Daily Time Axom

অবৈধ কয়লা খনিত অসমৰ শ্ৰমিকৰ মৃত্যু

সৰুপথাৰৰ পাৰ্শ্বৱৰ্তী নগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিফি বস্তিৰ ৰংখাং নামৰ ঠাইত অৱস্থিত কয়লাখনিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। উক্ত অঞ্চলটোত অবৈধভাৱে গঢ়ি উঠা এটা কয়লাখনিত কয়লা খনন কৰি থকা অৱস্থাত বিষাক্ত গেছ আৰু জুই নিৰ্গত হৈ থিতাতে…

তেজপুৰ বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাৱে ৬,৭৪০ খন নতুন ৰেচন কাৰ্ড বিতৰণ

তেজপুৰ বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাৱে ৬,৭৪০ খন নতুন ৰেচন কাৰ্ড আনুষ্ঠানিক ভাৱে বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । এই কাৰ্ড সমূহে সমষ্টিৰ ২৯,৬৬৮ গৰাকী ব্যক্তিক উপকৃত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ।…

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ খাগৰিজান গাঁও পঞ্চায়তৰ পশ্চিম লালমাটী গাঁওবাসীৰ

চৰকাৰক সু-ব্যৱস্হা কৰি দিৱলৈ আহ্বান স্হানীয় ৰাইজৰ।। চৰকাৰৰ জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁৱৰ ৰাইজ।। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ উক্ত অঞ্চলৰ ৰাইজৰ। এয়া হোজাই জিলাৰ অন্তৰ্গত লামডিং বিধানসভা সমষ্টিৰ খাগৰিজান গাঁও পঞ্চায়তৰ…

২ দিনীয়া ভাৰত ভ্ৰমণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

দুদিনীয়া ভাৰত ভ্ৰমণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।বৃহস্পতিবাৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি।এইবাৰ দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেওঁ। বৃহস্পতিবাৰে খোজকাঢ়ি জয়পুৰৰ এম্বাৰ দুৰ্গ পৰিদৰ্শন…

অসমৰ প্ৰথম গৰাকী ভাষা শ্বহীদ অনিল বৰাৰ স্মৃতি তিনিদিনীয়াকৈ আৰম্ভ হৈছে সোনালী জয়ন্তী উৎসৱ

অসমৰ প্ৰথম গৰাকী ভাষা শ্বহীদ অনিল বৰাৰ স্মৃতি যোগমীয়া কৰাৰ স্বাৰ্থত মৰিগাঁৱৰ নটুৱাগাঁৱত ১৯৭৩ চনত স্থাপিত হোৱা অনিল বৰা স্মৃতি যুৱক সংঘ‌ৰ আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সোনালী জয়ন্তী উৎসৱ। তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য…

জুৰীয়াৰ তেলিয়া বেবেজীয়া পথাৰত ভূমি কেন্দ্ৰিক সংঘাত, পুৰুষ মহিলা সহ আহত পাঁচ

জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়া বেবেজীয়া পথাৰ গাঁৱত দীৰ্ঘদিন ধৰি চলি আহিছে এক ভূমি কেন্দ্ৰিক সংঘাত। এডোখৰ ভূমিক লৈ তেলিয়া বেবেজীয়াত পথাৰত দুই ফৈদৰ মাজত সৃষ্টি হৈছে এই সংঘাতৰ। নাছিৰ উদ্দিনৰ নেতৃত্বত এটি দলে তেলিয়া বেবেজীয়া…

মাৰ্ঘেৰিটাত প্ৰায় ৭ হাজাৰ হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান

মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই। ৰাইজৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু পৰিপুষ্টি সমাজ গঠনৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ অসমতে প্ৰায়…

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয়যাত্রা উন্নয়নৰ স্বাৰ্থত বিজেপিক আদৰি…

সদ্যঘোষিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ সফলতাক লৈ ৰাজ্যিক বিজেপিয়ে সন্তোষ্টি প্রকাশ কৰাৰ লগতে জয় লাভ কৰা প্ৰতিজন প্রার্থীক আন্তৰিক অভিনন্দন জনাইছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক…

দামী ব্ৰকলি বা সস্তীয়া ফুলকবি, কাৰ পুষ্টি বেছি

শীত অহাৰ লগে লগে ফুলকবিৰে বজাৰ ভৰি পৰে। তৰকাৰী, ভাজী, খিচুৰি বা ৰোষ্ট - ফুলকবি অবিহনে ভাবিব নোৱাৰি। কিন্তু ফুলকবি বেছিকৈ খালে পেটৰ গেছ হয়। পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে। গতিকে স্বাস্থ্য সচেতন লোকে আকৌ ফুলকবি খাবলৈ মন নাযায়। ব্ৰকলি তেওঁলোকৰ…

শিৱসাগৰৰ দৰবাফিল্ড সমীপৰ দিখৌ নৈ খনন ভূ-মাফিয়াৰ

বাৰিষাক লৈ সংকা নৈ পৰীয়া বাসিন্দাৰ, এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সচেতন মহল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন প্ৰান্ততো দিনে-নিশাই অবৈধ খনন চলাইছে ভূ-মাফিয়া চক্ৰই | দিখৌ নদীৰ বুকুতো চলিছে এই ভয়াৱহ খনন | জিলা খনৰ প্ৰায়…