Daily Time Axom

ভূ-চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰিব ইছৰো

ভূ-চোৰাংচোৱাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আগবাঢ়িব ভাৰতীয় মহাকাশ গৱেষণা ইছৰো। অহা ৫ বছৰত ৫০ টা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে। বৃহস্পতিবাৰে আই আই টি বম্বেৰ ‘টেক ফেষ্ট’ত এই কথা কয় ইছৰোৰ অধ্যক্ষ এছ সোমনাথে। সৈন্যৰ গতিবিধি অনুসৰণ কৰিব পৰা আৰু…

জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ বাকৰিত হেমন্ত শৰ্মাৰ নৱতম গ্ৰন্থ ‘দুঃস্বপ্নৰ ডেউকা’ উন্মোচন

যিসময়ত অসমীয়া বুলি পৰিচয় দিয়াৰ মানুহৰ সংখ্যা কমিছে, সেই প্ৰত্যাহ্বানমূলক সময়ত অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা মানেই চিন্তাৰ বিপ্লৱত এখোজ দিয়াঃ অচ্যু কুমাৰ পাটোৱাৰী ‘মানুহ হোৱাৰ পথ সহজ নহয়’, ‘প্লাষ্টিকৰ পৃথিৱী’ আদি গ্ৰন্থৰ স্ৰষ্টা যুৱ সাংবাদিক…

সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তিনিচুকীয়াত অতুল বৰা

ইংৰাজী নতুন বৰ্ষ-২০২৪ত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহক নকৈ উজ্জীৱিত কৰি অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত অতুল বৰা ৷ তিনিচুকীয়াৰ চিৰাপট্টিস্থিত অসম গণ পৰিষদ দলৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত অসম গণ…

জামুগুৰিহাটৰ ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ উৎসৱ পালন

জামুগুৰিহাটৰ বিলদঙা ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টৌভঙা / নাহৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ অধিনৰ নবিল প্ৰাথমিক বিদ্যালয়, বগাবিল প্ৰাথমিক বিদ্যালয় আৰু ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ব্ৰহ্মগাঁও প্ৰাথমিক…

সঘনাই প্ৰস্ৰাৱৰ সমস্যা? কি কি খাদ্য আৰু পানীয় পৰিহাৰ কৰিব!

কোনবোৰ খাদ্য হৃদৰোগ, কলেষ্টেৰল, ডায়েবেটিছ আদিৰ বাবে উপকাৰী নহয় সেই বিষয়ে প্ৰায় সকলোৱেই জানে। কিন্তু প্ৰস্ৰাৱৰ মূত্ৰাশয়ৰ সমস্যাৰ ক্ষেত্ৰত খাদ্যৰ গুৰুত্ব কি? সেই বিষয়ে পুষ্টিবিদসকলে কি কয়? প্ৰস্ৰাৱৰ সংক্ৰমণ বা সঘনাই প্ৰস্ৰাৱ নকৰালৈকে…

দিল্লীত জে এন ১ত আক্ৰান্ত প্ৰথমজন ব্যক্তি চিনাক্ত

দিল্লীত এজন ব্যক্তিৰ মৃতদেহত উদ্ধাৰ জে এন ১ । এই ফৰ্মৰ দ্বাৰা সংক্ৰমিত হোৱা প্ৰথমজন ব্যক্তি আছিল দিল্লীৰ এই ব্যক্তি। এই খবৰটো অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে। নমুনাটো পৰীক্ষাৰ বাবে পঠোৱাৰ ঘণ্টাৰ ভিতৰতে এজন ব্যক্তিৰ ক্ষেত্ৰত…

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থী হ’ব এগৰাকী হিন্দু ছোৱালী

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে এগৰাকী হিন্দু যুৱতীয়ে। খাইবাৰ পাখতুনখোৱাৰ ডাঃ বুনেৰ জিলা। সাবেৰা প্ৰকাশে এই মনোনয়ন দাখিল কৰে। পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দ্বিতা…

বিশ্বৰ আটাইতকৈ বয়সীয়াল কাছ জোনাথনে ১৯১ বছৰ সম্পূৰ্ণ কৰিলে

১৯০ বছৰ ভৰি দি বিশ্বৰ আটাইতকৈ বয়সীয়াল কাছ জোনাথনৰ বয়স হ’ল ১৯১ বছৰ। শেহতীয়াকৈ কাছটোৰ জন্মদিনটো কেক কাটি উদযাপন কৰা হয়। দক্ষিণ আটলাণ্টিকৰ ছেইণ্ট হেলেনাৰ গৱৰ্ণৰৰ চৰকাৰী বাসগৃহ প্লেণ্টেচন হাউচত জনাথনে অৱসৰ গ্ৰহণ কৰে। জোনাথনৰ সংগী হ'ল এমা…

কংগোত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বানপানীৰ ফলত ২২ জন লোকৰ মৃত্যু

বছৰৰ শেষত আকৌ অশান্ত কংগো। প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ফলত বহল অঞ্চলত বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰৰ ধুমুহা বতৰত কমেও ২২ জন লোকে প্ৰাণ হেৰুৱালে। ইয়াৰে এটা পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যু হৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি সোমবাৰৰ…

সৰুপথাৰত চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিক ৰাজহুৱা সম্বৰ্ধনা

ধনশিৰি জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত ধনশিৰিবাসী ৰাইজৰ সহযোগত নৱনিৰ্বাচিত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি চুতীয়া জনগোষ্ঠীৰ ৰাণী বীৰাংগনা…