Daily Time Axom

এবছৰলৈ গুটখা খাব নোৱাৰেঃ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা,ধপাত জাতীয় সামগ্ৰী

ডিজিটেল ডেস্ক:-অহা এবছৰলৈ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী। গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে এখন জৰুৰী জাননী যোগে এই কথা জনাইছে ৰাজ্য চৰকাৰে। বিক্ৰীৰ লগতে নিষিদ্ধ কৰা হৈছে

শিক্ষিত নিৱনুৱালৈ ৰাজ্য চৰকাৰৰ ৫০ হাজাৰকৈ টকা। আমিনগাৱঁত আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ থলুৱা উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ 'নৱৰূপত স্বয়ম' স্বামী বিবাকেনন্দ সবলীকৰণ যোজনা বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে আমিনগাৱঁত শুভ উদ্ধোধন কৰে। এই শুভ উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী হিমন্ত

সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন ।

ডিজিটেল ডেস্ক:-সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন। ধনশিৰি মহকুমাৰ সৰুপথাৰৰ উচ্চ শিক্ষানুষ্ঠান সৰুপথাৰ মহাবিদ্যালয় ২০২১ -২০২২বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ আজি সুকলমে অনুষ্ঠিত হয় । এই সাধাৰণ নিৰ্বাচনত উৎপল শইকীয়া

আমেৰিকাৰ ৪৬ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ’ বাইডেনে

ডিজিটেল ডেস্ক:- ড'নাল্ড ট্ৰাম্পক পৰাজিত কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বাইডেন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হোৱা ৭৮ বছৰীয়া জ'বাইডেন আৰু

গোলাঘাটত সাংসদ গৌৰৱ গগৈ ৷ ডাম্পিং গ্ৰাউণ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে সাংসদগৰাকীয়ে ৷

ডিজিটেল ডেস্ক:- গোলাঘাট ডাম্পিং গ্ৰাউণ্ডত উপস্থিত হৈ পৰিস্থিতি বুজ ল'লে সাংসদ গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে, বিগত তিনিদিন ধৰি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি অহা গোলাঘাট পৌৰসভা এলেকাধীন ৰূপনগৰৰ বাসিন্দা সকলৰ সৈতে বুধবাৰে সাংসদজনে মত বিনিময় কৰাৰ

অসমত কেতিয়াকৈ হব নিৰ্বাচন ? NRC ত নাম নথকাসকলে ভোট দিব পাৰিবনে ?

ডিজিটেল ডেস্কঃ- বুধবাৰে হোটেল ৰেডিছন ব্লুত মুখ্য সচিব,ডিজিপি কে ধৰি শীৰ্ষ বিষয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্য নিৰ্বাচনী আয়ুক্তই সংবাদমেলযোগে মু্খ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰায়ে নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ভাৰতীয় ক্ৰিকেট টীমৰ অভুতপূৰ্ব সাফল্যত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ

ডিজিটেল ডেস্ক:-মঙ্গলবাৰে টেষ্ট শৃংখলাত ২-১ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাজিত কৰি ' বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ' শৃংখলা জয়ৰে অষ্ট্ৰেলিয়াৰ মাটিতে ইতিহাস ৰচিলে ভাৰতে। সুদীৰ্ঘ ৩২ টা বছৰৰ পিছত অষ্ট্ৰেলিয়াত 'বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ' ছিৰিজ জয় কৰাৰ

অষ্ট্ৰেলিয়াৰ মাটিত অষ্ট্ৰেলিয়াকে পৰাজিত কৰি ইতিহাস ৰছিলে ভাৰতে

''বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী'' শৃংখলা জয়ে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ ৰছিলে ইতিহাস ।টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত জয় ভাৰতৰ । শেষৰ দিনটোত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ৩২৮ ৰাণৰ, ৩ উইকেটত ভাৰতে পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক

গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত গঞা ৰাইজ‌ আৰু বহু দল সংগঠনৰ

ডিজিটেল ডেস্ক:- সোমবাৰে গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গঞা ৰাইজে । গোলাঘাট পৌৰসভাৰ জাবৰ নিষ্কাশনৰ স্থান স্থানান্তৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণ কৰাৰ দাবীত গোলাঘাটৰ এৰেঙাপাৰ নৰাগাঁওত বহু কেইটা দল সংগঠনৰ লগতে স্থানীয়

সৰুপথাৰ সমষ্টিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।

ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিটো আগন্তুক বিধানসভা নির্বাচনৰ প্ৰাক মূহুর্তত ধনশিৰি মহকুমা প্ৰশাসনৰ নিৰ্বাচনী বিভাগে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে।