Daily Time Axom

কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক :৩ জানুৱাৰীলৈকে ডেৰকোটি ৰাজহ সংগ্ৰহ

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আৰম্ভণিতেই বিভিন্ন ঠাইৰ পৰা কাজিৰঙা লৈ আগমন হ'ল যথেষ্ট সংখ্যক পৰ্যটকৰ । বছৰৰ প্ৰথম তিনিটা দিনতে কাজিৰঙালৈ আহিল ৮ হাজাৰৰো অধিক পৰ্যটক । পৰ্যটকৰ আগমনৰ ফলত তিনিটা দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজহ সংগ্ৰহ হৈছে প্ৰায়

২০২১ চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীক দিল্লীৰ ৰাজপথত ।

*২০২১ চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীক দিল্লীৰ ৰাজপথত । *অসমৰ প্ৰতীক ৰূপে অসমৰ চাহ বাগান জিলিকিব দিল্লীৰ ৰাজপথত । *অসমৰ চাহ উদ্যোগৰ লগত জড়িত বিষয়সমূহক সাঙুৰি উপস্থাপন কৰা হ’ব চাহ বাগানৰ প্ৰতীক। *২১বৰ্ষৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে

কেটৰীনা কেফ আৰু ৱিক্কি কৌচলৰ এখন ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পোহৰলৈ আহিছে দুয়োৰে গোপন…

ডিজিটেল ডেস্কঃ কেটৰীণা কেফ আৰু ৱিক্কি কৌচলৰ ৰিলেশ্বনচীপ বিগত বৰ্ষৰ পৰাই চৰ্চাত আছিল যদিও নিশ্চিত হোৱা নাছিল। দুয়োকে ডেটিঙত যোৱা আৰু দুয়োকে একেলগে বহু ঠাইত অহা যোৱা কৰা মূহুর্ততে দেখিবলৈ পাইছিল তেওঁলোকৰ অনুৰাগীসকলে। বৰ্তমানৰ লৈকে এই

ভাৰতে লাভ কৰিলে UNSC ৰ অস্থায়ী সদস্য পদ

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আৰম্ভণিতে ভাৰতে লাভ কৰিলে United Nations Security council চমুকৈ UNSC ৰ সদস্য পদ । ভাৰতে অষ্টম বাৰৰ বাবে লাভ কৰিছে এই অস্থায়ী সদস্যপদ । সমগ্ৰ বিশ্বৰ শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰাক মুল কাৰ্য লৈ আগবঢ়া UNSC ৰ

৪ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পুনৰ বৈঠকত মিলিত হ’ব আন্দোনকাৰী কৃষক

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে।কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ লগত বহু কেইবাৰ বৈঠকত মিলিত হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনো ইতিবাচক সমাধান উলোৱা নাই । নিজৰ সিদ্ধান্তত অটল হৈ থকা কৃষকসকলে বৰ্তমানেও আন্দোলন

ডুমডুমাত আৰক্ষী আৰু NCC ৰ ” পথ সুৰক্ষাৰ সজাগতা অভিযান “

ডিজিটেল ডেস্কঃ মটৰ চাইকেল চলাওঁতে হেলমেট আৰু গাড়ী চলাওঁতে চিটবেল্ট জৰুৰীভাৱে পৰিধান কৰিবলৈ অনুৰোধ জনাই ডুমডুমা আৰক্ষীয়ে পথ সুৰক্ষাৰ সজাগতা অভিযানৰ আৰম্ভ কৰিছে আৰু এই সজাগতা অভিযানত NCC য়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । হেলমেট পৰিধান নকৰা

কণমানি কণ্ঠশিল্পী জেচিম নয়ন বৰুৱাৰ কণ্ঠত “বেকা চাৱনিয়ে” গীত মুকলি ।

ডিজিটেল ডেস্কঃ ইংৰাজী নৱবৰ্ষৰ ২০২১ ৰ প্ৰাক মুহূৰ্তত বাঘজানৰ কণমানি কণ্ঠশিল্পী জেচিম নয়ন বৰুৱাৰ কণ্ঠত "বেকা চাৱনিয়ে" শীৰ্ষক আন এটি গীতৰ মুক্তি । গীতৰ কথাসুৰ কৰিছে দিলীপ মৰাণে আৰু সংগীত কৰিছে বিক্ৰম চাউৰকে ।

সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ।

ডিজিটেল ডেস্কঃ তিতাবৰ জালুকণিবাৰী ন চুঙীত দুৰ্বৃত্তত আক্ৰমণত মৃত্যু হয় এজনী প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ। উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি উক্ত অঞ্চলত নাহৰফুটুকীজনী গৰু ছাগলী খাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আনহাতে পহিলা জানুৱাৰী দিনটোতে বাঘৰ

ৰাজ্যৰ কোনখন জিলাত নৱবৰ্ষৰ প্রথম দিনটোত ৮০ টাতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হ’ল ?

ডিজিটেল ডেস্কঃ ইংৰাজী নৱবৰ্ষ ২০২১ ৰ প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় প্ৰায় ৮০ টাতকৈ অধিক পথ দুৰ্ঘটনা । ভিন্ন প্ৰান্তত সংঘটিত এই পথ দুৰ্ঘটনাত এজন ব্যক্তি নিহত হোৱাৰ উপৰিও প্ৰায় ৪০ জন লোক গুৰুতৰ ভাবে আহত হয়।

তিতাবৰত মুকলি আন্ত:ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ দেওবাৰে তিতাবৰৰ‌ কাৰশলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থাৰ উদোগত ছাৱ-জুনিয়ৰ ,জুনিয়ৰ ,ছিনিয়ৰ মুকলি আন্ত:ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হয় ।তিতাবৰৰ ৮ টা ক্লাৱৰ ১৮০ গৰাকী প্ৰতিযোগীয়ে