Daily Time Axom

মুকালমুৱাস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰূপালী জয়ন্তী সমাৰোহৰ। মুকলি সভাৰ সভাপতি উমাচৰন মেধিৰ সভাপতিত্বত আয়োজিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত,…

আজিৰে পৰা শুভাৰম্ভ কৰা হয় তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিনিধি সভাৰ…

তামুলপুৰ জিলাৰ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰ প্ৰাংগণত আজিৰে পৰা ২৬ ডিচেম্বৰলৈ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ প্ৰতিনিধি সভাৰ আৰম্ভ হৈছ ৷ আজি পুৱাৰ ভাগত বিটিআৰৰ…

তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত দিৱা-নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেটৰ চেম্পিয়ন…

কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে নিশা সামৰণি পৰে। অন্তিম দিনাৰ…

আজি দিনটোৰ ৰাশিফল

১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা আহিব , কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ যোগ দেখা যায়। ২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সফল ভ্ৰমণ হ'ব, সঞ্চয়…

‘অপমান’কলৈ পুনৰ সৰব ধনখৰ

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ ছদ্মবেশৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বৃহত্তৰ প্ৰচাৰ কৌশল গ্ৰহণ কৰিছে। এতিয়া আৱেগ সৃষ্টি হৈছে পুনৰ। ৰাজনৈতিক শিবিৰৰ মতে, সমগ্ৰ বিষয়টোৰ লগত খাপ খুৱাই অধিৱেশন শেষ হোৱাৰ তিনিদিন পিছতো ধনখৰে আন্দোলন…

তামুলপুৰৰ মাজগাৰীত জিলা ভিত্তিক ব্ৰহ্মপুত্ৰ ভলীবল লীগ, চিজন-৪

তামুলপুৰৰ মাজগাৰীত আজি জিলা ভিত্তিক পিপল অৱ দ্য ৱৰ্ল্ড প্ৰেজেণ্ট ব্ৰহ্মপুত্ৰ ভলীবল লীগ, চিজন-4 অনুষ্ঠিত হয়। অসম ভলীবল মিছন-100 ৰ উদ্যোগত আৰু মাজগাৰী অজাপাৰ বিউটি ক্লাবৰ সহযোগত ১৬ অনুৰ্ধ লৰা আৰু ছোৱালী উক্ত ব্ৰহ্মপুত্ৰ ভলীবল লীগ তামুলপুৰৰ…

তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰত আৰক্ষীৰ নিয়মীয়া তালাচীৰ বেহু ফালি তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন। সৰুপথাৰত কৰ্তব্যৰত আৰক্ষীক মহতীয়ালে উদণ্ড বাইক আৰোহীয়ে। সৰুপথাৰ নগৰৰ ৰেল কৰ্চিংৰ সমীপত আজি সন্ধীয়া প্ৰায়…

নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বীতাৰ পথ মোকলোৱাৰ প্ৰচেষ্টা কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱকৰ

চৰকাৰী চাকৰিৰ পিছে পিছে খেদি ফুৰা বাদ দি নাৰ্ছাৰী ব্যৱসায়ৰে আত্মসংস্থাপন পথ মোকলোৱাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰৰ এজন যুৱকে । কলিয়াবৰ কুঠৰী নজান গাঁৱৰ এই শিক্ষিত যুৱক জনৰ নাম পুণ্যজিৎ দাস । স্নাতক ডিগ্ৰীধাৰী পুণ্যজিতে কুঠৰীত স্থাপন কৰিছে…

মান্দাকাটাস্থিত ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় মুকলি

ভ্ৰাম্যমাণ নাট্যজগতৰ নৱতম সংযোজন ৰাজধানী থিয়েটাৰৰ মান্দাকাটাস্থিত মুখ্য কাৰ্যালয় মুকলি অনুষ্ঠান।এই অনুষ্ঠানত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী মুকলি কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত দত্তই। কেবাগৰাকী জেষ্ঠ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ ৰাজধানী…

এগৰাকী জটিল ৰোগ অৰ্থাত কেন্সাৰ ৰোগীক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে আহ্বান

লাহৰীঘাটৰ বৰখাবল গাঁৱৰ ১০ নং ৱাৰ্ডৰ নবী হুছেইন নামৰ এগৰাকী মধ্য বয়সৰ পুৰুষ আক্ৰান্ত হৈছে জটিল বেমাৰ অৰ্থাৎ কেন্সাৰ ৰোগত। উক্ত ৰোগী গৰাকীৰ অস্ৰোপ্ৰচাৰৰ লগতে উন্নত চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন । বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ খৰচ বহন কৰি…