Daily Time Axom

মৈৰাবাৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত ২৮ টা বিভাগৰ বিষয়ববীয়া সকল উপস্থিত

মৰিগাঁও জিলাৰ মৈৰাবাৰী টাউন ছোৱালী হাইস্কুল খেল পথাৰত মৈৰাবাৰী উন্নয়ন খণ্ডৰ এলেকাধীন পঞ্চায়তসমূহত আজিৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে উন্নয়ন খণ্ডৰটোৰ বি বি অ কাশ্মীৰী বেগমে। মৈৰাবাৰী অঞ্চলৰ সমাজ কৰ্মী জেহিৰুল ইছলাম…

বিহাৰৰ মাজ পথত দলিত মহিলাক নৃশংসভাৱে প্ৰহাৰ আৰক্ষীৰ

ৰাজহুৱা স্থানত এগৰাকী দলিত মহিলাক লাঠিৰে তীব্ৰ প্ৰহাৰ কৰে এজন আৰক্ষীয়ে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। সমালোচনাৰ সন্মুখীন হৈছে নীতিশ কুমাৰৰ চৰকাৰৰ। এটা ভাইৰেল ভিডিঅ’ত এজন পুলিচে দলিত মহিলাক মাজ পথত লাঠিৰে প্ৰহাৰ…

কেন্দ্ৰ-ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি অৰ্থহীনঃআলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা

কেন্দ্ৰ-ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিক লৈ বিভিন্ন সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও একাংশ শিবিৰে ইয়াক সমালোচনা কৰিছে। এই চুক্তিৰ ফলস্বৰূপে বহু লোক বিমোৰত পৰিছে যে ইয়াৰ লাভ কি হ’ব। আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই এই…

দেশৰ দুয়ো মূৰত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু, ৭৪ জন আহত

দেশৰ দুয়ো মূৰত সংঘটিত দুটা পথ দুৰ্ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হয়। আহতৰ সংখ্যা মুঠ ৭৪ জন। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ তাম্হিনী ঘাট অঞ্চলত। তাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু। আহত ৫৫ জন। আজি শনিবাৰে…

ছ’চিয়েল মিডিয়াত ভাইৰেল এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁৰ দশম শ্ৰেণীৰ ছাত্ৰ ফটো

কৰ্ণাটকৰ মুৰুগমল্লাৰ চৰকাৰী হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁৰ দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ ফটোৱে ছ’চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি কৰিছে। শিক্ষক আৰু ছাত্ৰই ইজনে সিজনক সাৱটি ধৰি চুমা খাই থকা ছবিসমূহ শিক্ষামূলক অধ্যয়ন ভ্ৰমণৰ সময়ত বন্দী কৰা…

জামুগুৰিহাটৰ অমৃতোপম প্লাবিক স্কুলৰ ১১ সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ সম্পন্ন

জামুগুৰিহাটৰ কুসুমটোলাস্থিত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান অমৃতোপম প্লাবিক স্কুলৰ ১১ সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ যোৱাকালি পুৱাৰ পৰাই আৰম্ভ হয় ৷ এই উপলক্ষে পুৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰে বৰিগাঁৱৰ…

ঐশ্বৰ্য আৰ্থিকভাৱে বচ্চন পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল নহয়

যদি বিচ্ছেদ হয় তেন্তে ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনৰ ভৱিষ্যত কি হ'ব ? তেওঁলোকে বচ্চন পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিবনে? অভিষেক-ঐশ্বৰ্য ৰায় বচ্চনৰ এতিয়া সম্পৰ্ক ভাল নহয়। এই খবৰ বিয়পি পৰাত এই প্ৰশ্ন উঠিছে এতিয়া অনুৰাগী মহলত। এই বিষয়ে…

কানাডাৰ কুখ্যাত গেংষ্টাৰ লখবীৰক ভাৰতৰ সন্ত্ৰাসবাদী ঘোষণা

ভাৰতে কুখ্যাত গেংষ্টাৰ লখবীৰ সিং লাণ্ডা (৩৩)ক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। ২০২১ চনত লখবীৰে পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মহলীৰ মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আন আন সন্ত্ৰাসবাদী কাৰ্যকলাপতো জড়িত থকাৰ অভিযোগ।…

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে অযোধ্যা ষ্টেচন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মিত অযোধ্যা ষ্টেচন উদ্বোধন কৰে। অনুষ্ঠানত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে। আজিৰ দিনটোত অযোধ্যা জংচন ৰামৰ মুকুটৰ আকৃতিত সজাই তোলা হৈছিল। ইয়াৰ পিছত…

অযোধ্যাৰ নতুন বিমানবন্দৰত আধুনিক সা-সুবিধা আৰু প্ৰাচীন শিল্পৰ মিশ্ৰণ

আধুনিক সুবিধা, প্ৰাচীন শিল্প। অযোধ্যা বিমানবন্দৰ এই দুটাৰ সৈতে সংযুক্ত। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সাংবাদিকৰ আগত কয় যে অযোধ্যা বিমানবন্দৰৰ নাম মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সলনি কৰা হৈছে। ইয়াত সকলো আধুনিক…