Daily Time Axom

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী…

এটা সময়ত বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দূৰ দূৰণিলৈ পঢ়িবলৈ যাবলগীয়া হৈছিল আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে অধ্যয়ন জীৱন সামৰিবলৈ লগীয়া হৈছিল,এই…

মেক্সিকোৰ হলিডেৰ পাৰ্টিত আক্ৰমণ, ১২ জন লোকৰ মৃত্যু

মধ্য মেক্সিক’ৰ গুয়ানাজুয়াটো প্ৰদেশত হলিডেৰ পাৰ্টিত সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত ১২ জন লোক নিহত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, পুৱাৰ ভাগত ছালভাটিয়েৰা চহৰত প’ছাডা নামৰ পৰম্পৰাগত মেক্সিকান পাৰ্টিত উপস্থিত থকা লোকসকলৰ ওপৰত এটা…

আজি জাতীয় চেতনা দিৱস!

"আজি বন্দো কি ছন্দেৰে সমাগত বিৰাট নৰনাৰায়ণ ৰূপ, পঙ্কিল পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ ...." ----অসমৰ এজন মহান কবি, সুনিপুণ গীতিকাৰ, গদ্য-লেখক,সংগীতজ্ঞ,সংবাদ-সেৱী,আলোচনী সম্পাদক,সাহিত্যিক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা…

আণ্ডাৰৱৰ্ল্ড ডন মাফিয়া নেতা ডাউদ ইব্ৰাহিমৰ হত্যা !

পাকিস্তানৰ কৰাচীত এতিয়া আণ্ডাৰৱৰ্ল্ড ডন মাফিয়া নেতা ডাউদ ইব্ৰাহিমৰ হত্যাকাণ্ডক লৈ চৰ্চা চলিছে। জানিব পৰা গৈছে যে শুকুৰবাৰে নিশা কৰাচীৰ চিকিৎসালয়ত ভৰ্তি হোৱা ডাউদ ইব্ৰাহিমক বিষাক্ত দ্ৰব্য সেৱন কৰোৱা হৈছে। কেৱল এয়াই নহয়, ইয়াৰ পিছত ডাউদ…

প্ৰতিদিনে পুৱা খালী পেটত গৰম পানী খালে কি হয়

দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খালে ই স্বাস্থ্যৰ বাবে বহু উপকাৰী । ই ওজন বজাই ৰখাত সহায় কৰে আৰু লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে, কিন্তু আপুনি জানেনে যে প্ৰতিদিনে পুৱা খালী পেটত গৰম পানী খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী! আপুনি হয়তো প্ৰায়ে…

জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণত নিহত ৯০ জন

দেওবাৰে গাজা ষ্ট্ৰিপৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত কমেও ৯০ জন লোক নিহত হয়। মৃত লোকসকলৰ অধিকাংশই আছিল মহিলা আৰু শিশু। ইয়াৰ উপৰিও শ শ লোক আহত হয়। পেলেষ্টাইনৰ সংবাদ সংস্থা ৱাফাই প্ৰকাশ কৰা অনুসৰি বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত…

আইছিছৰ মডিউলৰ সন্ধানত চাৰিখন ৰাজ্যত অনুসন্ধান আৰম্ভ কৰিছে NIA-এ

আইছিছ মডিউলৰ সন্ধান পুনৰ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। সোমবাৰে পুৱাৰে পৰা চাৰিখন ৰাজ্যৰ ১৯খন জিলাত NIAৰ তালাচী আৰম্ভ হৈছে। কৰ্ণাটকৰ ১১টা স্থানৰ উপৰিও ঝাৰখণ্ডৰ চাৰিটা স্থানত অনুসন্ধান অব্যাহত আছে। তদুপৰি মহাৰাষ্ট্ৰৰ তিনিটা স্থান আৰু…

কৰাচীৰ চিকিৎসালয়ত ভৰ্তি ডাউদ ইব্ৰাহিম

কৰাচীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ডাউদ ইব্ৰাহিমক। এই খবৰ ইতিমধ্যে পাকিস্তানৰ বাহিৰতো বিয়পি পৰিছে। জনা গৈছে যে ডাউদৰ শাৰীৰিক অৱস্থা সংকটজনক, সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই তথ্য পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।…

ইডেনৰ পৰা উদ্ধাৰ উৰিষ্যাৰ যুৱকৰ ওলমি থকা মৃতদেহ

ইডেন গাৰ্ডেনৰ ভিতৰৰ পৰা উদ্ধাৰ যুৱকৰ ওলমি থকা মৃতদেহ। স্বাভাৱিকতে শৰীৰৰ সুস্থ হৈ উঠাৰ লগে লগে আলোড়নৰ সৃষ্টি হয়। অৱশ্যে ইতিমধ্যে যুৱকজনৰ বিতং পৰিচয় উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱকজনৰ নাম ধনঞ্জয় বাৰীক। বয়স ২১ বছৰ।…

মুক্তি পালে টীয়কৰ উদিয়মান কন্ঠশিল্পী দুৰ্লভ নাৰায়ণৰ জোলোঙা শীৰ্ষক বিহুগীত

এটা সময় আছিল যেতিয়া মাঘ বিহুৰ আগে আগে অসমৰ বিভিন্ন কন্ঠ শিল্পীয়ে বিহুগীতৰ কেচেট মুকলি কৰে।অধিক আগ্ৰহেৰে সেই ডিচেম্বৰ মাহটোলৈ অধিক আগ্ৰহে বাট চাই থাকে প্ৰতিজন বিহুবলীয়া অসমীয়াই।জাণমণি,অঞ্জনা,ৰাংঢালী মইনাজান আদিবোৰ সকলোৰে মুখে মুখে।এক…