ৰশ্মিকাৰ ছবিবিকৃতি কাণ্ডত ধৃত ৪
ঘটনাৰ আৰম্ভণি হৈছিল ৰশ্মিকা মণ্ডনাৰ পৰা। হঠাৎ তেওঁৰ ছবিখন বিকৃত হৈ ভিডিঅ’ ৰূপত প্ৰচাৰিত হৈছেল। তাৰ পিছত এই অনৈতিক ঘটনা সংঘটিত হয় আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰাকে ধৰি কেইবাগৰাকীও অভিনেত্ৰীৰ ক্ষেত্ৰত। বুধবাৰে প্রশাসনে ৰশ্মিকা কাণ্ডৰ সৈতে…
সংসদৰ বাহিৰত উপ-ৰাষ্ট্ৰপতিৰ ‘ উপহাস’, দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
সংসদৰ বাহিৰত থিয় হৈ ৰাজ্যসভাৰ অধ্যক্ষ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উপহাস কৰা ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক্স হেণ্ডেলৰ এটা পোষ্টত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মঙলবাৰে সংসদৰ বাহিৰত সংসদৰ বাহিৰত সংঘটিত হোৱা ঘটনাক…
নাজিৰা সীমান্তৱৰ্তী গেলেকীকে ধৰি বিভিন্ন প্ৰান্তত হোৱা ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত…
ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো প্ৰকাৰৰ চৰকাৰী সাহায্য প্ৰদানৰ আশ্বাস
নাজিৰা সীমান্তৱৰ্তী গেলেকীকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকৰ বিষয়ে মূখ্যমন্ত্ৰীক অৱগত কৰা বুলি জানিব দিয়ে…
নাজিৰাৰ বেতনী চাপৰিত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ অনৈতিক কাৰ্য
নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ১০৬০ নং মাদুৰি বেতনী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ এজন জ্যেষ্ঠ সহকাৰী শিক্ষকৰ বিৰুদ্ধে পঞ্চম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক অনৈতিক কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।…
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ মূল্যাংকনত উজ্বলিল বৰনগৰ মহাবিদ্যালয়
📌.তৃতীয় চক্ৰত ২.৭৯ চিজিপিএ লাভ কৰি B++ গ্ৰেড লাভ কৰিবলৈ সক্ষম
বৰপেটা জিলাৰ ঐতিহাসিক স্থান বৰনগৰ৷একালৰ কোচ সাম্ৰাজ্যৰ ৰাজধানী প্ৰাচীন বৰনগৰৰে অন্যতম নগৰ সৰভোগ। এই সৰভোগ নগৰ একালৰ বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীৰ আছিল মূল ঘাটি।এই…
ওঁঠৰ বাবে লিপ বাম কিনিছে নেকি
শীতকালত ওঁঠ ফাটিলে যদি লিপ বাম লগাইয়ো কোনো লাভ পোৱা নাই কি কৰিব ? অধ্যয়নত দেখা গৈছে যে সকলো ওঁঠৰ প্ৰসাধন সামগ্ৰীয়ে আচলতে ওঁঠক সঠিক মাত্ৰাত আৰ্দ্ৰ কৰি ৰাখিব নোৱাৰে। আনকি ভুল সামগ্ৰীয়েও সমস্যাটোক আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। সেয়েহে এটা…
জুৰীয়াৰ ঐতিহ্যমণ্ডিত বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয়…
আজি মংগল বাৰে বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয় চৌহদ চাফাই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ সকলৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে আজি হাতে হাতে ঝাৰু লৈ বিদ্যালয় চৌহদ চাফাই কৰা দৃশ্য আছিল অতি…
মৰাণ নগৰত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)-ৰ উত্তাল প্ৰতিবাদ
#আহোমলেণ্ড প্ৰদান আৰু টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত এই প্ৰতিবাদ
অসমৰ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু আহোমলেণ্ডৰ দাবীত আজি মৰাণ নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ…
ইস্তানবুল বিমানবন্দৰ বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি
তুৰস্কৰ ইস্তানবুল বিমানবন্দৰ বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰে। আমেৰিকাৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ আলোচনী গ্ল’বেল ট্ৰেভেলাৰৰ সমীক্ষাত তুৰ্কীৰ বিমানবন্দৰটোৱে এই স্বীকৃতি লাভ কৰে। বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হোৱাৰ উপৰিও…
পিতৃয়ে ভৰিৰে গচকি গচকি হত্যা কৰিলে একমাত্ৰ চাৰিবছৰীয়া সন্তানক
গোলাঘাটৰ বৰপথাৰত নিশা মানৱ সমাজক ভূলুণ্ঠিত কৰা এক শোকাৱহ ঘটনা সংঘটিত হয় । পিতৃয়ে ভৰিৰে গচকি গচকি হত্যা কৰিলে একমাত্ৰ অমৃত হাও নামৰ চাৰিবছৰীয়া সন্তানক । বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।…