Daily Time Axom

ৰাজ্যত ২৭ জানুৱাৰীৰ পৰা ধাৰাবাহিক চকা বন্ধৰ আহ্বান মটৰ পৰিবহণ-শ্ৰমিক সংগঠনৰ

ডিজিটেল ডেস্কঃ ২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধৰ ঘোষণা কৰিছে মটৰ পৰিবহণ- শ্রমিক সংগঠনে।মটৰ পৰিবহণ- শ্ৰমিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ৰাজ্যত ২৭ জানুৱাৰীত ২৪ ঘন্টীয়া , ১২ আৰু

কাজিৰঙাত ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা পৰিলক্ষিত হৈছে। তাৰ লগত সংগতি ৰাখি কাজিৰঙাতো পালন কৰা হৈছে ৩২ সংখ্যক পথ সুৰক্ষা মাহ। কাজিৰঙাত ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত

সৰুপথাৰত গোলাঘাট জিলা পেনচাক ছিলাট সমিতিৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল ডেস্কঃ-শনিবাৰে গোলাঘাট জিলা পেনচাক ছিলাট সমিতিৰ উদ্যোগত সৰুপথাৰৰ সাধনী ভৱনত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় । ৰাজ্যিক ভিত্তিত যোৱা ৮ , ৯ আৰু ১০ জানুৱাৰীত ধনশিৰি মহকুমাৰ সৰুপথাৰৰ মধ্যমপুৰত অনুষ্ঠিত পেনচাক ছিলাট প্ৰতিযোগিতাত

সৰুপথাৰত নেতাজী সুভাষচন্দ্র বসুৰ জন্মদিন পালন ।

ডিজিটেল ডেস্কঃ- স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তথা আজাদ হিন্দ ফৌজৰ জন্মদাতা নেতাজী সুভাষ চন্দ্র বসুৰ আজি ১২৫ সংখ্যক জন্মদিন। দেশৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা আন্দোলনৰ নেতা গৰাকীৰ জন্মদিন উলহ মালহেৰে পালন কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰতো

ডুমডুমাৰ বৰহাপজান ক্ৰীড়া সন্থাৰ সৌজন্যত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা ।

ডিজিটেল ডেস্কঃ ডুমডুমাৰ বৰহাপজান কালিমন্দিৰ খেলপথাৰত বৰহাপজান ক্ৰীড়া সন্থাৰ সৌজন্যত দিবা - নৈশ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।উল্লেখ্য যে, বিগত কেইবাবছৰৰ পৰা আয়োজন কৰি অহা এই প্ৰতিযোগিতাখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অতিকৈ জনপ্ৰিয় হৈ

মৰিয়নি পেট্ৰল পাম্পট দুৰ্বৃত্তৰ সন্ত্ৰাস

ডিজিটেল ডেস্ক:-হাতত মৰণাস্ত্ৰ লৈ মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে দুৰ্বৃত্তৰ সন্ত্ৰাস।গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত বুধবাৰে নিশা ৰায়বাহাদুৰ চুন্নীলাল এণ্ড এজেন্সি নামৰ পেট্ৰল পাম্পটোত উদ্যত মাৰণাস্ত্ৰ লৈ এটা দুৰ্বৃত্তৰ দলে সন্ত্ৰাস চলোৱাৰ পিছতে

The global green forceৰ কলকাতা ৰ পৰা কাজিৰঙালৈ চাইকেল যাত্ৰা

ডিজিটেল ডেস্ক:-পৰিৱেশ সজাগতাৰ প্ৰচাৰৰ উদ্দেশ্যে কলকাতা ৰ পৰা কাজিৰঙালৈ চাইকেল যাত্ৰা । অসমৰ গড়ঁ বন্ধু নামে খ্যাত শিশু সুহান মল্লিকৰ আহ্বানত  The global green force নামৰ সংস্থাটোৰ উদ্যোগত যোৱা ২৮ ডিচেম্বৰত পুৰুষ মহিলা সহ ৬জন লোকে যাত্ৰা

তিনিচুকীয়াৰ ডুমডুমাত বাধাগ্ৰস্ততা প্ৰমাণিকৰণ শিবিৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত তিনিচুকীয়াৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত স্নেহালয় আৰু পুৱালী প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সহযোগত বাধাগ্রস্ততা প্ৰমাণীকৰণ শিবিৰ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত

মাজুলীত দেউৰী জনগোষ্ঠীৰ মাঘ বিহু পালন।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মাজুলীত অসমৰ অন্যতম ভূমিপূত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলে আনুষ্ঠানিকভাৱে পালন কৰিছে দেউৰী মাঘ বিহু ৷উল্লেখ্য যে,দেউৰীসকলৰ পৰম্পৰা অনুসৰি মাঘ মাহৰ প্ৰথমটো বৃহস্পতিবাৰে পালন কৰে দেউৰী মাঘ বিহু ৷দেউৰী জনগোষ্ঠীৰ লোক সকল

মাতৃত্বৰ গৌৰৱ অৰ্জনৰ দিশে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ

ডিজিটেল ডেস্ক:- মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে বিবাহ পাশত আবদ্ধ হোৱা দুটা বছৰৰ পিছতে মাতৃত্ব গৌৰৱ অৰ্জনৰ দিশে আগবাঢ়িছে । ছ'চিয়েল মিডিয়াত স্বামী মনদ্বীপ কাকতিৰ সৈতে ফটো উঠি অনুৰাগীক দিলে এই ভাল খবৰটো। প্ৰিয় অভিনেত্ৰী গৰাকীৰ এই ভাল খবৰে