হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি
শতিকা পুৰণি মহাৰাণা এথলেটিক ক্লাবৰ সহযোগত শেইখ ব্ৰাদাৰ্ছে প্ৰয়াত হাজী শেইখ গোলাম ইব্ৰাহীম আৰু প্ৰয়াত দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম ১৪ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা ২০২৪' ৰ আয়োজন কৰিছে । এই প্ৰতিযোগিতা ২১ জানুৱাৰীৰ পৰা ৪…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চম কাজিৰঙা পক্ষী গণনা আৰম্ভ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া।
বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্টী ছ'চাইটিৰ সহযোগত এই পঞ্চম জলচৰ পক্ষী গণনা সম্পন্ন হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয়…
গাঁৱৰ ৰাইজে জ্বলাই দিলে চুৰি গাড়ী,কিন্তু ক’ত
আজি দিনৰ ভাগত এটা বিশেষ সম্প্ৰদায়ৰ দুজন যুৱকে চুৰি বাহনেৰে ডামাল গাঁৱলৈ আহি উক্ত গাঁওখনত গৰু চুৰি কৰাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।
গাঁৱৰ একাংশ লোকে প্ৰত্যক্ষ কৰি ধৰি মাৰপিট কৰে। কোনোবাই আৰক্ষীক খবৰ দিলে আৰু তেওঁলোকৰ তাৎক্ষণিক…
ৰঙিয়াত তৰণীৰ সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা
ৰঙিয়াৰ তৰনী হৰিমন্দিৰ বাৰোৱাৰী ৰাস মহোৎসৱ আৰু আৰিমত্ত ভবনৰ সৌজন্যত সদ্যপ্ৰয়াত সমাজহিতৈষী হৰেন কুমাৰ ভূঞাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা আজি অনুষ্ঠিত হয় । তৰণী ৰাস মহোৎসৱৰ হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি সাংসদ…
‘কানেক্ট ফাইভ’ৰ সংক্ৰান্তি মেলা আৰম্ভ
আগন্তুক হেপাঁহৰ ভোগালী বিহু, পোংগল, উত্তৰায়ণ,লোহৰী উপলক্ষে ৯ আৰু ১০ জানুৱাৰীত ’কানেক্ট ৫’ ৰ সৌজন্যত গুৱাহাটী মহানগৰীৰ জোনালীস্থিত দুৰ্গা মন্দিৰৰ (সনাতন ধৰ্ম সভা) প্ৰাঙ্গণত দুদিনীয়া কায্যসূচীৰে এখনি ’সংক্ৰান্তি মেলা’ৰ আয়োজন কৰা হৈছে৷…
‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই ৰাহুলক নতুন উচ্চতালৈ লৈ যাবঃ বিজেপি
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক উপহাস কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয় যে তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ বাবে ৰাহুল গান্ধীৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালেও খৰ্গেৰ প্ৰতি…
কামৰূপ জিলাৰ বিহদিয়া স্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ উনত্ৰিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন
বাইহাটা চাৰিআলিৰ আগশাৰীৰ ব্যক্তিগত বিদ্যালয় বিহদিয়া আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় গীতে-মাতে আদৰ্শ অনুষ্ঠানটিৰ।
ৰাতিপুৱাই পতাকা উত্তোলন,স্মৃতিতৰ্পন,বৃক্ষৰূপন আদিৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত…
ফলঙনীত সুৰ সন্ধানী সংগীত কলা একাডেমিৰ উদ্যোগত শিল্পী দিৱস উদযাপন
গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ২ নং ফলঙনীত অবস্থিত সুৰ সন্ধানী কলা একাডেমীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ফলঙনী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত অহা ইংৰাজী ১৭ জানুৱাৰী ২০২৪, ২ মাঘ বুধবাৰে আয়োজন কৰিছে শিল্পী দিৱস । উক্ত অনুুস্থানৰ লগত…
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদক প্ৰথম খৱৰৰ বিশেষ…
জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীৰ পৱিত্ৰ সোঁৱৰণত প্ৰথম খৱৰে সাহিত্যজগতলৈ অৰিহণা আগবঢ়োৱা ৰাজ্যৰ ১১ গৰাকীকৈ নবীন-প্ৰবীন লেখক-লেখিকাক ৮ জানুৱাৰী তাৰিখে চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ…
আত্মবিশ্বাস দেখুৱাওক – আগ্ৰাসন নহয়, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ বিজেপি নেতালৈ
অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। মন্দিৰ উদ্বোধনৰ পূৰ্বে সজাগ বিজেপি শিবিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত বিজেপিৰ সকলো নেতাক সকীয়াই দিয়ে। আত্মবিশ্বাস দেখুৱাওক - আগ্ৰাসন নহয়, নিৰ্দেশ দিলে…