Daily Time Axom

তামুলপুৰত ছয় দিনীয়া নেতৃত্বৰ প্ৰশিক্ষণৰ সফল সামৰণি

তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। উল্লেখযোগ্য যে উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ…

দক্ষিণ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত বাসিৰ চৰৰ পৰা নাবালিকা ছোৱালীক অপহৰণ

প্ৰেমৰ ছলনাৰে ১৬-১৭ বছৰীয়া নাবালিকা ছোৱালীক অপহৰণ লগতে ৪৮ হেজাৰ টকা লৈ উধাও ৰেজ্জাক নামৰ ভণ্ডজন। নাবালিকা ছোৱালীৰজনীৰ দেউতাকৰ ভাষ্য অনুসৰি ৮/২/২০২৪ ইং তাৰিখে নাবালিকা ছোৱালীৰ জনীৰ দেউতাক ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ৰাতি ১০ বজাত ৰেজ্জাক নামৰ…

মুকালমুৱা মহাবাহু যুৱক সংঘৰ সৌজন্যত প্রাইজমানী পাতল টেনিচ ক্রিকেট প্রতিযোগিতা

মুকালমুৱা মহাবাহু যুৱক সংঘৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্রাইজমানী পাতল টেনিচ ক্রিকেট প্রতিযোগিতা। মুকালমুৱা সাপ্তাহিক বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা প্রাইজমানী পাতল টেনিচ ক্রিকেট প্রতিযোগিতাখনৰ উদ্ধোধক হিচাপে উপস্থিত থাকে…

টীয়কৰ সোনাৰী মিচিং গাঁৱত আলি আয়ে লৃগাঙৰ প্ৰস্তুতি তুংগত

চৰকাৰী বন্ধ ঘোষণাৰ বাবে ৰাজ্য চৰকাৰক জনালে ধন্যবাদ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাংলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত দেখা গৈছে মিচিং অধ্যুষিত অঞ্চলসমূহত এই উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতিৰ । ব্যতিক্ৰম নহয়…

ডিমৌ বন বিষয়া বিজয় গোহাঁইৰ নেতৃত্বত দিহিং নদীৰ পৰা সৰবৰাহ হোৱা চোৰাং বালি ভৰ্তি মিনি ট্ৰাক জব্দ

🔥চেপন চকলিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বালিৰ সৈতে বন বিভাগৰ জালত পৰিল চালক চন্দন আগৰৱাল ৰাজ্যত নিতৌ বৃদ্ধি পাব ধৰিছে প্ৰাকৃতিক সম্পদৰ ধ্বংস যজ্ঞ | লগতে এই সম্পদৰ চোৰাং সৰবৰাহো অব্যাহত আছে | কিন্তু দুৰ্নীতি ৰোধ কৰাৰ লক্ষ্যত ডিমৌ খণ্ড…

চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত “শক্তি সন্মান” শীৰ্ষক অনুষ্ঠান

চিৰাঙৰ বিজনীৰ বৰো কালীবাড়ীত আজি চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত "শক্তি সন্মান" শীৰ্ষক মহিলা আত্ম সহায়ক গোট আৰু N.G.O. সম্পৰ্ক অভিযান অনুষ্ঠিত হয় । তদুপলক্ষে চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী দেৱযানী ৰায়ৰ সভানেত্ৰীত্বত এখন…

দক্ষিণ শালমাৰাত এটা দুঃসংবাদে জৰুৱা বন্দিহানা বাসীক মৰ্মাহত কৰিছে

দক্ষিন শালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ইয়াকুব আলীৰ আচৰিত মৃত্যুৱে জোকাৰি গৈছে অঞ্চলবাসীক৷ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুব আলীৰ আজি পুৱাৰ ভাগত গুৱাহাটী NEMCARE HOSPITALS মৃত্যু হৈছে৷ পৰহি দিনা…

ড্ৰাগছৰ বিৰুদ্ধে পুনৰ জুৰীয়া আৰক্ষীৰ এক্সন

আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ মাফিয়া। এক নিশ্চিত গোপন সূত্ৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক তনুজ মাইবংচাৰ নেতৃত্বত আৰক্ষী এটি দলে জুৰীয়াৰ কদমণি টাউনত অভিযান চলাই আটক কৰে এটা ড্ৰগছ সৰবৰাহকাৰীক। আটককৃত ড্ৰাগছ সৰবৰাহকাৰীটো কদমণি টাউনৰ…

গা ধোৱাৰ প্ৰকৃত সময় কি আপুনি বাৰু জানেনে

বেছিভাগ মানুহেই পুৱা সোনকালে গা ধুই অফিচৰ বাবে সাজু হয়। দিনটোৰ দীঘলীয়া কামৰ অন্তত ৰাতিও গা ধোৱে। গা ধোৱাটো বাবে কি সময় উত্তম? লাইফষ্টাইল থেৰাপিষ্টসকলে এই বিষয়ে এক অধ্যয়ন কৰিছে। সমীক্ষাত দেখা গৈছে যে ৰাতিপুৱা বহুতেই গা ধোৱে। দিনটো এটা…

জানুৱাৰী মাহটোৱেই আছিল অভিলেখৰ আটাইতকৈ গৰম মাহ

চলিত বৰ্ষৰ প্ৰথম মাহে আটাইতকৈ উষ্ণ জানুৱাৰী মাহৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। ইউৰোপীয় সংঘৰ কপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰে। ১৯৫০ চনৰ পিছত সৰ্বোচ্চ উষ্ণতাৰ অভিলেখ ২০২০ চনৰ জানুৱাৰী মাহত স্থাপন কৰা হৈছিল। সেই…