Daily Time Axom

কাজিৰঙাৰ সংৰক্ষিত এলেকাত সমুহীয়াভাৱে মাছ ধৰাত প্ৰশাসনৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকা সমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাবে মাছ মৰাত প্ৰশাসনে নিশেধাজ্ঞা আৰোপ কৰিছে । কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন মৰ্মে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে বাগৰি আৰু

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক: পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সোমবাৰে ডুমডুমা FRU চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতি ৰ সৃষ্টি হয়। সোমবাৰে নিশা ডুমডুমাৰ সমীপৰ বিছাকুপিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ফুলেশ্বৰ বৰ্মণ নামৰ এজন ৪০ বছৰীয়া লোক

দেশে ১৬ জানুৱাৰীৰ পৰা লাভ কৰিব কৰোণা ভেকচিন

ডিজিটেল ডেস্ক: বিশ্বজুৰি কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ পিছত বৰ্তমান সমগ্ৰ বিশ্বই কৰোণাৰ সঠিক ভেকচিনৰ‌ অপেক্ষাত আছে।কৰোণাৰ ভেকচিন আবিষ্কাৰৰ বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত চলিত মাহৰ মাজ ভাগৰ পৰা অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা কৰোণাৰ ভেকচিন প্ৰদান

দেশত অব্যাহত আছে Bird flu ৰ সন্ত্ৰাস

ডিজিটেল ডেস্ক: কৰোণাৰ পিছতেই দেশত বৰ্তমান বাৰ্ড ফ্লুৰ সংক্ৰমণে দেখা দিছে। আৰু দিন বাঢ়ি যোৱাৰ লগে লগে এই সংক্ৰমণো বাঢ়ি যোৱা পৰিলক্ষিত হৈছে।দেশৰ ৯ খনকৈ ৰাজ্য মধ্য প্ৰদেশ,কেৰেলা, ৰাজস্থান,হিমাচল প্ৰদেশ,হাৰিয়ানা, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ

তিতাবৰত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ডিজিটেল ডেস্কঃ-তিতাবৰৰ শ্যাম গাৱত পিঞ্জৰাবদ্ধ এটা নৰ নাহৰফুটুকী বাঘ । খাদ্যৰ সন্ধানত জনাঞ্চলত বাস কৰিবলৈ লৈছে নাহৰফুটুকী বাঘে। তিতাবৰৰ গ্ৰাম্য অঞ্চলত বাঘে পোহনীয়া গৰু, ছাগলী, কুকুৰ খাই অহাতো কোনো নতুন কথা নহয় । যোৱা এমাহ ভিতৰত দুজনকৈ

আকাশমাৰ্গত একেৰাহে ১৭ ঘন্টা যাত্ৰ কৰি ইতিহাস ৰচিলে Air India ৰ ৪ মহিলা পাইলটে

ডিজিটেল ডেস্কঃ প্ৰৱল ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকিলে সকলো যে সম্ভৱ, সেয়া প্ৰমাণ কৰি Air India ৰ চাৰি মহিলা পাইলটে কৰি দেখুৱালে ৷ কেৱল সিমানেই নহয় উক্ত মহিলা পাইলট ক্ৰমে কেপ্টেইন জয়া আগৰৱালা, কেপ্টেইন পাপাগিৰি থানমেই, কেপ্টেইন আকাংক্ষা

ব্ৰাজিল ৰাষ্ট্ৰপতিয়ে পত্ৰৰ যোগেদি বিচাৰিলে ভাৰতৰ কৰুণা ভেকচিন ।

ডিজিটেল ডেস্কঃ- ভাৰতৰ দুটা কৰুণা ভেকচিনে জৰুৰী ভাৱে ব্যৱহাৰৰ অনুমতি পোৱাৰ পাছতে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত। শেহতীয়াকৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাৰিৰ বল’চনাৰৱে ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ এখন বিশেষ পত্ৰ পঠিয়াই ভাৰতৰ পৰা ২০লাখ কৰুণা

গুৱাহাটীত জ্যেষ্ঠ নাগৰিক আৰু মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা ।

ডিজিটেল ডেস্ক:- দেওবাৰে অসম চৰকাৰৰ "ভ্ৰমণ আঁচনি" অধীনত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক আৰু মহিলাৰ বাবে সম্পূৰ্ণ বিনামূলীয়া বাছসেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । বিনামূলীয়া বাছ সেৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী

দেশে কেতিয়া লাভ কৰিব কৰোণা ভেকচিন ? জানো আহক

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বক কৰোণা ভাইৰাছে গ্ৰাস কৰি ৰাখিছে। বৰ্তমানেও এই ভাইৰাছৰ সঠিক ভেকচিন আৱিষ্কাৰ হোৱা নাই। বহুতো দেশে কৰোণাৰ ভেকচিন আৱিষ্কাৰৰ বাবে পৰীক্ষা নিৰীক্ষা চলাই আছে।ইয়াৰ সমান্তৰালকৈ ভাৰততো কৰোণাৰ ভেকচিনৰ পৰীক্ষা নিৰীক্ষা চলি

শনিবাৰে উত্তৰাখণ্ডক জোঁকাৰি যায় এক প্ৰৱল ভূমিকম্পই

ডিজিটেল ডেস্ক :- কৰোনা মহামাৰীৰ সংক্ৰমণ হৈ থকাৰ পাছতো প্ৰকৃতিয়ে বিশ্বৰ মানৱ জাতিক যেন ইটোৰ পিছত সিটো পৰীক্ষা লৈছে। শেহতীয়াকৈ শনিবাৰে এক প্ৰবল ভূমিকম্পই জোকাৰি যায় উত্তৰাখণ্ডক।এই প্ৰৱল জোকাৰণিটোৱে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ পৰ্বতীয়া ৰাজ্য