডাঙৰ সমস্যাত পৰিণত হৈছে। বিশেষকৈ মহিলাসকলৰ বাবে এই সমস্যাই ভয়াৱহ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। থাইৰয়ড গ্ৰন্থিৰ সমস্যাই উচ্চ ৰক্তচাপৰ সমস্যাও বৃদ্ধি কৰে। গতিকে সমগ্ৰ বিশ্বতে থাইৰয়ড এটা ডাঙৰ সমস্যা। সমগ্ৰ বিশ্বতে উচ্চ!-->!-->!-->…
ডিকেপ্ৰিঅ’ই চাৰাক লগ পালে কেতিয়া
আনকি বলীউডৰ সুন্দৰী ছাৰাকো কান ৰেড কাৰ্পেটত হলিউডৰ ছুপাৰষ্টাৰ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ৰ সৈতে বগা আৰু ক’লা ওপেন বেক গাউন পিন্ধি দেখা গৈছিল।
শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ছাৰা আলী খানে কান চলচ্চিত্ৰ মহোৎসৱৰ অভিজ্ঞতাৰ!-->!-->!-->!-->!-->…
শিৱসাগৰ বিজেপিত অন্তঃকন্দল
পদত্যাগ কৰিলে ১৬ সদস্যই
শিৱসাগৰ বিজেপিত অন্তঃকন্দল | সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্রীৰে হোৱা বাৰ্তালাপ কাৰ্যসূচী লৈ নিমন্ত্রণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰ বিজেপিৰ সদস্যই | সদ্যপদত্যাগী সদস্যসকল আছিল জিলা!-->!-->!-->…
শিশুৰ হাতত প্ৰযুক্তি…!
লেখিকা: শিৱানী বৰুৱাসময় এতিয়া অতি দ্ৰুতগতিত আগবাঢ়িছে, আৰু সময়ৰ লগে লগে যিটো সলনি হৈছে সেয়া হৈছে প্ৰযুক্তি। কিমান প্ৰযুক্তি এতিয়া সকলোৰে ঘৰত। কিন্তু এই প্ৰযুক্তিসমূহে এতিয়া মানুহক অকলশৰীয়া কৰি তুলিছে। ব্যস্ততাৰ বাবে আমি আৰু আপোনজনক!-->…
জাপান সতৰ্ক হৈ আছে কিয়
উত্তৰ কোৰিয়াৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণৰ ঘোষণাৰ পিছত এতিয়া সষ্টম হৈ পৰিছে জাপান। ৩১ মে’ৰ পৰা ১১ জুনৰ ভিতৰত পিয়ংইয়াঙে এই উপগ্ৰহটো উৎক্ষেপণৰ কথা। ইয়াৰ উত্তৰত সোমবাৰে টকিঅ’ই বেলিষ্টিক মিছাইল ডিফেন্সক সষ্টম হ’বলৈ কয়। টকিঅ’ই স্পষ্ট!-->!-->!-->…
সাগৰতো আছে ৰাছিয়ান সেনাৰ চোৰাংচোৱা তিমি
ছুইডেনৰ উপকূলত দেখা গৈছে এটা বগা বেলুগা তিমি। তেনে এটা বগা বেলুগা তিমি ২০১৯ চনত নৰৱেত দেখা গৈছিল। তেতিয়া ই ৰাছিয়াৰ নৌসেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত চোৰাংচোৱা তিমি বুলি ধাৰণা কৰা হৈছিল। কাৰণ সেই তিমিটোৰ ডিঙিত মানৱসৃষ্ট কৱচ আছিল। ছুইডেনৰ!-->!-->!-->…