Daily Time Axom

বাইহাটাৰ বিহদিয়াত কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া

কংগ্ৰেছ দলটোৱে অসমীয়া জাতীয় জীৱনলৈ সৰ্বনাশ মাতি আনিছে।কংগ্ৰেছ দলটোৱে অবৈধ নাগৰিকক ভোটাধিকাৰ দি,ৰেচন কাৰ্ড দি গুজেই গজালিলৈ ৰূপান্তৰ হোৱাৰ সুবিধা দিয়া বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই।লগতে তেওঁ কয় যে সাধাৰণ জনতাৰ অধিকাৰ সৰ্ব কৰা এই…

লক্ষদ্বীপত কি কৰিলে প্ৰধানমন্ত্ৰীয়ে

তেওঁ সদায় সকলোকে আচৰিত কৰি ভাল পায়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। আজি লক্ষদ্বীপত সাগৰত সাঁতুৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিখন ছবি ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিল। সেই ফটোখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ কয় যে…

টীয়কত উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগিল যুৱক

টীয়কৰ গুৱালগাঁও আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।জানিব পৰা মতে এ বি চি আই নামৰ কলকাতাস্থিত এক কোম্পানীৰ তত্বাৱধানত টীয়কৰ বিভিন্ন স্থানত বিদ্যুতৰ খুটা স্থাপন,কেবুল সংযোগ আদি কাম চলি আছে।তাৰে অংশস্বৰূপে আজি গুৱালগাঁৱত কাম কৰি থকা অৱস্থাতে…

মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ক “নাক”ৰ “B” গ্ৰেড প্ৰদান

প্ৰথমবাৰ "নাক"ৰ মূল্যায়ন লাভ কৰাৰ পিছত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দ উল্লাহ। মুকালমুৱাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ(নাক)ৰ "B" গ্ৰেড প্ৰদান।…

আজি গোপেশ্বৰ দেৱালয়ত আযোদ্ধা ৰাম মন্দিৰ নিৰ্মাণস্থলীৰ পৰা প্ৰদান কৰা অক্ষত বিতৰণ কার্যসূচীৰ আৰম্ভণি…

২০২৪ ৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব অযোধ‍্যাৰ বহু প্ৰতিক্ষিত ৰাম মন্দিৰৰ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ৰাম মন্দিৰৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা। বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ৰ হনুমান মন্দিৰৰ পৰা আজি…

ধূলা আৰক্ষীৰ হাতত এজন তীৰৰ বুকি

তীৰ খেলৰ বিৰুদ্ধে ধূলা আৰক্ষীৰ সফল অভিযান । অভিযানত এজন তিৰৰ বুকিক গ্ৰেপ্তাৰ ধূলা আৰক্ষীৰ। মঙলবাৰে গোপন খবৰৰ ভিত্তিত দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথ আৰু উপ পৰিদৰ্শক সূৰ্য কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই…

সৰভোগৰ ভেৰাগ্ৰামত ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ…

ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়,পুৱা ১১ বজাত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ…

মৈৰাবাৰী আৰক্ষীৰ সাফল্য,দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

যোৱা নিশা মৈৰাবাৰী আৰক্ষীৰ এটা দলে নিশাটোৰ ভিতৰতে পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। এক গোপন খবৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিশা ১২:৩০ মান বজাত বেল'বৰী গাঁৱৰ আব্দুল কাদিৰ আৰু চহৰীয়া গাঁৱৰ দিন…

টমেটোৱে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে

দৈনন্দিন ৰন্ধন প্ৰণালীত টমেটোৰ ব্যৱহাৰ প্ৰাচীন। ইয়াত এন্টিঅক্সিডেন্ট লাইকোপেন থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী। ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। টমেটোত ভিটামিন চি, কে থাকে। টমেটোতো ফ’লেট আৰু পটাছিয়ামৰ যথেষ্ট উৎস। টমেটো সমৃদ্ধ খাদ্যই…

নাজিৰাৰ ন-মাটি দিহিঙ্গীয়া গাৱত সদৌ অসম ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন

নাজিৰা মহকুমাৰ বৃহত্তৰ জোকতলি মৌজাবাসী ৰাইজৰ উদ্যোগত, শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু মঠীয়াছিগাবাসী ৰাইজৰ আতিথ্যত ন-মাটি দিহিঙ্গীয়া গাৱৰ মহামিলন ক্ষেত্ৰত ২৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা সদৌ অসম ভাওনা…