Daily Time Axom

দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত পথৰ দুৰাৱস্থা

দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলৰ সোনাপুৰ বজাৰৰ পৰা ফকিৰগঞ্জত আদৰ্শ চিকিৎসালয়লৈ যোৱা একমাত্ৰ পকী পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে পদচাৰীক ৷এজাক বৰষুণৰ পিছতেই পথচোৱা পুখুৰী সদৃশ হৈ পৰে এই পুখুৰী সদৃশ পথেৰে প্ৰতিদিনে ফকিৰগঞ্জ অঞ্চলৰ

বিমান দুৰ্ঘটনাৰ পিছত আমাজনৰ বিপজ্জনক জংঘলত ৪০ দিনৰ মূৰত জীৱিত অৱস্থাত উদ্ধাৰ ৪টা শিশু, কেনেকৈ বাচি…

কলম্বিয়াৰ আমাজন বৰ্ষাৰণ্যত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ এমাহতকৈও অধিক সময়ৰ পাছত নিৰুদ্দেশ হৈ থকা চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত সেই শিশুসকলে কন্দৰ শিপা আৰু বনৰীয়া ফল খাই জীয়াই আছিল।

পি এম কিষাণক লৈ চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে সেউটি গাঁও পঞ্চায়তৰ লোকসকল

কাছাৰ জিলাৰ কাঠিগৰা সমষ্টিৰ সেউটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পি এম কিষাণৰ সৈতে সাধাৰণ জনতাক চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে। সেউতি গাঁও পঞ্চায়তৰ সভানেত্রীৰ প্ৰতিনিধি চেলিম উদ্দিন তালুকদাৰৰ লগতে জিপিৰ গোটৰ সদস্য সকলে কয় যে আজি গাঁও

মুকালমুৱাৰ ৪ নং বৰবালা চৰত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা

মুকালমুৱাৰ ৪ নং বৰবালা চৰত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা 🟩বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে বিজেপিৰ নেতাসকলে মূল্যবৃদ্ধি সন্দৰ্ভত

সন্তানৰ মাজত ভাই-ভনীৰ সম্পৰ্ক মধুৰ কৰক!

সন্তানক একেলগে ডাঙৰ-দীঘল কৰা, সঠিক মূল্যবোধৰ বীজ সিঁচি দিয়াটোৱে প্ৰায়ে অভিভাৱকৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কিন্তু কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব? শিশুৰ বাবে কাম সৃষ্টি কৰক: তেওঁলোকক মজাৰ খেলত লিপ্ত হ’বলৈ দিয়ক। ই তেওঁলোকৰ

সাৰ পালে হাৱাই দ্বীপৰ সুপ্ত আগ্নেয়গিৰিয়ে

আমেৰিকাৰ হাৱাই দ্বীপপুঞ্জৰ মাউণ্ট কিলুইউয়া বিশ্বৰ অন্যতম সুপ্ত আগ্নেয়গিৰি। মাজে মাজে এই আগ্নেয়গিৰিটো সাৰ পায়। ৭ জুনত হঠাতে সক্ৰিয় হৈ পৰে আগ্নেয়গিৰিটো। বৃহৎ অঞ্চলত লাভা বিয়পি পৰে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে এই

৬ ঘণ্টাত ২ হাজাৰৰো অধিক দম্পতীৰ বিবাহ, ৰাজস্থানত এই বিশ্ব অভিলেখ

ৰাজস্থানত বিশ্ব অভিলেখ। তাত কেইঘণ্টামানৰ ভিতৰতে ২৪১৩টা দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়। এই সময়ছোৱাত গণ বিবাহে বিশ্বৰ বাকী অভিলেখ ভংগ কৰে। এই ৰাজহুৱা বিবাহ অনুষ্ঠানটো ৰাজস্থানত ২৬ মে’ত অনুষ্ঠিত হৈছিল। শ্ৰী মহাবীৰ গোশালা কল্যাণ সংস্থাৰ

জাতীয় চৰাই ময়ুৰৰ শেষ ৰীতি-নীতি কেনেকৈ কৰা হয় জানেনে?

নিউজ ডেস্ক, ১১জুনঃ জাতীয় চৰাই ময়ুৰৰ শেষ ৰীতি-নীতি কেনেকৈ কৰা হয় জানেনে? চৰকাৰে ১৯৬৩ চনৰ ২৬ জানুৱাৰীত ময়ুৰক জাতীয় চৰাই হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ময়ুৰক জীয়াই ৰাখিবলৈ বহু ধৰণৰ প্ৰট’কল তৈয়াৰ কৰিছে।কোৱা হয় ময়ুৰক

ভাৰতত কিয় ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ?

নিউজ ডেস্ক, ১০ জুনঃ ভাৰতত কিয় ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ? ভাৰতত আতংকজনকভাৱে কিছুদিনৰ পৰা ডায়েবেটিছ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতত যোৱা ৪ বছৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪৪% বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ভৱিষ্যতে

গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা, গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু শ্ৰমিকৰ

নিউজ ডেস্ক, ১০ জুনঃ গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা। শোধনাগাৰৰ ভিতৰত গাঁত খান্দি থাকোঁতেই এই অঘটন। গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু হয় মৰিগাঁৱৰ আব্দুল কৰিম নামৰ শ্ৰমিকজনৰ। এই ঘটনাত আব্দুল মালিক, ৰজনী কলিতা নামৰ আন দুজন শ্ৰমিকো গুৰুতৰভাৱে