Daily Time Axom

কলিয়াবৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু কিয়া বাহনৰ মুখামুখি সংঘৰ্ষ। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী বাছ আৰু বিপৰীত দিশৰ পৰা অহা কিয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। এজনৰ অৱস্থা সংকটজনক ।…

শিৱসাগৰত সুদখোৰ কাবুলিৰ আতংক

আৰক্ষীৰ ৰহস্যজনক স্হিতিৰ বিপৰীতে অসম জাতীয়তাবাদী যুৱ পৰিষদে সুদখোৰৰ বিৰুদ্ধে জিলা আয়ুক্তক প্ৰদান কৰিলে স্মাৰক পত্ৰ। হাতত তালিকা লৈ জিলাই জিলাই সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান | কিন্তু ৰহস্যজনক ভাৱে শিৱসাগৰত সুদখোৰ কাবুলিৰ আতংক…

নামতিত অনুষ্ঠিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি

নামতি চাৰিআলি গণক আদৰ্শ গাঁ‌ৱৰ যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৰুৱা পুখুৰী হাইস্কুল খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনি দেওবাৰে নিশা অনুষ্ঠিত হয় | চুড়ান্ত খেল খনৰ শুভ…

মমবাতি প্ৰজ্বলন আৰু ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

সদৌ বি.টি.চি. সংখ্যালঘু ছাত্র সন্থা চমুকৈ এ বি এম ছু ৰ আহ্বানত তামুলপুৰ জিলা সমিতিৰ উদ্যোগত দ্বাৰকুছি আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে সন্ধিয়া দ্বাৰকুছিত নেলী গনহত্যাৰ ছহিদ সকলক সোঁৱৰণ কৰি এক মমবাতি প্ৰজ্বলন কৰাৰ লগতে ক'লা বেজ পৰিধান কৰি…

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত চিত্ৰ আৰু শিল্প কৰ্মশালা আয়োজন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা নগৰ ৪ নং ৱাৰ্ডত এদিনীয়াকৈ চিত্ৰ আৰু শিল্প কৰ্মশালা আয়োজন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি মহন্তই আঁতধৰা উক্ত…

মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আঠখন গ্ৰন্থ উন্মোচন

মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে গ্ৰন্থকাৰ ৰমনী মোহন বৰুৱাৰ সাতখন লগতে অঞ্জনা বৰুৱাৰ সৈতে যৌথভাৱে প্ৰকাশিত সংস্কৃত আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণেৰে প্ৰকাশিত এখন গ্ৰন্থ উন্মোচন। মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত মৰিগাঁৱৰ…

আমছুৰ ক’লা দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো আমছুৰ ক'লা দিৱস পালন। বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত, বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বিলাসীপাৰা গান্ধী চকত সাব্যস্ত কৰে এই প্ৰতিবাদ। ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীত নেলীৰ গণহত্যাৰ ন্যায় প্ৰদান কৰাৰ দাবীত আৰু তেৱাৰী…

অসম আন্দোলনৰ বৰনগৰৰ দুই বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ পৱিত্ৰ সোঁৱৰণত শ্বহীদ দিৱস…

অসম আন্দোলনৰ বৰনগৰৰ দুই গৰাকী বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ সোঁৱৰণত আজি সৰভোগৰ শ্বহীদ ভৱনত বৰনগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়। অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা দুই মহান বীৰ শ্বহীদৰ স্মৃতিত বৰনগৰ ছাত্ৰ…

তিনিচুকীয়াত বিশিষ্ট সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াআজি বাৰেকুৰিত যুৱপ্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ জনসভা

তিনিচুকীয়া,১৯ফেব্ৰুৱাৰী: আজি তিনিচুকীয়াৰ একৈশ খন গাঁও সামৰি বাৰেকুড়িত "দীঘল সাঁকো নৱজ্যোতি যুৱক সংঘ"ৰ উদ্যোগত মহিলা আৰু যুৱপ্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত অনুষ্ঠিত হ'ব এক বৃহৎ কাৰ্য্যসূচীৰ প্ৰেৰণাত্মক অনুষ্ঠান।…

টীয়কৰ নামচেচুবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি পথত কৰিছে প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি হৰ ঘৰ নল হৰ ঘৰ জলে আজিৰ তাৰিখতো ঢুকি নাপালে টীয়কৰ এইসকল ৰাইজক।হয়, যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ সমীপৰ নামচেচু অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ।এটা মাটিৰ নাদেই শেষ সম্বল বৃহত্তৰ অঞ্চলটোৰ ৷ৰাতিপুৱাৰে…