Daily Time Axom

গোলাঘাটৰ থুৰামুখত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মাইকী নাহৰফুটুকীৰ

ডিজিটেল ডেস্কঃ দেওবাৰে গোলাঘাট জিলাৰ থুৰামুখত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্রবেগী ট্ৰাকৰ খুন্দাত এজনী প্ৰায় ১০-১২ বছৰীয়া নাহৰফুটুকী বাঘৰ মৃত্যু হয়।উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নামবৰ হাবিৰ পৰা ওলায় আহি

ডুমডুমা মহাবিদ্যালয়ত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন ।

ডিজিটেল ডেস্ক: ভাৰতীয় সেনা বাহিনী দিৱসৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ভাৰতীয় সেনাৰ 14 অসম ৰাইফলছে দেওবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। বিভিন্ন সম্পৰ্কে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অস্ত্ৰ - শস্ত্ৰ সাম্যক জ্ঞান

ডুমডুমাত ৰূপকোঁৱৰৰ মৃত্যু বাৰ্ষিকী উদযাপন

ডিজিটেল ডেস্ক: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু বাৰ্ষিকী। তিনিও কালৰ এই মহান শিল্পী গৰাকীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা পৰিলক্ষিত হৈছে।ডুমডুমা শাখা সাহিত্য সভা আৰু ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চৰ যৌথ উদ্যোগত আজি চাহ নগৰী

কাকপথাৰত শোকাবহ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:- তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৰজাগড়ৰ পথত AS 01 B D 6902 নম্বৰৰ i-10 আৰু AS 23 Z 4613 নম্বৰৰ পালচাৰ মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সৃষ্টি হয়। মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাবে আহত মটৰচাইকেল চালকজনৰ পৰিচয় বৰ্তমান সময়লৈ

ডুমডুমাৰ বিছাকুপিত শোকাৱহ পথ দূৰ্ঘটনা ।

ডিজিটেল ডেস্ক:-তিনিচুকীয়া জিলাৰ বিছাকুপিত যাত্ৰীবাহী বাছৰ খুণ্ডাত থিতাতে নিহত এজন পথাচাৰী ।শিৱসাগৰৰ পৰা নামচাইলৈ গৈ থকা AS 04 BC 5155 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ খুণ্ডাত থিতাতে নিহত হ'য় লোকজন । উল্লেখ্য যে , বৰ্তমানলৈকে নিহত লোকজন

উৰিয়ামঘাটত সন্ধানহীন এজন ৪৮ বছৰীয়া লোক

ডিজিটেল ডেস্কঃ- ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত সোণালীনগৰ গাঁৱৰ বাসিন্দা খগেন শইকীয়া নামৰ ৪৮ বছৰীয়া এজন লোক যোৱা ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে । উল্লেখ্য যে, পৰিয়ালৰ লোকৰ মতে খগেন শইকীয়া শাৰীৰিক আৰু মানসিকভাৱে

উৰিয়ামঘাটত গোৰ্খা উন্নয়ন পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ প্ৰেম তামাঙক সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ- শনিবাৰে ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত উৰিয়ামঘাট গোৰ্খা উন্নয়ন পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি প্ৰেম তামাঙক সম্বৰ্ধনা জনায় । উল্লেখ্য যে, শ্বহীদ দুৰ্গা মল্ল ফাউন্ডেশ্যন উৰিয়ামঘাট আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান

বহু অপেক্ষাৰ অন্তত দেশত আৰম্ভ হ’ল ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত দেশে লাভ কৰিলে ক'ভিড ভেকচিন। শনিবাৰে দেশ তথা ৰাজ্যত ক'ভিড ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনলাইন যোগে শুভাৰম্ভণি কৰে কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ

বৰুৱা বামুণগাঁৱৰ প্ৰেছক্লাবত পাঁচজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

ডিজিটেল ডেস্ক: শুকুৰবাৰে বৰুৱা বামুণ গাঁৱৰ প্ৰেছক্লাবৰ উদ্যোগত অঞ্চলটোৰ পাঁচজন বিশিষ্ট ব্যক্তিক ভোগালীৰ ওলগ ও সম্বৰ্ধনা জ্ঞাপন কৰে। শিক্ষাব্ৰতী তথা প্ৰবীণ শিল্পী শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ, শিক্ষাব্ৰতী লেখক বীৰেণ ঠাকুৰ, মুহিবুল হক, প্ৰবীণ

তিনিচুকীয়াৰ লাইকা দধীয়াৰ প্ৰতিবাদকাৰীৰ কাষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

ডিজিটেল ডেস্ক: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ আনন্দৰ মাজতো লাইকা দধীয়াবাসীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যেতি গগৈয়ে বৃহস্পতিবাৰে এই প্ৰতিবাদী ৰাইজৰ কাষত থিয় হৈ