চাউথ চুপাৰষ্টাৰ য়শ ৰ” KGF Chapter 2″ৰ ট্ৰেইলৰে গঢ়িলে নতুন অভিলেষ
ডিজিটেল ডেস্কঃ চাউথৰ চুপাৰষ্টাৰ য়শৰ আহিবলগীয়া ছবি " KGF CHAPTER 2 " ৰ ট্ৰেইলৰে ১০ ঘন্টাৰ ভিতৰত ২ মিলিয়নৰো অধিক দৰ্শকৰ সঁহাৰি পায় " RRR ", " MARSAL"আৰু " MASTER " আদি চিনেমাৰো অভিলেষ ভংগ কৰিলে। এইদৰেই এতিয়া সম্পূর্ণ চৰ্চিত হৈ পৰিছে!-->…
আমেৰিকাৰ সংসদ ভৱন আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী
ডিজিটেল ডেস্কঃ আমেৰিকাৰ সংসদ ভৱনত ড'নাল্ড ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰা ঘটনাই ইতিমধ্যে বিশ্বব্যাপী চৰ্চা লাভ কৰিছে। এই দুৰ্ভাগ্যজনক ঘটনাটোত নিৰাপত্তা বাহিনীৰ লগত হোৱা প্ৰত্যক্ষ সংঘাতত ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হয়। মাৰ্কিন!-->…
তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ শদিয়া মেগেলা গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।ট্ৰেক্টৰ আৰু ডি আই মাজত হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে ১৬ জনকৈ লোক। এই আহত সকলৰ ভিতৰত পুৰুষ-মহিলাৰ লগতে ৬ টি শিশুও আছে ৷ আহত লোককেইজন শদিয়াৰ!-->…
তিনিচুকীয়াৰ মাকুমত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে
ডিজিটেল ডেস্কঃ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন সৰবৰাহকাৰী কেইজন হ’ল ধনজ্যোতি ডাঙৰীয়া,দখন্ত দুৱৰা,বিদুবন বৰুৱা আৰু দিপক বৰা। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী!-->…
নুমলীগড়ৰ মৰঙী মটৰ গাঁৱবাসীয়ে জাহাজৰ আৰ্হিত সাজিছে ভেলাঘৰ
ডিজিটেল ডেস্কঃ ৰাজ্যৰ চাৰিওফালে বৰ্তমান ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।।উৰুকাৰ নিশাটো একেলগে কটাই পৰিয়াল তথা বন্ধু বান্ধৱৰ সহিতে এসাজ তৃপ্তিৰে আৰু আনন্দৰে খোৱাৰ আশাৰে সকলোৱে সাজিছে ভেলা ঘৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজা!-->…
২৫সংখ্যক কেৰেলাৰ চলচ্চিত্র মহোৎসৱলৈ ‘বেলকনিত ভগৱান’
ডিজিটেল ডেস্কঃ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা কেৰেলাৰ ২৫ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত " ইণ্ডিয়ান চিনেমা নাও " তথা " শ্ৰেষ্ঠ ভাৰতীয় কথাছবি"ৰ প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰিত হৈছে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, নুৰুল!-->…
ফ্ৰান্সত বাৰ্ড ফ্লুৰ সংক্ৰমণ : ৬ লাখৰো অধিক পক্ষীক নিধনৰ নিৰ্দেশ
ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন ৰাজ্যত ক্ষীপ্ৰতাৰে সংক্ৰমিত হৈছে মুৰ্গী আৰু পক্ষীৰ দেহত দেখা দিয়া ভয়াবহ বাৰ্ড ফ্লু। ভাৰতৰ বিভিন্ন ৰাজ্যত ভয়াবহ ৰূপ লোৱাৰ সময়তেই শেহতীয়াকৈ ফ্ৰান্সতো সংক্ৰমিত হৈছে এই ৰোগবিধ । ফ্ৰান্সৰ দক্ষিণ পশ্চিম এলেকাত!-->…
ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উতপ্ত পৰিস্থিতি
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় চহৰৰ ফুলবাগানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতি বাৰে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।চিটুৰ আহ্বান মৰ্ম্মে ডিব্ৰুগড়ত চিটু, অসম ৰাজ্যিক কৃষক সভা, এছ, এফ, আই, আৰু DYFI কৰ্মীসকলে কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৩৭ নং!-->…
২০২১ ৰ পহিলা জানুৱাৰীত বিশ্বৰ সৰ্বাধিক শিশু জন্ম হোৱা দেশ হ’ল ভাৰত
ডিজিটেল ডেস্কঃ ২০২১ চনৰ আৰম্ভণিতে United Nations International Children's Emergancy Fund চমুকৈ UNICEF য়ে শিশু সম্পৰ্কে এক মন্তব্য আগবঢ়াইছে। UNICEF ৰ এক সমীক্ষা অনুসৰি বছৰৰ পহিলা দিনটোতে বিশ্বত প্ৰায় ৩.৭১.৫০০ তকৈয়ো অধিক শিশুৰ জন্ম!-->…
বৰক্ষেত্ৰী মহাবিদ্যালয়ত শিক্ষক গোটৰ উদ্যোগত ৰক্তদান শিবিৰ
ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত বুধবাৰে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।বৰক্ষেত্ৰী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আৰু বৰক্ষেত্ৰী ৰক্তদান গ্ৰুপৰ সহযোগত অনুষ্ঠিত হোৱা এই মহান কাৰ্যসুচীটো শুভ উদ্বোধন কৰে!-->…