দৰঙৰ ধূলাত জল মিত্ৰ নিযুক্তক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া
দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং মাগুৰমাৰী গাঁৱৰ দক্ষিণ চুবাত নিৰ্মান কাম চলি থকা অৱস্থাত জল জীৱন আঁচনিৰ জল মিত্ৰক লৈ একাংশই বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপিত কৰিছে। আফিলুদ্দিনৰ পৰিয়ালৰ লোকক জলমিত্ৰ লাগে বুলি আজিলৈ লিখিত ভাবে গাঁও…
কেজৰিৱালক দুৰ্নীতিৰ স্কুলৰ সৈতে তুলনা বিজেপিৰ
তৃতীয়বাৰৰ বাবে ইডি চমনৰ পৰা হাত সাৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী ইয়াৰ পিছত কেজৰিৱালক তীব্ৰ সমালোচনা কৰে বিজেপিয়ে। অৰবিন্দ কেজৰিৱালক দুৰ্নীতিৰ বিদ্যালয় সৈতে তুলনা বিজেপিৰ। বিজেপিয়ে অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, কেজৰিৱালৰ ইমান ভয় কিয়?…
দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা আৰক্ষীৰ
যোগীৰাজ্যত এগৰাকী দলিত ছোৱালীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ এজন আৰক্ষীৰ বিৰুদ্ধে।
২৯ ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা। উত্তৰ প্ৰদেশ আৰক্ষীয়ে মঙলবাৰে এই ঘটনা ৰাজহুৱা কৰে। অভিযুক্ত কনিষ্টবলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী ২৫ বছৰীয়া দলিত…
আজি দিনটো কেনে যাব আপোনাৰ,০৩/০১/২০২৩
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১৭ পুহ , বুধবাৰ ইং ৩ জানুৱাৰী ২০২৩ ।
সূৰ্য্যোদয় ঘ:- ৬/১৩/১৫ সূৰ্য্যাস্ত ঘ:- ৪/৩৮/২৯
ৰাশি:- কন্যা ৰাশি ।
তিথি :- কৃষ্ণা সপ্তমী । স:ঘ:-
৪/৪৩/৩১ লৈ।
নক্ষত্ৰ :- উত্তৰফাল্গুনী। দি:ঘ:- ১২/৪২/৪ লৈ।
শুভ…
ৰাশিফল, ১৬ পুহ , মঙ্গলবাৰ ইং ২ জানুৱাৰী ২০২৩
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নমঃ
১৬ পুহ , মঙ্গলবাৰ ইং ২ জানুৱাৰী ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/১৩/২ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৭/৪৪
*ৰাশি:-* সিংহ ৰাশি। স:ঘ:- ৪/৪৫/ ১৬ কন্যা ৰাশি ।
*তিথি :-* কৃষ্ণা ষষ্ঠী। দি:ঘ:-
২/৪১/৯ লৈ।
*নক্ষত্ৰ :-*…
উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিস্থা দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয়।
বন্তি জ্বলাই আনুষ্ঠানিক ভাৱে প্ৰতিস্থা দিৱসৰ শুভাৰম্ভনি কৰে জি এন আৰ চি মেডিকেলৰ প্ৰতিস্থাপক তথা বিশিষ্ট চিকিৎসক ডা: নোমল বৰাই।
১১ বছৰত…
কচুৱা প্ৰেছ ক্লাৱৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ সমাপ্তি
কচুৱা প্ৰেছ ক্লাৱৰ পঁচিশ বছৰ পুৰ্তি উপলক্ষে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত কৰা হৈছিল ৰূপালী জয়ন্তী সমাৰোহ। সেই উপলক্ষে ৩০ ডিচেম্বৰৰ পুৱা আঠ বজাৰ পৰা পঁচিশখন পতাকা…
অহা ১২ জানুৱাৰীত ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং উদ্বোধন কৰা হ’ব
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল) উদ্বোধন কৰিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দেওবাৰে এই তথ্য অৱগত কৰে।
পিটিআইৰ উদ্ধৃতিৰে এনডিটিভিৰ বাতৰি…
নাৰীক গৰ্ভৱতী কৰি লাখ লাখ টকা উপাৰ্জন! বিহাৰত গ্ৰেপ্তাৰ ৮
বিহাৰত চাঞ্চল্যকৰ অপৰাধ। নিঃসন্তান নাৰীক গৰ্ভধাৰণ কৰি পুৰুষে লাখ লাখ টকা লৈছে। নীতিশ কুমাৰৰ ৰাজ্যত এই পৰ্যন্ত আৰক্ষীয়ে এনেধৰণৰ ঘটনাত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি এই অবৈধ ব্যৱসায় অনলাইনত যথেষ্ট সময় ধৰি চলি আছিল। বিহাৰৰ…
প্ৰযুক্তি কোম্পানীত চুক্তিবদ্ধ ‘যৌনদাসী’! দিনৰ পিছত দিন বিকৃত নিৰ্যাতনৰ বলি
যৌন দাসে মধ্যযুগৰ কথা মনত পেলাই দিয়ে। কিন্তু যদি ই আমেৰিকান (আমেৰিকা) প্ৰযুক্তি কোম্পানীএটাক কৰা অভিযোগ অনুসৰি ছান ফ্ৰান্সিস্কোৰ ‘ট্ৰেডশ্বিফ্ট’ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দিনৰ পিছত দিন নিজৰ এগৰাকী মহিলা সহায়িকাক শাৰীৰিকভাৱে…