কটন কলেজিয়েট প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত অভিনেতা জয়ন্ত দাস, চিত্ৰনাট্যকাৰ, সমালোচক চন্দন শৰ্মাৰ…
দুয়োজনকে সুৱৰিলে গুণমুগ্ধ আৰু শুভাকাংখীয়ে
কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আজি জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰয়াত জয়ন্ত দাস আৰু ৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ, চিত্ৰনাট্যকাৰ, সমালোচক চন্দন শৰ্মাৰ শ্ৰদ্ধাঞ্জলী…
কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শনৰ সূচী প্ৰকাশ
মাহটোৰ নিৰ্দিষ্ট দিনত একোটা ৰাজহ চক্ৰত ৰাইজৰ অভিযোগ ল'ব জিলা আয়ুক্তই
কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে নিয়মীয়াকৈ জিলাখনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ পৰিদৰ্শন কৰিব আৰু মাটিৰ ভুৱা নামজাৰিকে ধৰি ভূমি সম্পৰ্কীয় বিষয়ত ৰাইজৰ অভিযোগ…
চচলস্থিত টেপুৰাম টেৰণ হাইস্কুলৰ শিশু আৰু কিশোৰৰ পুথিভঁৰালৰ আধাৰশিলা আৰু নিৰ্মানকাৰ্যৰ শুভাৰম্ভ
মহানগৰৰ চচলত অৱস্থিত টেপুৰাম টেৰণ হাইস্কুল প্ৰাংগণত দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা আৰু গুৱাহাটী পৌৰ নিগমৰ ৫৯ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়াই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰৰ উপস্থিতিত সমগ্ৰ শিক্ষা অসমৰ…
হাটশিঙিমাৰী প্ৰেক্ষাগৃহত সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ শুভাৰম্ভ
অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ যোগেদি স্কুলীয়া ছাত্ৰী সকলক নৃত্য গীতৰ যোগেদি বাছনি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।
জিলা প্ৰশাসনৰ তৰপৰ পৰা মানকাচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত স্কুলীয়া ছাত্ৰী সকলক ইতিমধ্যে গাঁও পঞ্চায়ত সমূহৰ পৰা…
মুকালমুৱাৰ কুৰোবড়ীত প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ মৃত্যু বাৰ্ষিকীত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন
■যিটো সময়ত বিভিন্ন প্ৰান্তত পিতৃক পুত্ৰই নিৰ্যাতন বা অৱহেলা কৰাৰ ঘটনা সংঘটিত হৈছে তেনে সময়তে নলবাৰী জিলাৰ মুকালমুৱাৰ নিকতৱৰ্তী কুৰোৱড়ীত পিতৃৰ মৃত্যু বাৰ্ষিকীত মহান পদক্ষেপ লোৱা দেখা গৈছে এজন চিকিৎসক পুত্ৰক।
■প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ…
টীয়কত আজিৰ পৰা পাঁচ দিনীয়াকৈ প্ৰথম টীয়ক গ্ৰন্থ মেলা আৰম্ভ
আজিৰ পৰা টীয়কত টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত পাঁচ দিনীয়াকৈ প্ৰথম টীয়ক গ্ৰন্থ মেলা আৰম্ভ হৈছে।বৃহত্তৰ অসমৰ বহুসংখ্যক স্বনামধন্য ব্যক্তিৰ উপস্থিতিত পুৱা টীয়কৰ বিশিষ্ট শিক্ষাবিদ কিৰণ চন্দ্ৰ গোস্বামীয়ে উদযাপন সমিতিৰ আৰু…
কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত কচুৱা তিনিআলি প্ৰাথমিক বিদ্যালয়ত অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা…
নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত কচুৱা তিনিআলি প্রাথমিক বিদ্যালয়ত খণ্ড পৰ্যায়ৰ পাঁচ দিনীয়া প্রাক শৈশৱ যতন আৰু শিক্ষাৰ ওপৰত শিক্ষক শিক্ষয়িত্ৰী সকলৰ অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয় । কচুৱা তিনিআলী প্ৰাথমিক…
মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত বিশ্ব গণিত দিৱস উদযাপন
আজি ২২ ডিচেম্বৰ। আজি গণিতৰ পণ্ডিত শ্ৰী নিবাস ৰামানুজনৰ জন্ম দিৱস । আজিৰ দিনটো সমগ্ৰহ বিশ্বত বিশ্ব গণিত দিৱস হিচাবে পালন কৰা হয়। মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত বিশ্ব গণিত দিৱস উদযাপন কৰে।অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ত গবেশকৰ ছাত্ৰ মৌচিন…
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তামুলপুৰ জিলাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ
তামুলপুৰ জিলা সদৰস্থিত আয়ুক্ত কাৰ্যালয় প্ৰাঙ্গণত আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি তথা মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা,…
লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ ১৪৬জন !
লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ। সেই সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। লোকসভাৰ পৰা নিলম্বিত সাংসদৰ সংখ্যা ১৪৬ জন। ইয়াৰ পূৰ্বে বিৰোধী দল এলায়েন্স ইণ্ডিয়াৰ সদস্যসকলে দিল্লীৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে।…