আমিনগাঁৱত কামৰূপ জিলা উকিল সন্থাৰ বাৰ্ষিক আলোচনী কামৰূপাৰ উন্মোচনী অনুষ্ঠান
কামৰূপ জিলা উকিল সন্থাৰ বাৰ্ষিক আলোচনী ''কামৰূপা" উন্মোচনী অনুষ্ঠস্থান আজি আমিন গাঁও কামৰূপ উকীল সন্থাৰ কায্যালয়ত অনুষ্ঠিত হৈ যায় । আলোচনীখন উন্মোচন কৰে দৈনিক অসম কাকতৰ সম্পাদক ড০ হিতেশ ডেকাই। আমন্ত্ৰিত অতিথিৰ আাসনৰ পৰাই শিক্ষাবিদ…
ইজৰাইলে নাগৰিকক সকীয়াই দিছে ভাৰত ভ্ৰমণৰ বিৰুদ্ধে
ভাৰতৰ ৰাজধানী দিল্লীত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত হয় এক বিস্ফোৰণ। ইয়াৰ পিছতে দেশৰ নাগৰিকসকলক ভ্ৰমণৰ সময়ত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুখ্য কাৰ্যালয়েও নিজৰ ইহুদী পৰিচয় প্ৰকাশ কৰা যিকোনো কাম…
বিজনীত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
চিৰাং জিলা সাহিত্য সভা আৰু বিজনী শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত বুধবাৰে বিজনীত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।
বিজনী শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বিষ্ণুৰাভা ভৱনত উদযাপন কৰা হয় অসম সাহিত্য সভাৰ ১০৭ তম্ প্ৰতিষ্ঠা…
ঘগ্ৰাপাৰত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সজাগতামুলক যাত্রা
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পৈচাৰা কঞাকুছি বাঘমাৰা গাঁওৰক্ষী বাহিনী চমুকৈ VDP ৰ উদ্যোগত আজি এক
সজাগতামুলক যাত্রা কাৰ্যসূচী ৰূপায়ন কৰা হয়।উক্ত ৰেলীৰ উদ্বোধন কৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সভাপতি ভ্ৰমৰ মজুমদাৰে।সজাগতামুলক ৰেলীটো…
মলাখোৱা আঞ্চলিক আমছুৰ উদ্যোগত এক বিশাল সজাগতা সভাৰ আহ্বান
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সৌজন্যত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত মলাখোৱা আঞ্চলিকৰ উদ্যোগত আমছুৱে ২৮ ডিচেম্বৰত দিনা দিনৰ ১ বজাত সাধাৰণ ৰাইজক সজাগতাৰ এক বিশাল সভাৰ আনুষ্ঠানিক ভাবে আয়োজন কৰিব বুলি জানিব পৰা গৈছে।…
পেট্ৰলিয়াম জেলীৰ ব্যৱহাৰ
শীতকালত পেট্ৰলিয়াম জেলীৰ দাম বৃদ্ধি পায়। কিন্তু পেট্ৰলিয়াম জেলীয়ে কেৱল শীতকালত আমাৰ ছালত উপকাৰ কৰাই নহয়। পেট্ৰলিয়াম জেলী ব্যৱহাৰ কৰিলে ছালৰ অন্যান্য ৰোগৰ পৰা সহজে মুক্তি পোৱা সম্ভৱ। জানো আহক:
১৫০ বছৰ আগৰ পৰাই পেট্ৰলিয়াম জেলী অতি…
ইউক্ৰেইনে ১০০ বছৰীয়া ৰাছিয়াৰ পৰম্পৰা ভংগ কৰি বৰদিনৰ তাৰিখ সলনি কৰিলে
ইউক্ৰেইনে ১০০ বছৰীয়া ৰাছিয়াৰ পৰম্পৰা ভংগ কৰি বৰদিনৰ তাৰিখ সলনি কৰিলে। এতিয়াৰ পৰা দেশত আৰু ৭ জানুৱাৰীত এই দিৱস উদযাপন কৰা নহ’ব।
বিশ্বৰ বেছিভাগ দেশতে ২৫ ডিচেম্বৰত বৰদিন পালন কৰা হয় যদিও ৰাছিয়া, জৰ্জিয়া, আৰ্মেনিয়া, ইউক্ৰেইন আৰু…
পিতৃৰ বিয়াত পুত্ৰৰ নৃত্য!
তেৰে মস্ত মষ্ট দো নেন’ গীততো তেওঁ পিতৃৰ সৈতে যোগদান কৰে। তাৰ পিছত ছলমান খানৰ লগত নাচে। দেউতাকৰ লগতো মিলি নাচে। আৰবাজ খানৰ দ্বিতীয় বিবাহক আৰহান খানে সম্পূৰ্ণ উপভোগ কৰা দেখা গ'ল। ভিডিঅ’টো ওলোৱাৰ লগে লগে অনুৰাগীৰ চকু ডাঙৰ হৈ গৈছে। তেওঁলোকৰ…
খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন
খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন কৰা হয়। শেহতীয়াকৈ আফগানিস্তানৰ ৰাজধানী কাবুলত এক গণ বিবাহ অনুষ্ঠানত ৫০ যোৰ দৰা-কইনাৰ বিবাহ হয়। দৰিদ্ৰ দেশখনত বিবাহৰ আকাশলংঘী খৰচ কমোৱাৰ বাবে এনে যৌথ কাৰ্যসূচী সাধাৰণ হৈ পৰিছে। প্ৰসংগক্ৰমে…
গাজাত ইজৰাইলৰ আক্ৰমণত ২৪ ঘন্টাত ২৫০ জন পেলেষ্টাইনী নিহত
গাজাত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে, বিগত ২৪ ঘণ্টাত ইজৰাইলত ২৫০ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰে মাগাজী শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ১০০ৰো অধিক লোক নিহত হয়। সোমবাৰৰ পৰা মঙলবাৰলৈ ইজৰাইলৰ আক্ৰমণত এই লোকৰ মৃত্যু হয়। ইজৰাইলে গাজা ষ্ট্ৰিপত আক্ৰমণ…