দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ ধমক
দুলীয়াজানৰ কছাৰী পথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৱন নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চিকিৎসালয়ত উপস্থিত বিধায়ক তেৰচ গোৱালা। বিধায়ক তেৰচ গোৱালাই মবাইলত ঠিকাদাৰ গুৱাহাটীৰ অশোক জালানক ধমকি দিয়াৰ লগতে…
পেন্টাগনক অতিক্ৰম কৰি এতিয়া বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় ভৱন হ’ব ভাৰতত
এতিয়ালৈকে বিশ্বৰ আটাইতকৈ ডাঙৰ কাৰ্যালয় ভৱনটো আছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগন। ১৯৪৩ চনৰ পৰাই আমেৰিকাই এই সন্মান লাভ কৰি আহিছে। কিন্তু এইবাৰ মিছ কৰা হৈছে। ভাৰতত মুকলি হ’বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় ভৱন।…
যাদুৰ দৰে ওজন কমাব এই বিশেষ উপাদানে
সকলোৱে কম বেছি পৰিমাণে খাদ্যৰ বাবে চিন্তিত হয়। পুষ্টিবিদসকলৰ মতে এটা বিশেষ উপাদান আছে যিটো খাদ্য তালিকাত ৰাখিলে ওজন যাদুৰ দৰে কমাটো খাটাং। কিন্তু সেই বিশেষ উপাদানটো কি? সেইটো হ'ল মেথিগুটি। এই মেথিবিধত নানান অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান…
পণবন্দী হত্যাৰ পিছত হামাছৰ সৈতে নতুন চুক্তি কৰিব বিচাৰিছে ইজৰাইলে
শুকুৰবাৰে পেলেষ্টাইন ভূখণ্ডৰ ঘেৰাও কৰা গাজা ষ্ট্ৰিপ গাজা চহৰত ইজৰাইলৰ বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ব্যাপক সমালোচনা আৰু প্ৰতিবাদৰ অন্তত ইজৰাইলে হামাছৰ সৈতে এতিয়া নতুন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে। ইজৰাইলৰ কৰ্তৃপক্ষই পেলেষ্টাইনৰ…
শীতকালত এই পাঁচটা ৰোগৰ পৰা সাৱধান হওক
শীতকালত আৰ্দ্ৰতা আৰু উষ্ণতা কম হোৱাৰ বাবে কেইবাটাও ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই সময়ত শীতকালীন ৰোগৰ প্ৰতি সচেতন হোৱাৰ সময় আৰু প্ৰতিৰোধমূলক ব্যৱস্থাও অতি প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে এই সময়ত সাৱধান হ’বলগীয়া কেইটামান কথা হ'ল -
সাধাৰণ…
ক্ৰমান্বয়ে ভাল হৈছে শ্ৰেয়াছৰ শৰীৰ
সকলো ঠিকে থাকিলে সোমবাৰে নিশা শ্ৰেয়াছক ডিচচাৰ্জ দিব । এই কথা তেওঁৰ পৰিয়ালে জনাইছে। বৃহস্পতিবাৰে তেওঁৰ হাৰ্ট এটেক হয়। লগে লগে অভিনেতাগৰাকীক আন্ধেৰীৰ প্ৰথম শ্ৰেণীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হৈছিল। শুকুৰবাৰে…
নগাঁও জিলা সমিতিৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্য্যসূচী
নগাঁও জিলা সমিতিৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ (ASSP) ৰ নগাঁও প্ৰশান্তি ভৱনত যোগদান কাৰ্যসূচী । অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মুচাব্বিৰ আলী আহমেদ আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিকৰ…
শিৱসাগৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ আয়োজন
শিৱসাগৰ জিলাৰ হাঁহচৰাৰ মাধ্যমিক শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান তথা বৰ্তমানৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সমৰোহ অনুষ্ঠান অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷
১৯৪৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সকলো…
দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব পশ্চিম বিলাসীপাৰাৰ চৰাঞ্চলবাসীৰ
বহু জল্পনা-কল্পনাৰ অন্তত আৰম্ভ হ'ল নায়েৰ আলগা মডেল কলেজৰ আৰ্থফিলিঙৰ কাম।
বহু বিতৰ্কৰ পিছত নায়েৰ আলগা মডেল কলেজ নায়েৰ আলগাতে হোৱাৰ পথত।
বিলাসীপাৰা পশ্চিম আৰু পূৱ সমষ্টিৰ বিধায়কদ্বয়ৰ প্ৰচেষ্টা আৰু আমছুৰ বহু ঘাত-প্ৰতিঘাতৰ ফলত নায়েৰ…
বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, কফচিৰাপ সহ এজনক আটক
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ আৱৰ্ত ভৱনৰ সন্মুখত শনিবাৰে সন্ধিয়া ৫ টা ২০ মিনিটত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, নিচাজাতীয় কফচিৰাপ সহ এজন যুৱকক আটক কৰে। জানিব পৰা মতে, মানকাচৰ থানাৰ অন্তৰ্গত কুচনিমাৰা গাঁৱৰ ভেলু মিঞাৰ পুএ…